Class 6 Science Chapter 11 পোহৰ , ছাঁ আৰু প্ৰতিফলন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.
SEBA Class 6 Science Chapter 11 পোহৰ , ছাঁ আৰু প্ৰতিফলন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.
পোহৰ , ছাঁ আৰু প্ৰতিফলন
Chapter: 11
| পাঠভিত্তিক প্ৰশ্নোত্তৰ |
প্ৰশ্ন : – ১) অস্বচ্ছ বস্তুৰ বিষয়ে বুজি পাবলৈ তলৰ কাঁচবোৰ পুনৰ সজাই এটা বাক্য বনোৱা ।
OWS ,AKE ,OPAQUE OBJECT,TSM,SHAD
উত্তৰঃ – OPAQUE OBJECT,TSM,AKE,SHADOWS
প্ৰশ্ন : – ২) তলত দিয়া বস্তু বা সঁজুলিবোৰ অস্বচ্ছ , স্বচ্ছ বা ঈষৎ স্বচ্ছ আৰু উজ্জ্বল বা অনুজ্জ্বল এইদৰে শ্ৰেণীবিভাগ কৰা :
বায়ু , শিলগুটি , এচটা এলুমিনীয়াম , এখন দাপোন , এখন কাঠৰ বৰ্ড , এখিলা পলিথিন , এখন চিডি , এখন সমতল দাপোন , কুঁৱলী , ৰঙাকৈ গৰম কৰা এটুকুৰা লো , এটা ছাটি , ধোঁৱা , এটা জ্বলি থকা প্ৰতিপ্রভা টিউব লাইট , এখন বেৰ , এখিলা কাৰ্বন পেপাৰ , গেছ বাৰ্ণৰৰ শিখা , এখন কাৰ্ড বৰ্ড , এটা জ্বলি থকা টৰ্চ , এটা চেলফোন তাৰৰ জালি , কেৰাচীনৰ ষ্টভ , সূৰ্য , জোনাকী পৰুৱা , চন্দ্ৰ ।
উত্তৰঃ – ক) স্বচ্ছ : বায়ু , এচটা কাংচ , এটা চেল’ফোন ।
খ) ঈষৎ স্বচ্ছ : এখিলা পলিথিন , কুঁৱলী , ধোঁৱা , তাৰ ।
গ) অস্বচ্ছ : শিলগুটি , এচটা এলুমিনীয়াম , কাঠৰ বৰ্ড , এখন চিডি , ছাটি , দেৱালা ।
ঘ) উজ্জ্বল বস্তু : ৰঙাকৈ গৰম কৰা এটুকুৰা লো , পাতল ফ্লৰ’চেণ্ট টিউব , গেছৰ বাৰ্ণাৰ , জ্বলাই ৰখা টৰ্চ , কেৰাচিনৰ ষ্টোভ , সূৰ্য , জোনাকী পৰুৱা , চন্দ্ৰ ।
প্ৰশ্ন : – ৩) এনে এটা আকৃতিৰ বস্তু তৈয়াৰ কৰাৰ কথা ভাবিব পাৰিনে যিটো এটা দিশত ৰাখিলে ঘূৰণীয়া ছাঁৰ সৃষ্টি কৰে আৰু আন এটা দিশত ৰাখিলে আয়তাকাৰ ছাঁৰ সৃষ্টি কৰে ?
উত্তৰঃ – পাৰি । উদাহৰণ স্বৰূপে এটা চিলিণ্ডাৰ , এখন বৃত্তাকাৰ থাল ৰাখিলে এনে ঘটনা সংঘটিত হব ।
প্ৰশ্ন : – ৪) এটা সম্পূৰ্ণ আন্ধাৰ কোঠাত যদি তুমি তোমাৰ সন্মুখত দাপোনখন ধৰা তেতিয়া তোমাৰ প্ৰতিবিম্ব দেখা পাবানে ?
উত্তৰঃ – পোহৰ নথকাৰ বাবে কোনো প্ৰতিবিম্ব গঠন নহয় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

