Class 5 Environment Chapter 19 শিল্পকলা, হাতৰ কাম, SEBA Chapter 19 শিল্পকলা, হাতৰ কাম Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA Class 5 Environment Chapter 19 শিল্পকলা, হাতৰ কাম Notes so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.
শিল্পকলা, হাতৰ কাম
Chapter – 19
পৰিৱেশ অধ্যয়ন
পাঠভিত্তিক প্রশ্নোত্তৰ
১। তলত দিয়া ছবিৰোৰ আঁকা।


২। তলৰ ছবিবোৰ চাই চাই আঁকা –
(পদুম ফুলৰ কলি আৰু পদুম ফুল, কচুৰ পাত, ধতুৰা ফুল)

৩। পাচলিৰ ছবি আঁকা –
অমিতা, জিকা, ৰঙালাউ, বেঙেনা।

৪। ফলৰ ছবিবোৰ চাই আঁকা―
আম, ডালিম, আনাৰস, নাৰিকল।

৫। এযোৰ কাপ প্লেটৰ ছবি আঁকা।

৬। এটি মাছৰ ছবি আঁকা।

৭। তোমাৰ মনেৰে ভাবি বিভিন্ন প্রাকৃতিক দৃশ্য আঁকা –
(নৈ, পর্বত, পাহাৰ, গছ গছনি, বেলি, চৰাই আদি থকা)।

৮। খেৰি ঘৰ,মেলা ছাতি, পাতেৰে সৈতে ফল-মূল কল্পনা কৰি আঁকা ।

৯। স্কেল ব্যৱহাৰ কৰি মানুহৰ মুখমণ্ডলৰ এটি চিত্র আঁকা।

প্রশ্ন ১০। নৈ, পর্বত, গছ-বন দি তোমাৰ মনেৰে এটি প্রাকৃতিক দৃশ্য
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ১১। এটা কঁঠাল পাত আঁকা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ১২। এটা নাৰিকল, এটা পিয়লা, এটা আঁহতৰ পাতৰ ছবি আঁকা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ১৩। জাতীয় পতাকা নাইবা এটা ধতুৰা ফুল, জপোৱা পকা বন্ধা কিতাপ এখন, এটা কচুপাত আঁকা ?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ১৪। তলত দিয়া বস্তুকেইটাৰে দৃশ্য আঁকা। (চিত্ৰৰ বৰ্ণনা— এখন পৰ্বতৰ পৰা এখন নৈ বৈ আহিছে। পৰ্বতৰ ওপৰেদি বেলিটো দেখাকৈ এটা দৃশ্য আঁকা।)
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ১৫। (১) এটা কচুপাত আঁকা।
(২) এটি খ্ৰেী ঘৰৰ ছবি আঁকা।
(৩) এটা মেলা ছাতি আঁকা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ১৬। (১) এটা বাকচৰ ছবি আঁকা।
(২) ৰঙালাও এটা আঁকা।
(৩) এটা পুখুৰীৰ পাৰত গছ-গছনি, পানীত পদুমৰ পাত আৰু ফুল থকাকৈ এটা দৃশ্য আঁকা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ১৭। এখন বহল নদী, তাৰ পাৰত এজোপা গছ, গছৰ ডালত চৰাই বাহ এটা থকাকৈ দৃশ্য এটা আঁকা।
(১) কচুপাত এটা আঁকা।
(২) আধাফুলা পদুমকলি এটা আঁকা।
(৩) এটা জিকা আঁকা।
(৪) এটা প্রাকৃতিক দৃশ্য আঁকা।
(৫) এখন দাৰ ছবি আঁকা।
(৬) এপাহ জবাফুলৰ ছবি আঁকা।
(৭) এজোপা কলগছ আঁকা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ১৮। (১) এটা বেঙেনাৰ ছবি আঁকা।
(২) নাল লগোৱা কোৰ এখন আঁকা।
(৩) এটা মাটি কঁঠালৰ বা এটা কঁঠাল পাতৰ ছবি আঁকা।
(৪) পাৰত গছ-গছনিৰে সৈতে পদুম ফুল ফুলি থকা এটা পুখুৰীৰ ছবি আঁকা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ১৯। (১) এটা নাৰিকলৰ ছবি আঁকা।
(২) আধালৈ পানী থকা কাঁচৰ গিলাচৰ ছবি আঁকা।
(৩) এটা আঁহত পাতৰ ছবি আঁকা।
(৪) এটা প্রাকৃতিক দৃশ্য আঁকা।
( কোনো ধৰণৰ ৰং বা ৰং পেঞ্চিল ব্যৱহাৰ নকৰিবা।)
প্রশ্ন ২০। (১) তলৰ ছবিটো ডাঙৰকৈ আঁকা।

