🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 9 Assamese MCQ Chapter 1 শিশুলীলা

Class 9 Assamese MCQ Chapter 1 শিশুলীলা, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 1 শিশুলীলা Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 1 শিশুলীলা

SEBA Class 9 Assamese MCQ Chapter 1 শিশুলীলা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 1 শিশুলীলা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

শিশুলীলা

Chapter – 1

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। শিশুলীলা’ শীর্ষক বৰগীতটোৰ ৰচক কোন?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।

২। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৪৪৯ চনত।

৩। ‘মহাপুৰুষ শংকৰদেৱৰ জন্ম ঘৃণি ক’ত?

উত্তৰঃ নগাঁও জিলাৰ বৰদোৱাৰ ওচৰত আলিপুখুৰী নামে ঠাইত।

৪। শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

উত্তৰঃ কুসুম্বৰ ভূঞা আৰু সত্যসন্ধ্যা।

৫। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ কি?

উত্তৰঃ বৈষ্ণৱ ধৰ্ম।

৬। শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল?

উত্তৰঃ বৈষ্ণৱ ধৰ্ম।

৭। বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্র কি?

উত্তৰঃ এক দেৱ এক সেৱ এক বিনে নাই কেৱ।

৮। শংকৰদেৱৰ প্রিয় শিষ্যজনৰ নাম কি?

উত্তৰঃ মাধৱদেৱ।

৯। শংকৰদেৱৰ ৰচনা কৰা দুখন তত্ত্ব মূলক গ্ৰন্থৰ নাম লিখা?

উত্তৰঃ ভক্তি-ৰত্নাকৰ আৰু গুণমালা।

১০। শংকৰদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা?

উত্তৰঃ ৰুক্মিণী-হৰণ আৰু পাৰিজাত হৰণ।

১১। শংকৰদেৱ ৰচিত অংকীয়া নাটখনৰ নাম কি?

উত্তৰঃ চিহ্নযাত্রা।

১২। শংকৰদেৱৰ সৃষ্ট বৰগীতৰ সংখ্যা কিমান?

উত্তৰঃ একুৰি চৈধ্যটা।

১৩। শংকৰদেৱৰ মৃত্যু কিমান চনত হয়?

উত্তৰঃ ২৩ আগষ্ট ১৫৬৮।

১৪। ‘নন্দ জায়া’ মানে কোন?

 উত্তৰঃ যশোদা।

১৫। কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন?

 উত্তৰঃ যশোদা।

১৬। ক্ষৌম বস্ত্ৰৰ অর্থ কি?

উত্তৰঃ চহৰৰ পাটৰ কাপোৰ।

১৭। দধিৰ পাত্ৰ কোনে শিৰেৰে ভাঙিছিল?

উত্তৰঃ কৃষ্ণই।

১৮। ‘মখনি’ শব্দৰ অৰ্থ কি?

উত্তৰঃ গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।

১৯। শিশুলীলা পাঠটিৰ মূল কথা কি?

উত্তৰঃ কৃষ্ণৰ প্ৰতি ভক্তি।

২০। ‘শিশুলীলা’ পাঠটিত কৃষ্ণৰ কোন মানবীয় ৰূপ প্ৰকাশ পাইছে?

উত্তৰঃ কৃষ্ণই মানৱ শিশুৰ দৰে, মানৱীয় কার্যকলাপ কৰিছে, ইয়াৰ দ্বাৰা পাঠটিত কৃষ্ণৰ মানৱীয় ৰূপ প্ৰকাশ কৰে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top