SEBA Class 7 Science Important Chapter 15 পোহৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 15 পোহৰ Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.
SEBA Class 7 Science Important Chapter 15 পোহৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.
পোহৰ
Chapter: 15
| IMPORTANT QUESTION AND ANSWER |
১। পোহৰ কি?
উত্তৰঃ পোহৰ এবিধ শক্তি।
২। শূন্যত পোহৰৰ বেগ কিমান?
উত্তৰঃ শূন্যত পোহৰৰ বেগ 3 × 10⁸ মি./ছে.।
৩। পোহৰৰ গতিপথ কেনেকুৱা?
উত্তৰঃ পোহৰৰ গতিপথ সৰল খেৰিয়া।
৪। সূৰ্য্যৰ পোহৰত থকা ৰং কেইটা কি কি?
উত্তৰঃ সূৰ্য্যৰ পোহৰত থকা ৰং কেইটা হ’ল – বেগুনীয়া, ঘন, নীলা, সেইজীয়া, হালধীয়া, সুণ্ঠিৰা আৰু ৰঙা।
৫। নিউটনৰ কাঁহীৰে কি পৰীক্ষা কৰা হয়?
উত্তৰঃ নিউটনৰ কাঁহীৰে বগা পোহৰ সাতটা ৰঙৰ সমষ্টি বুলি পৰীক্ষা কৰা হয়।
৬। প্ৰতিফলনৰ সূত্ৰ কেইটা? যিকোনো এটা উল্লেখ কৰা।
উত্তৰঃ প্ৰতিফলনৰ সূত্ৰ দুটা আছে। যিকোনো এটা – “প্ৰতিফলিত কোণ, আপতন কোণৰ সমান হয়”।
৭। এম্বুলেন্সত AMBULANCE শব্দটো ওলোটাকৈ কিয় লিখা দেখা যায়?
উত্তৰঃ ৰেয়াৰ ভিউ দাপোণত প্ৰতিবিম্ব বিপৰীত দিশত দেখা যায়। সেইকাৰণে চালকে ওলোটা লিখা শব্দটো সঠিক ৰূপত চাব পাৰে আৰু তৎক্ষণাত চিনাক্ত কৰি বাট এৰি দিয়ে।
৮। বিবৰ্ধক কাঁচ কি? ইয়াক কি লেনছৰ সহায়ত গঠন কৰা হয়?
উত্তৰঃ যি কাঁচৰ সহায়ত সৰু বস্তু ডাঙৰকৈ দেখা যায় তাক বিবৰ্ধক কাঁচ বোলে। ই উত্তল লেন্ছৰ সহায়ত তৈয়াৰ কৰা হয়।
খালী ঠাই পূৰণ কৰা:
১। পোহৰে __________ গতি কৰে।
উত্তৰঃ পোহৰে সৰলৰেখাত গতি কৰে।
২। পোহৰ চকচকীয়া পৃষ্ঠত পৰিলে __________ সলনি কৰে।
উত্তৰঃ পোহৰ চকচকীয়া পৃষ্ঠত পৰিলে দিশ সলনি কৰে।
৩। __________ দাপোণত গঠিত হোৱা প্রতিবিম্বটো অসৎ হয়।
উত্তৰঃ সমতল দাপোণত গঠিত হোৱা প্রতিবিম্বটো অসৎ হয়।
৪। সূৰ্যৰ পোহৰ __________ প্ৰাথমিক ৰংৰ সমষ্টি।
উত্তৰঃ সূৰ্যৰ পোহৰ সাতটা প্ৰাথমিক ৰংৰ সমষ্টি।
৫। অবতল ___________ গঠিত প্ৰতিবিম্বটো কেতিয়াবা পর্দাত গঠন হয়।
উত্তৰঃ অবতল দাপোণত গঠিত প্ৰতিবিম্বটো কেতিয়াবা পর্দাত গঠন হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


