Class 9 Social Science MCQ Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন

Class 9 Social Science MCQ Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন

Join Telegram channel

Table of Contents

SEBA Class 9 Social Science MCQ Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন

Chapter – 1

প্ৰথম খণ্ড : ইতিহাস

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. কনষ্টান্টিনোপল তুৰ্কীসকলে দখল কৰিছিল?

(ক) ১২৫৩ খ্ৰীঃত।

(খ) ১৪৫৩ খ্ৰীঃত।

(গ) ১৩৫৩ খ্ৰীঃত।

(ঘ) ১৫৫৩ খ্ৰীঃত।

উত্তৰঃ (খ) ১৪৫৩ খ্ৰীঃত।

2. ‘ভাস্ক’ ডা-গামাই নতুন জলপথ আৱিষ্কাৰ কৰিছিল?

(ক) ১৪৯৮ খ্ৰীঃত।

(খ) ১৪৮৭ খ্ৰীঃত।

(গ) ১৫৮৭ খ্রীঃত।

(ঘ) ১৫৯৮ খ্ৰীঃত।

উত্তৰঃ (ক) ১৪৯৮ খ্ৰীঃত।

3. ইষ্ট-ইণ্ডিয়া কোম্পানী গঠন হৈছিল?

(ক) ১৪৯৮ চনত।

(খ) ১৫০০ চনত।

(গ) ১৬০০ চনত।

(ঘ) ১৫৯৯ চনত।

উত্তৰঃ (গ) ১৬০০ চনত।

4. উইলিয়াম হকিন্সে কিমান খ্ৰীঃত জাহাংগীৰক সাক্ষাৎ কৰিছিল?

(ক) ১৬১০ খ্রীঃত।

(খ) ১৬০৮ খ্ৰীঃত।

(গ) ১৫০৯ খ্রীঃত।

(ঘ) ১৬০৯ খ্ৰীঃত।

উত্তৰঃ (ঘ) ১৬০৯ খ্ৰীঃত।

5. ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল?

(ক) দেশ স্বাধীন কৰা।

(খ) দেশত চিকিৎসা সেৱা আগবঢ়োৱা।

(গ) বেহা-বেপাৰ কৰা।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) বেহা-বেপাৰ কৰা।

6. ১৬১১ খ্ৰীঃত কোন ঠাইত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল?

(ক) লোথাল।

(খ) বালিকট।

(গ) গোবিন্দপুৰ।

(ঘ) মুছলিপট্টম।

উত্তৰঃ (ঘ) মুছলিমপট্টম।

7. ফর্ট উইলিয়াম নামটো কাৰ সন্মানাৰ্থে ৰখা হৈছিল?

(ক) ৰজা প্রথম উইলিয়াম।

(খ) দ্বিতীয় উইলিয়াম।

(গ) তৃতীয় উইলিয়াম।

(ঘ) চতুর্থ উইলিয়াম।

উত্তৰঃ (গ) তৃতীয় উইলিয়াম।

8. কলকাতাৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্র স্থাপন হৈছিল?

(ক) ১৬৬০ চনত।

(খ) ১৭৬০ চনত।

(গ) ১৮৬০ চনত।

(ঘ) ১৫৬০ চনত।

উত্তৰঃ (খ) ১৭৬০ চনত।

9. পলাচীৰ যুদ্ধ কিমান চনত হৈছিল?

(ক) ১৭৫৭ চনত।

(খ) ১৬৫৭ চনত।

(গ) ১৮৫৭ চনত।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ১৭৫৭ চনত।

10. ভাৰতত ঔপনিবেশিক সাম্রাজ্য স্থাপন কৰিছিল?

(খ) হকিন্স।

(ঘ) জব চার্ণক।

(ক) ছাৰমান।

(গ) ৰবাৰ্ট ক্লাইভ।

উত্তৰঃ (গ) ৰবাৰ্ট ক্লাইভ।

11. পৰাধীন ভাৰতৰ বৃটিছ আসনক কেইটা ভাগত ভগাব পাৰি?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

12. ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্রাম?

(ক) ১৮৫৭।

(খ) ১৭৫৭।

(গ) ১৯৫৭।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ১৮৫৭।

13. চিপাহী বিদ্রোহ কিমান চনত হৈছিল?

