🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 9 Assamese MCQ Chapter 11 যুঁজ

Class 9 Assamese MCQ Chapter 11 যুঁজ, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 11 যুঁজ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 11 যুঁজ

SEBA Class 9 Assamese MCQ Chapter 11 যুঁজ cover all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese Chapter 11 যুঁজ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

যুঁজ

Chapter – 11

Short Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। ড° মৃণাল কলিতাৰ জন্ম ক’ত হয়?

 উত্তৰঃ কামৰূপ জিলাৰ বামুন্দীত।

২। ড° মৃণাল কলিতাৰ উপন্যাস খনৰ নাম কি?

উত্তৰঃ ‘বকুল ফুলৰ দৰে’।

৩। ড° মৃণাল কলিতাৰ এখন গ্ৰন্থৰ নাম লিখা?

উত্তৰঃ অনুশীলন।

৪। মৃত্যুৰ সিপাৰে গল্পখন কাৰ ৰচনা?

উত্তৰঃ ড° মৃণাল কলিতাৰ।

৫। ড° মৃণাল কলিতাৰ ৰচনা সংকলন এখনৰ নাম লিখা?

 উত্তৰঃ ‘গড ফাদাৰৰ হাত আৰু চয়তানৰ মগজু’।

৬। ড° মৃণাল কলিতাৰ গণিত বিষয়ক ৰচনাৰ পুথি এখনৰ নাম লিখা?

উত্তৰঃ গণিতৰ বৰ্ণিল জগত।

৭। ‘যুঁজ’ গল্পটোৰ কিহৰ ছবি অংকন কৰা হৈছে?

উত্তৰঃ এজন নিচাসক্ত কিশোৰৰ মনৰ জগতখন অংকন কৰা হৈছে।

৮। পকনীয়া শব্দৰ অৰ্থ লিখা?

উত্তৰঃ নৈৰ সোঁতৰ পাক।

৯। যান-বাহনৰ দুৱাৰত ভৰি থোৱা ঠাইক কি বুলি কোৱা হয় ?

উত্তৰঃ পাওদানি।

১০। সঞ্চিত শব্দই কি বুজাই?

উত্তৰঃ সাঁচি থোৱা।

১১। আচ্ছন্ন শব্দৰ অৰ্থ লিখা 

উত্তৰঃ ঢাক খাই থকা।

১২। কেঁকুৰি মানে কি?

উত্তৰঃ ভাঁজ।

১৩। কাৰ বেগৰ পৰা টকা চুৰি হৈছিল?

উত্তৰঃ প্রশান্তৰ বেগৰ পৰা।

১৪। সিদ্ধাৰ্থহঁতৰ শ্রেণী শিক্ষকগৰাকীৰ নাম কি?

উত্তৰঃ মহেন্দ্ৰ মাষ্টৰ ।

১৫। সিদ্ধার্থই কিমান দিন বিদ্যালয়লৈ যোৱা নাই?

উত্তৰঃ এসপ্তাহ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 9 Assamese MCQ Chapter 11 যুঁজ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top