(২) এজোপা কলগছ আঁকা।
(৩) পাতেৰে সৈতে এপাহ ফুলৰ ছবি আঁকা।
(৪) তোমাৰ মুখখন কল্পনা কৰি ডাঙৰকৈ আঁকা।
অথবা,
পাহাৰ, সূৰ্য, গছ, নদী আৰু নাৱৰীয়া থকা এটা প্রাকৃতিক দৃশ্য আঁকা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ২১। কলি আৰু পাতেৰে সৈতে এপাহ পদুম ফুলৰ ছবি আঁকা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ২২। এজোপা নাৰিকল গছ অথবা এজোপা কলগছৰ ছবি।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ২৩। দাৱনীৰ সৈতে এখনি ধাননি পথাৰৰ ছবি আঁকা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ২৪। কলি আৰু পাতৰ সৈতে এপাহ গোলাপ ফুল আঁকা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ২৫। আম ফলৰ সৈতে এজোপা আমগছ অথবা এথোক কলৰ সৈতে এজোপা কলগছ আঁকা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ২৬। তলৰ ছবিকেইখন ডাঙৰকৈ আঁকা।


হাতৰ কাম মনত ৰাখিবা
আমাক চলিবলৈ বহুতো বস্তু লাগে। তাৰে কিছুমান বস্তু আমি ঘৰতে তৈয়াৰ কৰি ল’ব পাৰো। খৰাহি, পাচি, বিচনী, ঢাৰি, কাঠ আদি; ঘৰতে পোৱা বা ওচৰতে পোৱা বস্তুৰে সাজিবলৈ শিকিব পাৰো। অসমীয়া মানুহৰ ঘৰে ঘৰে অনেক সৰু সৰু কুটিৰ শিল্পৰ কাম হয়। বাঁহ, কাঠ, কলথৰুৱা আদিৰে এইবোৰ কৰিবলৈ শিকিবা।
বস্তু সাজিও ভাল লাগে। সেয়েহে মাটিৰে কিছুমান বস্তু সাজিবলৈ তোমালোকক শ্ৰেণীত শিকোৱা হয়, আৱশ্যকীয় মাটি গোটাই লৈ সেই বস্তুবোৰ তৈয়াৰ কৰিবলৈ শিকিবা। আচল বস্তুটোৰ লগত মিলাকৈ ৰং দিবলৈকো শিকিবা ৷ তেনেকৈয়ে ছাত্রীসকলে চিলাই কৰা কামবোৰ শিকিবা। সাধাৰণতে আমাৰ হাততে পোৱা বা ওচৰতে পোৱা কিছুমান বস্তু থাকে। কিছুমান অন্য কাম কৰি পেলাই দিয়া পেলনীয়া বস্তুও থাকে। যেনেঃ ডাঠ কাগজ, ফলমূল, কার্ড, বর্ড আদিৰে নানা ধৰণৰ বস্তু সাজিব পাৰা। তোমালোকে সজা সেই বস্তুবোৰ বা তোমালোকে সংগ্ৰহ কৰা সেই বস্তুবোৰ সাঁচি ৰাখিবা। সেইবোৰেৰে বিদ্যালয়ত প্ৰদৰ্শনীও পাতিব পাৰিবা। আজি কালি ৰং-বোলাব দিয়ে। গতিকে ছবিত ৰং দিবলৈ শিকিবা।
মাটিৰ কাম :- বিভিন্ন ফল-মূল, পাচলি, মাটিৰ সাজ-বাচন আদি। মাটিৰে আম, অমিতা, কল, ডালিম, আপেল, ৰঙালাউ, পানীলাউ, জিকা, বেঙেনা, মাটিৰ চাকি, ধূপদানি আদি।