(ক) ১৮৫৭ চনত।

(খ) ১৯৫৭ চনত।

(গ) ১৭৫৭ চনত।

(ঘ) ১৭৫৭ চনত।

উত্তৰঃ (ক) ১৮৫৭ চনত।

14. ১৭৬৫ চনত কি চুক্তি হৈছিল?

(ক) পুণে চুক্তি।

(খ) লাহোৰ চুক্তি।

(গ) এলাহাবাদ চুক্তি।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) এলাহাবাদ চুক্তি।

15. বংগত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল?

(ক) ১৭৬৫ চনত।

(খ) ১৭৬৮ চনত।

(গ) ১৮৬৫ চনত।

(ঘ) ১৬৬৫ চনত।

উত্তৰঃ (ক) ১৭৬৫ চনত।

16. ৰেণ্ডলেটিং এক্ট কেতিয়া হৈছিল?

(ক) ১৬৭৩ চনত।

(খ) ১৮৭৩ চনত।

(গ) ১৯৭৩ চনত।

(ঘ) ১৭৭৩ চনত।

উত্তৰঃ (ঘ) ১৭৭৩ চনত।

17. পিটৰ ‘ভাৰত আইন’ কেতিয়া হৈছিল?

(ক) ১৭৮৪ চনত।

(খ) ১৬৮৪ চনত।

(গ) ১৯৮৪ চনত।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ১৭৮৪ চনত।

18. বেৰেকপুৰুত চিপাহী ছাউনীত ইংৰাজ বিষয়ালৈ গুলীবৰ্ষণ কৰিছিল?

(ক) কোশল কোঁৱৰ।

(খ) মণিৰাম দেৱান।

(গ) মংগল পাণ্ডে।

(ঘ) এজনো নহয়।

উত্তৰঃ (গ) মংগল পাণ্ডে।

19. “ভাৰত চৰকাৰ আইন’ প্রণয়ন কৰিছিল?

(ক) ১৭৫৭ চনৰ ২ আগষ্ট।

(খ) ১৯৫৭ চনৰ ২ আগষ্ট।

(গ) ১৬৫৭ চনৰ ২ আগষ্ট।

(ঘ) ১৮৫৮ চনৰ ২ আগষ্ট।

উত্তৰঃ (ঘ) ১৮৫৮ চনৰ ২ আগষ্ট।

20. ভাৰত সচিবক সহায় কৰিবৰ বাবে কিমানজন সদস্যৰ পৰিষদ গঠন কৰা হয়?

(ক) ১৬ জনীয়া।

(খ) ১৭ জনীয়া।

(গ) ১৫ জনীয়া।

(ঘ) ২০ জনীয়া।

উত্তৰঃ (গ) ১৫ জনীয়া।

21. উডৰ শিক্ষা আঁচনি কোনে প্ৰৱৰ্তন কৰিছিল?

(ক) লর্ড কেনিং।

(খ) লৰ্ড ৰিপণ।

(গ) উইলিয়াম হকিন্স।

(ঘ) বেণ্টিঙে।

উত্তৰঃ (ক) লৰ্ড কেনিং।

22. ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন হৈছিল?

(ক) ১৭৬১ চনত।

(খ) ১৬৬১ চনত।

(গ) ১৯৬১ চনত।

(ঘ) ১৮৬১ চনত।

উত্তৰঃ (ঘ) ১৮৬১ চনত।

23. অসমৰ প্ৰথম আই. চি. এছ পদবী লাভ কৰিছিল?

(ক) আনন্দৰাম বৰুৱা।

(খ) তৰুণৰাম ফুকন।

(গ) হেমচন্দ্ৰ বৰুৱা।

(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা।

উত্তৰঃ (ক) আনন্দৰাম বৰুৱা।

24. ভাৰতৰ প্রথম আই. চি. এছ পদৱী লাভ কৰোঁতা?

(ক) অমর্ত্য সেন।

(খ) আনন্দৰাম বৰুৱা।

(গ) ৰবিন্দ্ৰনাথ ঠাকুৰ।

(ঘ) সত্যেন্দ্ৰ নাথ বৰুৱা।

উত্তৰঃ (ঘ) সত্যেন্দ্ৰ নাথ বৰুৱা।

25. লী আয়োগ গঠন কৰিছিল?

