SEBA Class 6 Assamese MCQ Chapter 8 বিৰুৱালা ৰাভা

SEBA Class 6 Assamese MCQ Chapter 8 বিৰুৱালা ৰাভা Question Answer As Per SEBA/SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Assamese Multiple Choice Solutions and select need one. SEBA Class 6 Assamese Objective Type Question Answers Download PDF. SCERT Assamese MCQ Class 6 Solutions. Assam SCERT Board Class 6 Assamese MCQs Question Answer. Class 6 Unmesh MCQ Question Answer.

SEBA Class 6 Assamese MCQ Chapter 8 বিৰুৱালা ৰাভা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Assamese MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 8

MCQ

১। বীৰুবালা ৰাভাৰ জন্ম ক’ত হৈছিল?

(i) গুৱাহাটী।

(ii) ধুবুৰী।

(iii) তেজপুৰ।

(iv) নগাঁও।

উত্তৰঃ (ii) ধুবুৰী।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। বীৰুবালা ৰাভাৰ ডাঙৰ পুতেকৰ নাম কি আছিল?

(i) বিষুপ্ৰসাদ ৰাভা।

(ii) কুমলী ৰাভা।

(iii) ধর্মেশ্বৰ ৰাভা।

(iv) দয়ালু ৰাভা।

উত্তৰঃ (iii) ধর্মেশ্বৰ ৰাভা।

৩। বীৰুবালা ৰাভাৰ মিছন বীৰুবালা অভিযান কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

(i) ২০০১ খ্ৰীষ্টাব্দ।

(ii) ২০১১ খ্ৰীষ্টাব্দ।

(iii) ২০১৫ খ্ৰীষ্টাব্দ।

(iv) ২০১৭ খ্ৰীষ্টাব্দ।

উত্তৰঃ (ii) ২০১১ খ্ৰীষ্টাব্দ।

৪। বীৰুবালা ৰাভাক কোনে ‘শান্তিৰ নোবেল বঁটা’ৰ বাবে মনোনীত কৰিছিল?

(i) গুৱাহাটী বিশ্ববিদ্যালয়।

(ii) অসম চৰকাৰ।

(iii) ৰাষ্ট্ৰসংঘই।

(iv) ভাৰত চৰকাৰ।

উত্তৰঃ (iii) ৰাষ্ট্ৰসংঘই।

৫। কিমান খ্ৰীষ্টাব্দত বীৰুবালা ৰাভাৰ দেউতাকৰ মৃত্যু হৈছিল?

(i) ১৯৬৪ খ্ৰীষ্টাব্দ।

(ii) ১৯৭৮ খ্ৰীষ্টাব্দ।

(iii) ১৯৯৬ খ্ৰীষ্টাব্দ।

(iv) ২০০১ খ্ৰীষ্টাব্দ।

উত্তৰঃ (i) ১৯৬৪ খ্ৰীষ্টাব্দ।

৬। ‘অসম ডাইনী অপৰাধ (প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা) আইন’ কেতিয়া প্ৰণয়ন কৰা হৈছিল?

(i) ২০১৫ খ্ৰীষ্টাব্দ।

(ii) ২০১৭ খ্ৰীষ্টাব্দ।

(iii) ২০২০ খ্ৰীষ্টাব্দ।

(iv) ২০১৯ খ্ৰীষ্টাব্দ।

উত্তৰঃ (i) ২০১৫ খ্ৰীষ্টাব্দ।

৭। কিমান খ্ৰীষ্টাব্দত বীৰুবালা ৰাভাই ‘পদ্মশ্রী’ সন্মান লাভ কৰিছিল?

(i) ২০১০ খ্ৰীষ্টাব্দত।

(ii) ২০১৫ খ্ৰীষ্টাব্দত।

(iii) ২০২০ খ্ৰীষ্টাব্দত।

(iv) ২০২১ খ্ৰীষ্টাব্দত।

উত্তৰঃ (iv) ২০২১ খ্ৰীষ্টাব্দত।

৮। বীৰুবালা ৰাভাৰ প্রিয় খেল কি আছিল?

(i) ফুটবল।

(ii) ক্রিকেট।

(iii) কেৰম আৰু লুডু।

(iv) হকি।

উত্তৰঃ (iii) কেৰম আৰু লুডু।

৯। বীৰুবালাই কোনটো শ্রেণীলৈকে আনুষ্ঠানিক শিক্ষা গ্রহণ কৰিছিল?

(i) তৃতীয়।

(ii) পঞ্চম।

(iii) সপ্তন।

(iv) অষ্টম।

উত্তৰঃ (ii) পঞ্চম।

১০। কিমান খ্ৰীষ্টাব্দত বীৰুবালা ৰাভাক ৰাষ্ট্ৰসংঘই ‘শান্তিৰ নোবেল বঁটা’ৰ বাবে মনোনীত কৰিছিল?

(i) ২০১০ খ্ৰীষ্টাব্দত।

(ii) ২০১৫ খ্ৰীষ্টাব্দত।

(iii) ২০২০ খ্ৰীষ্টাব্দত।

(iv) ২০০৫ খ্ৰীষ্টাব্দত।

উত্তৰঃ (iv) ২০০৫ খ্ৰীষ্টাব্দত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top