SEBA Class 10 Social Science Important Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

SEBA Class 10 Social Science Important Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Social Science Important Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Solutions in Assamese and select need one. Class 10 Social Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Social Science in Assamese.

SEBA Class 10 Social Science Important Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Social Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Social Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 7

প্ৰথম খণ্ড: ইতিহাস
IMPORTANT QUESTION AND ANSWER

১। স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?

উত্তৰঃ স্থলমণ্ডলে ভূপৃষ্ঠৰ ২৯ শতাংশ আগুৰি আছে। 

২। জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?

উত্তৰঃ জলমণ্ডলে ভূ-পৃষ্ঠৰ ৭১ শতাংশ আগুৰি আছে।

৩। ভূ-পৃষ্ঠৰ পৰা কিমান কিলমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে?

উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪৮০ কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। জীৱমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে?

উত্তৰঃ জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে।

৫। প্ৰদূষক কাক বোলে?

উত্তৰঃ ঘাইকৈ মানুহে সৃষ্টি কৰা দ্রব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হলে জীৱজন্তুৰ ক্ষতি সাধন কৰিব পাৰে। এনে দ্ৰব্যক প্ৰদূষক বোলে।

৬। ১৯৯১ চনৰ উদ্‌গীৰণটোৰ নাম কি? 

উত্তৰঃ ১৯৯১ চনৰ উদ্‌গীৰণটোৰ নাম হ’ল- মাউন্ট পিনাটুব’ৰ (Mount Pinatubo)।

৭। ভাৰতৰ পূৰ্বাংশ কোনটো ভূকম্পন বলয়ৰ অন্তৰ্গত?

উত্তৰঃ ভাৰতৰ পূৰ্বাংশ আল্লাহ-হিমালয় ভূ-কম্পন বলয়ৰ অন্তৰ্গত।

৮। বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰ’জেন গেছ আছে?

উত্তৰঃ বায়ুমণ্ডলত ৭৮.০৮ শতাংশ নাইট্ৰ’জেন গেছ আছে।

৯। বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত কিমান শতাংশ কার্বন-ডাই-অক্সাইড গেছ আছে? 

উত্তৰঃ বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত ০.০৩% কার্বন-ডাই-অক্সাইড গেছ আছে।

১০। দুবিধ সেউজ গৃহৰ গেছৰ নাম লিখা।

উত্তৰঃ দুবিধ সেউজ গৃহৰ গেছৰ নাম হ’ল-

(i) মিথেন। আৰু 

(ii) আর্গন।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। পৰিৱেশ বুলি কি বুজা যায়? পৃথিৱীৰ পৰিৱেশ গঠন কৰা মণ্ডলসমূহৰ বিষয়ে লিখা।

উত্তৰঃ পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়, য’ত জৈৱ (Biotic) আৰু অজৈৱ (Abiotic) উপাদানসমূহ থাকে। এই উপাদানসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক থাকে যিয়ে জীৱৰ জীৱনধাৰণৰ বাবে উপযোগী পৰিস্থিতি সৃষ্টি কৰে।

পৃথিৱীৰ পৰিৱেশ মূলতঃ চাৰিটা মণ্ডলে গঠন কৰিছে–

(ক) স্থলমণ্ডল (Lithosphere): শিল, মাটি, বালি আদিৰে গঠিত।

(খ) জলমণ্ডল (Hydrosphere): সাগৰ, নদী, হ্ৰদ, জলাশয় আদি।

(গ) বায়ুমণ্ডল (Atmosphere): নাইট্ৰ’জেন, অক্সিজেন, CO₂ আদি গেছৰ মিশ্ৰণ।

(ঘ) জীৱমণ্ডল (Biosphere): উদ্ভিদ, প্ৰাণী, অণুজীৱ আদি।

এই সকলো মণ্ডলে পৰস্পৰে জড়িত হৈ পৃথিৱীৰ পৰিৱেশ গঠন কৰে।

২। পৰিৱেশৰ উপাদানসমূহ কিদৰে প্ৰদূষিত হয়? উদাহৰণসহ ব্যাখ্যা দিয়া।

উত্তৰঃ পৰিৱেশৰ উপাদানসমূহ মানৱ কার্যকলাপৰ ফলত প্ৰদূষিত হয়।

(ক) মাটি প্ৰদূষণ: আধুনিক কৃষিত ৰাসায়নিক সাৰ, কীটনাশক, অপতৃণনাশক, আৰু প্লাষ্টিক পদাৰ্থ ব্যৱহাৰ কৰা হয়, যিয়ে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে।

(খ) বায়ু প্ৰদূষণ: যানবাহন, কল-কাৰখানা, বনজুইৰ ধোঁৱা আদি বায়ুমণ্ডলত ক্ষতিকাৰক গেছ (CO₂, SO₂, NO₂) বৃদ্ধি কৰে।

(গ) পানী প্ৰদূষণ: নগৰ আৰু উদ্যোগৰ অপদ্ৰব্য নদী, হ্ৰদ, জলাশয় আদি পানীত পৰি তাত থকা উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰে।

এই প্ৰদূষণে মানুহ আৰু জীৱজগতৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top