(ক) ১৯২৩ চনত।

(খ) ১৯২২ চনত।

(গ) ১৯১৯ চনত।

(ঘ) ১৯২০ চনত।

উত্তৰঃ (ক) ১৯২৩ চনত।

26. ফাৰুখছিয়াৰৰ ফৰমান–

(ক) ১৬১৩-১৬১৯

(খ) ১৬১৩-১৬২৩

(গ) ১৭১৩-১৭১৯

(ঘ) ১৭১৩-১৭২০

উত্তৰঃ (গ) ১৭১৩-১৭১৯

27. ভাৰতীয় পৰিষদ আইন কেতিয়া প্রণয়ন হৈছিল?

(ক) ১৮৬০

(খ) ১৯৬১

(গ) ১৮৬১

(ঘ) ১৯৬০

উত্তৰঃ (গ) ১৮৬১

28. গ্ৰীক আৰু ৰোমান জাতিসকলে কোন দেশৰ স্থলপথেদি ভাৰতত প্ৰৱেশ কৰে?

(ক) পাৰস্য, আফগানিস্তান।

(খ) চীন, লোহিত।

(গ) আফগানিস্তান, নেপাল।

(ঘ) ভূটান, পাৰস্য।

উত্তৰঃ (ক) পাৰস্য, আফগানিস্তান।

29. বার্থ’ল’ মিউ ডিয়াজ কোন দেশৰ নাৱিক আছিল?

(ক) আৰব।

(খ) ভাৰত।

(গ) ইৰাণ।

(ঘ) পর্তুগীজ (পর্তুগাল)।

উত্তৰঃ (ঘ) পর্তুগীজ (পর্তুগাল)।

30. আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল?

(ক) কপাৰ নিকাচ।

(খ) মেগালান।

(গ) কলম্বাচ।

(ঘ) এজনো নহয়।

উত্তৰঃ (গ) কলম্বাচ।

31. ভাস্ক’-ডা-গামাৰ মৃত্যু ক’ত হৈছিল?

(ক) মংগলদৈ।

(খ) কোচি।

(গ) তেজপুৰ।

(ঘ) বাৰানসী।

উত্তৰঃ (খ) কোচি।

32. বাৰ্থ’ল’ মিউ ডিয়াজৰ জন্ম কিমান খ্রীষ্টাব্দত হৈছিল?

(ক) ১৪৫০

(খ) ১৪৬০

(গ) ১৫৫০

(ঘ) ১৬৫০

উত্তৰঃ (ক) ১৪৫০

33. ফ্রান্সিচ ড্রেকে কিমান খ্ৰীষ্টাব্দত পৃথিৱী প্রদক্ষিণ কৰে?

(ক) ১৫৮২

(খ) ১৫৮০

(গ) ১৪৮০

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ১৫৮০

34. ভাৰত আৰু ব্ৰহ্মদেশ ভ্রমণ কৰি ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল—

(ক) নেলছন মেণ্ডেলা।

(খ) ডিয়াজ।

(গ) ৰ‌্যালফ ফিটচ্।

(ঘ) এজনো নহয়।

উত্তৰঃ (গ) ৰ‌্যালফ ফিটচ্।

35. হকিন্সে কোন নদীৰ মোহনাৰে চুৰাট বন্দৰত প্ৰবেশ কৰিছিল?

(ক) তাপ্তী।

(খ) সিন্ধু।

(গ) বৰাক।

(ঘ) গংগা।

উত্তৰঃ (ক) তাপ্তী।

36. ইংলেণ্ডৰ ৰজা প্রথম জেমছে কিমান খ্রীষ্টাব্দত উইলিয়াম হকিন্সৰ হতুৱাই এখন আবেদন পত্র প্ৰেৰণ কৰিছিল?

(ক) ১৬০৯

(খ) ১৬০৮

(গ) ১৭০০

(ঘ) ১৬০০

উত্তৰঃ (খ) ১৬০৮।

37. ১৭১৫ খ্রীষ্টাব্দত জন ছাৰমানে ভাৰতত কাক সাক্ষাৎ কৰিছিল?

