SEBA Class 10 Social Science Important Chapter 6 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

SEBA Class 10 Social Science Important Chapter 6 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Social Science Important Chapter 6 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ Solutions in Assamese and select need one. Class 10 Social Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Social Science in Assamese.

SEBA Class 10 Social Science Important Chapter 6 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Social Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Social Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 6

প্ৰথম খণ্ড: ইতিহাস
IMPORTANT QUESTION AND ANSWER

১। “এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অর্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য।” এই কথাষাৰ কোনে কৈছিল?

উত্তৰঃ এই কথাষাৰ আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জর্জ হিমে (George Chisholm) কৈছিল।

২। WWFৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ WWFৰ সম্পূৰ্ণ নামটো হ’ল- World Wide Fund for Nature. 

৩। “সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব” – কোনে কৈছিল?

উত্তৰঃ প্ৰখ্যাত অর্থনীতিবিদ জিম্মাৰমানে (Zimmermann) কৈছিল।

৪। মানুহ সম্পদৰ লগত কেই ধৰণে জড়িত?

উত্তৰঃ মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত— 

(ক) সম্পদ উৎপাদক হিচাপে।

(খ) উপভোক্তা হিচাপে।

৫। মাছ এবিধ কি সম্পদ?

উত্তৰঃ মাছ এবিধ নৱীকৰণ যোগ্য সম্পদ।

৬। প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনা এটাৰ উদাহৰণ দিয়া? 

উত্তৰঃ অনুৰ্বৰ মাটি বা বানপানী জৰ্জৰিত অঞ্চল। 

৭। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ বিশ্ব পৰিৱেশ দিৱস ৫ জুন তাৰিখে পালন কৰা হয়।

৮। দুবিধ শক্তিৰ উৎসৰ নাম লিখা।

উত্তৰঃ দুবিধ শক্তিৰ উৎসৰ নাম হ’ল- কয়লা আৰু খনিজতেল। 

৯। দামোদৰ নদী ক’ত আছে?

উত্তৰঃ দামোদৰ নদী পশ্চিমবংগত আছে।

১০। মানৱ সম্পদত আগবঢ়া এখন দেশৰ নাম লিখা। 

উত্তৰঃ মানৱ সম্পদত আগবঢ়া এখন দেশৰ নাম হ’ল- জাপান।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। অৰ্থনৈতিক ভূগোল বুলিলে কি বুজা যায়? ইয়াৰ বিষয়বস্তু আৰু উদ্দেশ্য বুজাই লিখা।

উত্তৰঃ অর্থনৈতিক ভূগোল হৈছে ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা, য’ত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কার্যকলাপ স্থান আৰু সময়ৰ পৰিপ্ৰেক্ষিতত অধ্যয়ন কৰা হয়। আধুনিক অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য হ’ল এখন অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন কেনেদৰে আৰু কিয় ঘটে সেয়া বুজি পোৱা।

এই শাখাটোৰ বিষয়বস্তুৰ ভিতৰত পৰে- 

(i) প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ স্থানিক বৈচিত্র্য।

(ii) উৎপাদনৰ ধৰণ।

(iii) পৰিবহণ আৰু যোগাযোগ।

(iv) বজাৰ, বিতৰণ আৰু ব্যৱসায়।

(v) মানৱ সম্পদ, উদ্যোগ আৰু কৃষি আদি।

অর্থনৈতিক ভূগোলৰ অধ্যয়নে মানুহৰ আঞ্চলিক দিশত কেনেদৰে সম্পদ ব্যৱহাৰ কৰে, কোন ঠাইত কেনেধৰণৰ বৃত্তি বেছি দেখা যায়, কেনেকৈ সম্পদ সংৰক্ষণ কৰিব পাৰি আদি বিষয়ে গভীৰ জ্ঞান দিয়ে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top