🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 9 Assamese MCQ Chapter 2 মানৱ – বন্ধনা

Class 9 Assamese MCQ Chapter 2 মানৱ – বন্ধনা, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 2 মানৱ – বন্ধনা Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 2 মানৱ – বন্ধনা

SEBA Class 9 Assamese MCQ Chapter 2 মানৱ – বন্ধনা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese Objective Types Question Chapter 2 মানৱ – বন্ধনা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মানৱ – বন্ধনা

Chapter – 2

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। ‘মানৱ-বন্দনা’ শীর্ষক কবিতাটিৰ ৰ কোন?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

২। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৬৭ চনত।

৩। ‘জোনাকী যুগ’ মানে কি?

উত্তৰঃ ‘জোনাকী আলোচনী খনৰ নামেৰে আৰম্ভ  হোৱা সময়খিনিক জোনাকী যুগ বুলি কোৱা হয়।

৪। জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি’ বুলিলে কাক বুজা?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক।

৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?

উত্তৰঃ ‘প্রতিমা।

৬। প্রতিমাৰ খনিকৰ বুলিলে কাক বুজা যায়?

উত্তৰঃ চন্দ্ৰ কুমাৰ আগৰৱালাক।

৭। চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত আন দুখন মান পুথিৰ নাম লিখা?

উত্তৰঃ বীন-বৰাগী, চন্দ্ৰামৃত।

৮। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাৰ ৰচক কোন?

উত্তৰঃ চন্দ্ৰ কুমাৰ আগৰৱালা।

৯। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটি কি?

উত্তৰঃ বনকুৱৰী।

১০। চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কিমান চনত হয়?

উত্তৰঃ ১৯৩৮ চনত।

১১। ‘মানৱ-বন্দনা’ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ মানুহৰ বন্দনা অর্থাৎ মানৱ সেৱা।

১২। ‘ময়াপী জীৱ’ বুলি কবিয়ে কাক কৈছে?

উত্তৰঃ মানুহক।

১৩। ‘ময়াপী জীৱ’ শব্দাংশৰ অৰ্থ কি?

উত্তৰঃ মায়াসনা বা মায়াত বান্ধ খোৱা জীৱ।

১৪। ‘মানৱী কম সোঁতে’ বুলিলে কি বুজা?

উত্তৰঃ মানুহ হিচাপে কৰণীয় যি যি কর্ম।

১৫। কবিয়ে কিহক নিজাপী ঘৰ বুলি কৈছে?

উত্তৰঃ পৃথিৱীক।

১৬। কবিয়ে কিয় পৃথিৱীক স্বৰ্গতকৈও অধিক নিজা ঘৰ বুলি কৈছে?

উত্তৰঃ এইখন পৃথিৱীতে মানুহে নিজ কৰ্মৰ দ্বাৰা নিজৰ চিনাকি থৈ যাব পাৰে সেয়ে কবিয়ে মৃত্যুৰ পাছত স্বৰ্গগামী হোৱা কাল্পনিক বিশ্বাসৰ বিপৰীতে এই পৃথিৱীকে মানুহৰ নিজা ঘৰ বুলি কৈছে।

১৭। কবিয়ে কিহেৰে মানুহৰ পূজা কৰিবলৈ কৈছে?

উত্তৰঃ পাছা অৰ্ঘ্য লৈ।

১৮। তলৰ শব্দবোৰৰ অৰ্থ লিখা—

উত্তৰঃ অৰ্ঘ্য —পূজাৰ উপকৰণ।

ময়াপী — মায়া।

পৰাৎপৰ — শ্ৰেষ্ঠতকৈয়ো শ্রেষ্ঠ।

পাদ্য—ভৰি ধুবলৈ দিয়া পানী।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top