(ক) জাহাংগীৰ।

(খ) ঔৰংগজেব।

(গ) ফাৰুখছিয়াৰ।

(ঘ) এজনো নহয়।

উত্তৰঃ (গ) ফাৰুখছিয়াৰ।

38. ইংৰাজ সকলে প্ৰথমবাৰ আগ্ৰাত কেতিয়া প্রবেশ কৰে?

(ক) ১৫৯৯

(খ) ১৬০০

(গ) ১৬০৫

(ঘ) ১৬০৯

উত্তৰঃ (ঘ) ১৬০৯ খ্রীষ্টাব্দত।

39. মোগল সম্রাট জাহাংগীৰৰ মৃত্যু কেতিয়া আৰু ক’ত হৈছিল?

(ক) ১৬২৭ খ্রীষ্টাব্দ, কাশ্মীৰত।

(খ) ১৬২৮ খ্রীষ্টাব্দ, দিল্লীত।

(গ) ১৬৩০ খ্রীষ্টাব্দ, আজমীৰত।

(ঘ) ১৬৩৫ খ্রীষ্টাব্দ, নলবাৰীত।

উত্তৰঃ (ক) ১৬২৭ খ্ৰীষ্টাব্দ, কাশ্মীৰত।

40. ১৬৩৯ খ্ৰীষ্টাব্দত আৰামাগাঁৱৰ বাণিজ্য কেন্দ্ৰটোৰ কি নতুন নাম দিছিল?

(ক) পাণ্ডু।

(খ) ফ’ৰ্ট ছেণ্ট জর্জ।

(গ) ফর্ট উইলিয়াম।

(ঘ) পিটার্চবার্গ।

উত্তৰঃ (খ) ফ’ৰ্ট ছেণ্ট জর্জ।

41. জব চাৰ্ণকে বংগৰ নবাবৰ লগত তিনিখন গাঁৱৰ বাবে কিমান টকাৰ খাজনাৰ চুক্তি কৰিছিল?

(ক) বছৰি ১০০০ টকা।

(খ) মাহে ৫০০ টকা।

(গ) প্রতিমাহে ১০০ টকা।

(ঘ) বছৰি ১২০০ টকা।

উত্তৰঃ (ঘ) বছৰি ১২০০ টকা।

42. কলিকতা নগৰৰ ভেটিত কেইখন গাঁৱৰ সমষ্টি আছিল?

(ক) তিনি।

(খ) চাৰি।

(গ) পাঁচ।

(ঘ) ছয়।

উত্তৰঃ (ক) তিনি খন।

43. ফর্ট উইলিয়াম নামটো কিয় দিয়া হৈছিল?

(ক) ৰজাক স্মৰণ কৰিবলৈ।

(খ) ৰজাক অসন্মান কৰিবলৈ।

(গ) ৰাজৰ সন্মানার্থে।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) ৰজাৰ সন্মানার্থে।

44. কোনজন ৰজাৰ সন্মানাৰ্থে ফ’ৰ্ট উইলিয়াম নাম দিয়া হৈছিল?

(ক) ৰজা প্রথম জেমছ।

(খ) ৰজা তৃতীয় উইলিয়াম।

(গ) ৰজা দ্বিতীয় উইলিয়াম।

(ঘ) ৰজা দ্বিতীয় জেমছ।

উত্তৰঃ (খ) ৰজা তৃতীয় উইলিয়াম।

45. ৰবাৰ্ট ক্লাইভৰ মৃত্যু ক’ত হৈছিল?

(ক) লণ্ডন।

(খ) হেমিল্টন।

(গ) অকলেণ্ড।

(ঘ) হলেও।

উত্তৰঃ (ক) লণ্ডন।

46. ওৱাৰেণ হেষ্টিংছৰ কাৰ্যকালৰ সময়সীমা আছিল?

