SEBA Class 7 Science Important Chapter 13 উদ্ভিদৰ প্ৰজনন

SEBA Class 7 Science Important Chapter 13 উদ্ভিদৰ প্ৰজনন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 13 উদ্ভিদৰ প্ৰজনন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 13

IMPORTANT QUESTION AND ANSWER

১। প্ৰজনন কাক বোলে?

উত্তৰঃ পিতৃ-মাতৃৰ পৰা নতুন বা পূৰ্বপুৰুষৰ পৰা নতুন পুৰুষৰ সৃষ্টি হোৱা প্ৰক্রিয়াকে প্রজনন বোলে।

২। অংগজ প্ৰজননৰ অংগসমূহৰ নাম লিখা।

উত্তৰঃ পাত, কাণ্ড আৰু মূল।

৩। উদ্ভিদৰ প্ৰজনন অংগৰ নাম কি?

উত্তৰঃ ফুল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। উদ্ভিদৰ প্ৰজননৰ মূল প্ৰকাৰ দুটা কি কি?

উত্তৰঃ অযৌন প্ৰজনন আৰু যৌন প্ৰজনন।

৫। ফুলৰ স্ত্ৰীজননাংগ আৰু পুংজননাংগৰ নাম কি কি?

উত্তৰঃ পুংস্তৱক (Stamen) আৰু স্ত্ৰীস্তৱক (Pistil)।

৬। জাইগ’ট কাক বোলে?

উত্তৰঃ পুংজনন কোষ আৰু স্ত্রীজনন কোষৰ মিলনৰ ফলত উৎপন্ন হোৱা কোষক জাইগ’ট (ভ্রূণাণু) বোলে।

খালী ঠাই পূৰ কৰা:

১। উদ্ভিদৰ __________ অংশবোৰেৰে অংগজ বংশ বিস্তাৰ ঘটে।

উত্তৰঃ উদ্ভিদৰ অংগজ অংশবোৰেৰে অংগজ বংশ বিস্তাৰ ঘটে।

২। শেলাই উদ্ভিদবোৰ __________ প্ৰক্ৰিয়াৰে সংখ্যাত বৃদ্ধি পায়।

উত্তৰঃ শেলাই উদ্ভিদবোৰ বিভাজন প্ৰক্ৰিয়াৰে সংখ্যাত বৃদ্ধি পায়।

৩। যৌন প্রজননত পুং আৰু স্ত্রীজনন কোষ মিলি __________ গঠন কৰে।

উত্তৰঃ যৌন প্রজননত পুং আৰু স্ত্রীজনন কোষ মিলি যোজনকোষ গঠন কৰে।

৪। বীজ বিস্তাৰণত __________, পানী আৰু প্ৰাণীৰ ভূমিকা থাকে।

উত্তৰঃ বীজ বিস্তাৰণত বায়ু, পানী আৰু প্ৰাণীৰ ভূমিকা থাকে।

৫। যিবোৰ ফুলত পুংকেশৰ আৰু স্ত্রীকেশৰ উভয়ে থাকে তেনে ফুলক ____________ ফুল বোলে।

উত্তৰঃ যিবোৰ ফুলত পুংকেশৰ আৰু স্ত্রীকেশৰ উভয়ে থাকে তেনে ফুলক উভয়লিংগী ফুল বোলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top