🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 6 Charitra Path Chapter 8 আত্ম কথা

SEBA Class 6 Charitra Path Chapter 8 আত্ম কথা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path Chapter 8 আত্ম কথা Solutions and select need one. SEBA Class 6 Charitra Path Solutions Assamese Medium Download PDF. SEBA Class 6 Charitra Path Texbook Solutions Assamese Medium.

SEBA Class 6 Charitra Path Chapter 8 আত্ম কথা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Charitra Path Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SCERT Class 6 Charitra Path Textbook Solutions, Charitra Path Class 6 Textbook Solutions for All Chapters, You can practice these here.

আত্ম কথা

Chapter: 8

দ্বিতীয় খণ্ড

অনুশীলনী

১। ঢেঁকী কেনেকৈ তৈয়াৰ কৰা হয়?

উত্তৰঃ ঢেঁকী শিলিখা গছেৰে তৈয়াৰ কৰা হয়। এটা জোখত গছৰ টুকুৰাটো কাটি ৰাণ্ডা মাৰি বাঢ়ৈয়ে তৈয়াৰ কৰা হয়।

২। ‘বহনিমাৰি’ বুলিলে কি বুজা যায়?

উত্তৰঃ ধান, চিৰা আদি খুন্দিবলৈ ব্যৱহাৰ কৰাৰ সময়ত কাষত মাৰি এডাল পুতি লয়। সেইডালক বহনিমাৰি বোলা হয়।

৩। ঢেঁকী কোন কামত ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ ধান খুন্দা, চিৰা-সান্দহ খুন্দা, খাৰলিৰ বাবে সৰিয়হ খুন্দা আদি কামত ঢেঁকী ব্যৱহাৰ কৰা হৈছিল।

৪। ঢেঁকীৰ মাতত ৰাইজে কোন উৎসৱৰ আগমন পায়?

উত্তৰঃ ঢেঁকীৰ মাতত ৰাইজে বিহু উৎসৱৰ আগমন পায়।

৫। ঢেঁকীৰ স্থান আজিকালি ক’ত দেখা যায়?

উত্তৰঃ ঢেঁকীৰ স্থান আজিকালি গাঁৱত এঘৰ-দুঘৰত আৰু যাদুঘৰতহে দেখা যায়।

খালি ঠাই পূৰ কৰা:

১। ঢেঁকী _______ গছেৰে তৈয়াৰ কৰিলে ভাল হয়।

উত্তৰঃ ঢেঁকী শিলিখা গছেৰে তৈয়াৰ কৰিলে ভাল হয়।

২। বিহুৰ আগত পিঠা-পনাৰ বাবে _______ খুন্দা হয়।

উত্তৰঃ বিহুৰ আগত পিঠা-পনাৰ বাবে পিঠাগুড়ি খুন্দা হয়।

৩। ঢেঁকীৰ __________ অলপ পাতল আৰু চিঞা কৰা হয়।

উত্তৰঃ ঢেঁকীৰ ফিছা ফাল অলপ পাতল আৰু চিঞা কৰা হয়।

৪। বহনিমাৰিৰ সহায়েৰে ধান _________ লৈ ঠেলি দিছিল।

উত্তৰঃ বহনিমাৰিৰ সহায়েৰে ধান খুন্দিবলৈ ঠেলি দিছিল।

৫। অসমৰ জনজীৱনত __________ সুকীয়া স্থান আছিল।

উত্তৰঃ অসমৰ জনজীৱনত ঢেঁকীৰ সুকীয়া স্থান আছিল।

শুদ্ধ আৰু অশুদ্ধ বাছি উলিওৱা।

১। ঢেঁকী সাধাৰণতে লোহাৰে তৈয়াৰ কৰা হয়।

উত্তৰঃ অশুদ্ধ।

২। বিহুৰ পিঠা-পনা তৈয়াৰত ঢেঁকীৰ ভূমিকা আছিল।

উত্তৰঃ শুদ্ধ।

৩। বহনিমাৰি এটা বস্তু যাৰ দ্বাৰা ঢেঁকী বনোৱা হয়।

উত্তৰঃ অশুদ্ধ।

৪। আজিকালি ঢেঁকীৰ সংখ্যা আগতকৈ বৃদ্ধি পাইছে।

উত্তৰঃ অশুদ্ধ।

৫। অসমৰ জনজীৱনত ঢেঁকীৰ সুকীয়া স্থান আছিল।

উত্তৰঃ শুদ্ধ।

‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
ঢেঁকীধান ঠেলিবলৈ ব্যৱহাৰ কৰা এবিধ পুতি
বহনিমাৰিঢেঁকী তৈয়াৰ কৰিবলৈ ব্যৱহৃত কাঠ
শিলিখা গছধান বা চিৰা ভজা ঠাই
জুহালঅসমীয়াৰ মুখ্য উৎসৱ
বিহুধান খুন্দিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
ঢেঁকীধান খুন্দিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি
বহনিমাৰিধান ঠেলিবলৈ ব্যৱহাৰ কৰা এবিধ পুতি
শিলিখা গছঢেঁকী তৈয়াৰ কৰিবলৈ ব্যৱহৃত কাঠ
জুহালধান বা চিৰা ভজা ঠাই
বিহুঅসমৰ মুখ্য উৎসৱ
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top