SEBA Class 7 Science Chapter 1 আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Chapter 1 আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন Solutions and select need one. SEBA Class 7 Science Textual Notes Download PDF. SCERT Class 7 Science New Textbook Question Answer in Assamese.
SEBA Class 7 Science Chapter 1 আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Question Answer for All Chapters, You can practice these here.
আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter: 1
| অনুশীলনী |
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ?
(a) কাঠ জ্বলোৱা।
(b) লোত মামৰে ধৰা।
(c) বৰফ গলি যোৱা।
(d) গাখীৰ টেঙা হৈ হোৱা।
উত্তৰঃ (c) বৰফ গলি যোৱা।
(ii) তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন?
(a) ৰবৰবেণ্ড টনা।
(b) পানী উতলোৱা।
(c) মেগনেছিয়ামৰ ফিতা জ্বলোৱা।
(d) কাগজ টুকুৰা টুকুৰ কৰা।
উত্তৰঃ (c) মেগনেছিয়ামৰ ফিতা জ্বলোৱা।
(iii) তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি?
(a) পানী গোট মৰা।
(b) পানীত চেনি দ্রৱীভূত কৰা।
(c) পানী গৰম কৰা।
(d) কাগজ জ্বলোৱা।
উত্তৰঃ (d) কাগজ জ্বলোৱা।
(iv) তলৰ কোনটোৱে লোৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে?
(a) সেমেকা ঠাইত সংৰক্ষণ কৰা।
(b) পৃষ্ঠখনত ৰং বা তেল সনা।
(c) সঘনাই পানীৰে ধোৱা।
(d) বৰষুণৰ সংস্পৰ্শলৈ অনা।
উত্তৰঃ (b) পৃষ্ঠখনত ৰং বা তেল সনা।
2. তলৰ কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য?
(i) নতুন পদাৰ্থৰ সৃষ্টি হয়।
(ii) কোনো নতুন পদার্থ উৎপন্ন নহয়।
(iii) সাধাৰণতে ই অপ্রত্যাৱৰ্তী।
(iv) কেৱল পদাৰ্থৰ অৱস্থাহে সলনি হয়।
(a) (i) আৰু (iii)
(b) (ii) আৰু (iv)
(c) (i) আৰু (ii)
(d) (iii) আৰু (iv)
উত্তৰঃ (a) (i) আৰু (iii)
3. তলৰ কোনটো পৰিৱৰ্তন প্রত্যাৱর্তন কৰিব পাৰি আৰু কোনটো প্রত্যাৱর্তন কৰিব নোৱাৰি।
(a) বৰফৰ টুকুৰা গলি যোৱা।
উত্তৰঃ প্রত্যাৱর্তন কৰিব পাৰি।
(b) কাগজ জ্বলোৱা।
উত্তৰঃ প্রত্যাৱর্তন কৰিব নোৱাৰি।
(c) বেলুন ফুলোৱা।
উত্তৰঃ প্রত্যাৱর্তন কৰিব পাৰি।
(d) খাদ্য হজম হোৱা।
উত্তৰঃ প্রত্যাৱর্তন কৰিব নোৱাৰি।
(e) ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা।
উত্তৰঃ প্রত্যাৱর্তন কৰিব পাৰি।
(f) লোহাত মামৰে ধৰা।
উত্তৰঃ প্রত্যাৱর্তন কৰিব নোৱাৰি।
(g) ৰবৰবেণ্ড টনা।
উত্তৰঃ প্রত্যাৱর্তন কৰিব পাৰি।
(h) কেক বেকিং কৰা।
উত্তৰঃ প্রত্যাৱর্তন কৰিব নোৱাৰি।
(i) পেঞ্চিল জোঙা কৰা।
উত্তৰঃ প্রত্যাৱর্তন কৰিব নোৱাৰি।
(j) পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা।
উত্তৰঃ প্রত্যাৱর্তন কৰিব পাৰি।
4. তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ? যদি অশুদ্ধ হয়, সেইটো শুদ্ধকৈ লিখা।
(a) পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন।
উত্তৰঃ অশুদ্ধ। পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন।
(b) কাঠ জ্বলালে ছাই, কার্বন ডাইঅক্সাইড, জলীয় বাষ্প আদি নতুন পদার্থ উৎপন্ন হয়।
উত্তৰঃ শুদ্ধ।
(c) কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন।
উত্তৰঃ শুদ্ধ।
(d) পানী ভাপ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন।
উত্তৰঃ অশুদ্ধ। পানী ভাপ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

