SEBA Class 7 Science Important Chapter 14 বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া

SEBA Class 7 Science Important Chapter 14 বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 14 বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 14 বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 14

IMPORTANT QUESTION AND ANSWER

১। বেটাৰী কাক বোলে?

উত্তৰঃ দুটা বা তাতকৈ বেছি বিদ্যুৎ কোষৰ সংযোগক বেটাৰি বোলে।

২। বেটাৰী সাংকেতিক চিহ্ন কি?

উত্তৰঃ বেটাৰিৰ সাংকেতিক চিহ্ন হৈছে —

৩। টৰ্চৰ বেটাৰী এটাৰ ধন আৰু ঋণ মেৰু দেখুওৱা।

উত্তৰঃ পিতলৰ টুপী = ধন মেৰু

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

দস্তাৰ চুঙা বা তলি = ঋণ মেৰু

৪। বালবৰ ফিলামেণ্ট কি ধাতুৰে তৈয়াৰ হয়? এই ধাতু লোৱাৰ কাৰণ কি?

উত্তৰঃ টাংষ্টেন ধাতু। কাৰণ এই ধাতুৰ ৰোধৰ মান (resistance) বহুত বেছি আৰু ই উচ্চ তাপ সহ্য কৰিব পাৰে।

৫। বিদ্যুতৰ কি গুণৰ বাবে হিটাৰ নিৰ্মাণ কৰিব পাৰি?

উত্তৰঃ বিদ্যুত প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ বাবে হিটাৰ নিৰ্মাণ কৰিব পাৰি।

৬। বিদ্যুতৰ খৰচ কমাবলৈ কিহত বাল্ব ব্যৱহাৰ কৰিব লাগে?

উত্তৰঃ CFL (Compact Fluorescent Lamp) বাল্ব ব্যৱহাৰ কৰা উচিত।

৭। বিদ্যুৎ প্ৰবাহ আৰু ক্ষমতা কি এককত জোখা হয়?

উত্তৰঃ বিদ্যুৎ প্ৰবাহৰ একক – এম্পিয়াৰ (Ampere),

ক্ষমতাৰ একক – ৱাট (Watt)।

৮। বিদ্যুতৰ তাপীয় ক্ৰিয়াৰ বাহিৰে আন কি গুণ আছে?

উত্তৰঃ বিদ্যুতৰ চুম্বকীয় গুণো আছে।

৯। কোনে বিদ্যুতৰ চুম্বকীয় ধৰ্মৰ কথা পোন প্ৰথমে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ হানচ্ খ্ৰীষ্টিয়ান অ’ৰষ্টেড।

১০। MCB মানে কি? ইয়াৰ ব্যৱহাৰ কি?

উত্তৰঃ MCB মানে Miniature Circuit Breaker। ইয়াক ফিউজৰ পৰিৱৰ্তে সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হয়।

খালী ঠাই পূৰ কৰা:

১। বিদ্যুৎ কোষৰ দীঘল ৰেখাটো ______________ প্রান্ত বুজায়।

উত্তৰঃ বিদ্যুৎ কোষৰ দীঘল ৰেখাটো ধনাত্মক প্রান্ত বুজায়।

২। অধিক বিদ্যুৎ প্ৰৱাহ হ’লে ফিউজৰ ______________ গলি যায়।

উত্তৰঃ অধিক বিদ্যুৎ প্ৰৱাহ হ’লে ফিউজৰ তাঁৰ গলি যায়।

৩। বৈদ্যুতিক বর্তনীৰ উপাদানবোৰ সংযোগ কৰা তাঁৰবোৰ _____________ দ্বাৰা নিৰ্দেশ কৰা হয়।

উত্তৰঃ বৈদ্যুতিক বর্তনীৰ উপাদানবোৰ সংযোগ কৰা তাঁৰবোৰ ৰেখাৰ দ্বাৰা নিৰ্দেশ কৰা হয়।

৪। হেনচ ক্ৰিষ্টিয়ান অ’ৰষ্টেডে বিদ্যুৎ প্ৰৱাহৰ __________ প্ৰভাৱ প্রথমে পৰ্যবেক্ষণ কৰিছিল।

উত্তৰঃ হেনচ ক্ৰিষ্টিয়ান অ’ৰষ্টেডে বিদ্যুৎ প্ৰৱাহৰ চুম্বকীয় প্ৰভাৱ প্রথমে পৰ্যবেক্ষণ কৰিছিল।

৫। বিভিন্ন আহিলাত বিদ্যুৎ __________ ব্যৱহাৰ কৰা যায়।

উত্তৰঃ বিভিন্ন আহিলাত বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা যায়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top