SEBA Class 7 Science Important Chapter 17 অৰণ্য: আমাৰ জীৱনৰেখা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 17 অৰণ্য: আমাৰ জীৱনৰেখা Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.
SEBA Class 7 Science Important Chapter 17 অৰণ্য: আমাৰ জীৱনৰেখা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.
অৰণ্য: আমাৰ জীৱনৰেখা
Chapter: 17
| IMPORTANT QUESTION AND ANSWER |
১। বিভিন্ন ঠাইত বেলেগ বেলেগ প্ৰজাতিৰ উদ্ভিদ কিয় দেখা যায়?
উত্তৰঃ বিভিন্ন ঠাইত বেলেগ বেলেগ প্ৰজাতিৰ উদ্ভিদ দেখা যায় কাৰণ, সেই ঠাইৰ জলবায়ু আৰু মাটিৰ গুণাগুণ বেলেগ হয়।
২। খাদ্য শৃংখল বুলিলে কি বুজা যায়?
উত্তৰঃ খাদ্য শৃংখল হৈছে এনে প্ৰক্ৰিয়া য’ত এটা জীৱই আন এটা জীৱক খাদ্য হিচাপে গ্ৰহণ কৰে।
৩। খাদ্য শৃংখলৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ তৃণ → পতংগ → ভেকুলি → সাপ → ঈগল।
৪। গভীৰ অৰণ্যত থকা কেইটামান জন্তুৰ নাম লিখা।
উত্তৰঃ বাঘ, সিংহ, ভালুক, হাতী।
৫। গছৰ ওপৰত থকা কেইটামান প্ৰাণীৰ নাম লিখা।
উত্তৰঃ পতংগ, পখিলা, কেৰ্কেটুৱা, চৰাই আদি।
৬। বন ধ্বংস বা নিৰ্বননীকৰণ বুলিলে কি বুজা যায়?
উত্তৰঃ বন ধ্বংস বুলিলে বনাঞ্চলত থকা গছ-গছনি কাটি শেষ কৰা কাৰ্য্যক বুজোৱা হয়।
৭। বন ধ্বংসৰ ফলত কি ক্ষতি হ’ব পাৰে?
উত্তৰঃ CO₂ৰ পৰিমাণ বৃদ্ধি পায়, বায়ুমণ্ডল গৰম হয়, বায়ু প্ৰদূষিত হয় আৰু বৰষুণ কম হয়।
৮। খাদ্য শৃংখলত মানুহ ক’ত থাকে?
উত্তৰঃ খাদ্য শৃংখলৰ শৃংগত বা শেহত থকা উপভোক্তা হিচাপে।
৯। গছপুলে কোন ধৰণৰ প্ৰস্তুতি কৰে?
উত্তৰঃ গছপুলে প্ৰাকৃতিক খাদ্য (জৈৱ খাদ্য) তৈয়াৰ কৰে।
১০। বন ধ্বংসৰ বাবে বৰষুণ কিয় কমি যায়?
উত্তৰঃ গছ কমি যোৱাৰ ফলত জলীয় বাষ্পৰ পৰিমাণ কমে, ফলত বৰষুণ কম হয়।
খালী ঠাই পূৰণ কৰা:
১। অৰণ্যত ওখ গছবোৰৰ ওপৰৰ অংশক __________ বোলে।
উত্তৰঃ অৰণ্যত ওখ গছবোৰৰ ওপৰৰ অংশক মুকুট বোলে।
২। গছপুলিৰ মাটিত পৰি থকা পচা অংশবোৰক __________ বুলি কোৱা হয়।
উত্তৰঃ গছপুলিৰ মাটিত পৰি থকা পচা অংশবোৰক হিউমাছ বুলি কোৱা হয়।
৩। অৰণ্যত খাদ্য শৃংখলৰ এক উদাহৰণ হৈছে — ঘাঁহ → পতংগ → ভেকুলী → সাপ → __________।
উত্তৰঃ অৰণ্যত খাদ্য শৃংখলৰ এক উদাহৰণ হৈছে — ঘাঁহ → পতংগ → ভেকুলী → সাপ → ঈগল।
৪। অৰণ্যক “সেউজীয়া হাঁওফাঁও” বুলি কোৱা হয় কাৰণ ই __________ যোগায়।
উত্তৰঃ অৰণ্যক “সেউজীয়া হাঁওফাঁও” বুলি কোৱা হয় কাৰণ ই অক্সিজেন যোগায়।
৫। গছৰ শিপাই মাটি __________ কৰি ৰাখে।
উত্তৰঃ গছৰ শিপাই মাটি খামোচি কৰি ৰাখে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