(ক) ১৬৭৪-১৬৮৫

(খ) ১৬৮৫-১৬৯৬

(গ) ১৭৮০-১৭৮৯

(ঘ) ১৭৭৪-১৭৮৫

উত্তৰঃ (ঘ) ১৭৭৪-১৭৮৫ চনলৈকে।

47. ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেন্দ্ৰবোৰৰ শাসক গৰাকীক কি বুলি জনা গৈছিল?

(ক) কাউন্সিলাৰ।

(খ) প্ৰেছিডেণ্ট।

(গ) মেম্বাৰ।

(ঘ) চকীদাৰ।

উত্তৰঃ (খ) প্ৰেছিডেন্ট।

48. প্ৰেছিডেণ্টৰ তলতীয়া শাসনযন্ত্ৰটোক কি বোলা হৈছিল?

(ক) ড্ৰাইভাৰী।

(খ) চকীদাৰী।

(গ) প্রেছিডেন্সী।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) প্ৰেছিডেন্সী।

49. লর্ড ডেলহাউচীৰ বিদায় কিমান চনত হৈছিল?

(ক) ১৮৫৬ চনত।

(খ) ১৭৫৬ চনত।

(গ) ১৭৬০ চনত।

(ঘ) ১৮৫৮ চনত।

উত্তৰঃ ১৮৫৬ চনত।

50. লর্ড কেনিঙে কেতিয়া জেনেৰেলৰ পদ লৈছিল?

(ক) ১৮৬০-১৮৬৬

(খ) ১৮৫৬-১৮৬২

(গ) ১৮৮০-১৮৮৬

(ঘ) ১৭৬০-১৭৬২

উত্তৰঃ (খ) ১৮৫৬-১৮৬২

51. মংগল পাণ্ডেই চিপাহী চাউনীত ইংৰাজ বিষয়ালৈ কেতিয়া গুলীবৰ্ষণ কৰিছিল?

(ক) ১৮৫৫ চনৰ ২৯ মার্চ।

(খ) ১৮৬০ চনৰ ২৯ মার্চ।

(গ) ১৮৫০ চনৰ ২৯ মার্চ।

(ঘ) ১৮৫৭ চনৰ ২৯ মার্চ।

উত্তৰঃ (ঘ) ১৮৫৭ চনৰ ২৯ মার্চ।

52. ইষ্টইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো কোন চনত আঁতৰাই দিয়া হৈছিল?

(ক) ১৮৩৫ চনত।

(খ) ১৯৩৫ চনত।

(ঘ) ১৮৪০ চনত।

(গ) ১৮৩০ চনত।

উত্তৰঃ (ক) ১৮৩৫ চনত।

53. ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীক কি বোলা হৈছিল?

(ক) অসম সভাপতি।

(খ) ভাৰত সাম্ৰাজ্ঞী।

(গ) ভাৰত সচিব।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) ভাৰত সচিব।

54. ভাৰত চৰকাৰৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জেনেৰেল জনক কি খিতাপ প্ৰদান কৰা হৈছিল?

(ক) পাদচাহ।

(খ) বাদছাহ।

(গ) ৰাজশাহী।

(ঘ) ভাইছৰ।

উত্তৰঃ (ঘ) ভাইছৰয়।

55. লর্ড কেনিঙৰ দ্বিতীয় কার্যকালৰ সময়সীমা আছিল?

(ক) ১৮৫৮-৬২ 

(খ) ১৮৫০-৫২

(গ) ১৮৬০-৬৪

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ১৮৫৮-৬২ চনলৈ।

56. ‘বংগ ৰাজহ’ আইন কেতিয়া প্রণয়ন কৰা হয়।

(ক) ১৮৫৯ চনত।

(খ) ১৮৬০ চনত।

(গ) ১৮৬১ চনত।

(ঘ) ১৮২৬ চনত।

উত্তৰঃ (ক) ১৮৫৯ চনত।

57. বিত্তীয় বিকেন্দ্রীকৰণ প্ৰস্তাৱ কোন জনে প্ৰৱৰ্তন কৰে?

(ক) লর্ড কেনিং।

(খ) লৰ্ড ৰিপন।

(গ) লর্ড মেয়’।

(ঘ) এজনো নহয়।

উত্তৰঃ (গ) লর্ড মেয়।

58. লোকসেৱাৰ বাবে প্রতিযোগীতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ কেতিয়া দিয়া হৈছিল?

(ক) ১৮৮২ চনত।

(খ) ১৮৬০ চনত।

(গ) ১৮৫২ চনত।

(ঘ) ১৮৫৩ চনত।

উত্তৰঃ (ঘ) ১৮৫৩ চনত।

59. ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্ৰাস কোনে কৰিছিল?

(ক) লর্ড লিটন।

(খ) লর্ড কার্জন।

(গ) লর্ড কেনিং।

(ঘ) লৰ্ড ৰিপন।

উত্তৰঃ (ক) লর্ড লিটন।

60. ইংলেণ্ড আৰু ভাৰতত একে সময়ত লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ কেতিয়া গৃহীত হয়?

(ক) ১৮৯৩ চনৰ ২ জুন।

(খ) ১৯০১ চনৰ ২ জন।

(গ) ১৮৯৩ চনৰ ২২ জুন।

(ঘ) ১৯০১ চনৰ ২২ জুন।

উত্তৰঃ (ক) ১৮৯৩ চনৰ ২ জুন।

অতি চমু প্রশ্ন উত্তৰ:

1. জলপথেৰে পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?

উত্তৰঃ ফ্রান্সিছ ড্রেক।

2. ভাৰতভূমিত ইংৰাজ সকলে পোনপ্ৰথমে কোন ইংৰাজ নাৱিকে কেতিয়া প্ৰবেশ কৰিছিল?

উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত ইংৰাজ নাৱিক জেমছ মিলডনে প্রবেশ কৰিছিল।

3. ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া, ক’ত গঠন হৈছিল?

উত্তৰঃ ১৫৯৯ খ্রীষ্টাব্দত লণ্ডণত।

4. ফ’ৰ্ট উইলিয়ামৰ কি?

উত্তৰঃ ফৰ্ট উইলিয়াম হৈছে এখন বাণিজ্য কেন্দ্ৰ।

5. ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?

উত্তৰঃ ১৬৮১ খ্ৰীষ্টাব্দত।

6. পর্তুগীজ নাৱিকসকলে কোনখন সমুদ্রত নৌ যাত্ৰা কৰিছিল?

উত্তৰঃ অজনা সমুদ্রত।

7. কোন বৃটিছ সদাগৰে সম্রাট জাহাংগীৰলৈ বেহাবেপাৰৰ বাবে আবেদন পত্র আনিছিল?

উত্তৰঃ কেপ্তেইন উইলিয়াম হকিন্স।

8. ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ বেহা-বেপাৰ কৰা।

9. পর্তুগীজ সকলে ভাৰতত প্ৰথমে ক’ত বেপাৰৰ কুটি পাতিছিল?

উত্তৰঃ কালিকট আৰু কোচিনত।

10. ইংৰাজসকল ভাৰতলৈ অহাৰ সময়ত মোগল সম্রাট কোন আছিল?

উত্তৰঃ জাহাংগীৰ।

11. বৃটিছে ভাৰতত ক’ত প্রথমে বাণিজ্য কুটি পাতিছিল?

উত্তৰঃ চুৰাটত।

12. ফৰ্ট উইলিয়াম দুর্গ কোনে নির্মান কৰিছিল?

উত্তৰঃ জৱ চাৰ্ণকে।

13. কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে টেলিগ্রাফ লাইন স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৮৫৩ চনত।

14. চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্রাট কোন আছিল?

উত্তৰঃ মোগল সম্রাট ছাহ আলম।

15. পিটৰ ভাৰত আইন কেতিয়া প্রণয়ন কৰা হৈছিল?

উত্তৰঃ ১৮৭৪ চনত।

16. মংগল পাণ্ডেৰ সৈতে শাস্তি পোৱা অন্য চিপাহীজন কোন?

উত্তৰঃ ঈশ্বৰ পাণ্ডে।

17. ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?

উত্তৰঃ ১৮৫৮ চনৰ ২ আগষ্ট তাৰিখে।

18. “ভাগ কৰা আৰু শাসন কৰা নীতি” কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ইংৰাজ শাসকে।

19. পাব্লিক ছাৰ্ভিচ কমিছন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৮৬৬ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top