কাগজেৰে :- নাও, পতাকা, নিচান, ফুল, ফুলৰ মালা, বাকচ, সজোৱা বস্তু, জখলা, থোকা, এনভেলপ, জাংগিয়া, চেমিজ, চোলা, টুপী আদি কৰা।
(১) এখিলা কাগজৰ পৰা ১৪ ছেঃ মিটাৰ দীঘ আৰু ৯ ছেঃ মিটাৰ গ্ৰন্থৰ এটা লেফাফা তৈয়াৰ কৰা।
(২) কাগজৰ টুপী এটা তৈয়াৰ কৰা।
(৩) (ক) ৯. ছেঃ মিটাৰ বহল, ২০ ছেঃ মিটাৰ দীঘল খাম এটা তৈয়াৰ কৰা। নাইবা, ১০ ছেঃ মিটাৰ বহন ১৫ ছেঃ মিটাৰ দীঘল খাম এটা তৈয়াৰ কৰা।
নাইবা,
(খ) ২৫ চে.মি. দীর্ঘ ১৫ চে.মি. বহুল এটি কাগজৰ ঠোঙা তৈয়াৰ কৰা।
নাইবা,
বাঁহৰ ঝুঠিৰে এখন চালনী বা খৰাহিৰ আৰ্হি তৈয়াৰ কৰি দেখুওৱা
(৪) বাঁহৰ কাঠিৰে ১০ ছেঃ মিটাৰ দীঘ-গ্ৰন্থৰ এখন ঢাৰিৰ নমুনা তৈয়াৰ কৰা।
(৫) কাগজেৰে এটা ফ্রক নাইবা এটা গেঞ্জি তৈয়াৰ কৰা।
মাটিৰে সাজা :- (ক) মাটিৰে এটা অমিতা তৈয়াৰ কৰা।
(খ) মাটিৰে এটা হাঁহ তৈয়াৰ কৰা।
(গ) মাটিৰে এটা আম সাজা।
(ঘ) মাটিৰে এটা কল সাজা।
(ঙ) এটা সুমথিৰা সাজা।
(চ) এটা বেঙেনা সাজা।
(ছ) এটা পানীলাউ সাজা।
(জ) এটা দোৱাত সাজা
প্রশ্ন (৫) কাগজৰ টুপী তৈয়াৰ কৰা—
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
(৬) মাটিৰ এটা চাকি তৈয়াৰ কৰা বাঁহৰ কাঠি, দৈৰে ১০ ছেঃ মিটাৰ দীঘ-প্রস্থৰ ডলাৰ নমুনা তৈয়াৰ কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
(৭) (ক) মাটিৰ এটা ধূপদানি তৈয়াৰ কৰা নাইবা বাঁহৰ কাঠিৰে ১০ ছেঃ মিটাৰ দীঘ-প্ৰস্থৰ এখন বিচনীৰ নমুনা তৈয়াৰ কৰা।
(খ) ৰঙীন কাগজেৰে এডাল মালা তৈয়াৰ কৰা।
(৮) কাগজ কাটি এডাল মালা তৈয়াৰ কৰা।
(৯) কাগজ কাটি এপাহ ফুল তৈয়াৰ কৰা।
(১০) কাগজেৰে এটি পদুম ফুল তৈয়াৰ কৰা।
(১১) বাঁহৰ কাঠিৰে (দৈ) ঢাৰিৰ নমুনা তৈয়াৰ কৰা।
(১২) মাটিৰে এটা ৰঙালাউ তৈয়াৰ কৰা।
(১৩) মাটিৰে এটা চাকি সাজা।
(১৪) মাটিৰে এটা আপেল অথবা বেঙেনাৰ আকৃতি তৈয়াৰ কৰা।
(১৫) বাঁহৰ কাঠিৰে খৰাহিৰ নমুনা তৈয়াৰ কৰা।
(১৬) কাগজেৰে ১৫ (ছেঃমিঃ) দীঘল আৰু ৯ (ছেঃমিঃ) বহল লেফাফা তৈয়াৰ কৰা। নাইবা কাগজ কাটি এপাহ ফুল তৈয়াৰ কৰা।
(১৭) মাটিৰে এটা অমিতা অথবা ডালিমৰ আকৃতি তৈয়াৰ কৰা।
(১৮) বাঁহৰ কাঠিৰে ঢাৰি এখনৰ নমুনা তৈয়াৰ কৰা। (১০ ছেঃমিঃ দীঘল ১০ ছেঃমিঃ বহুল)
(১৯) কাগজেৰে ২২ ছেঃমিঃ দীঘল ১২ ছেঃমিঃ বহল ঠোঙা এটা তৈয়াৰ কৰা।
(২০) মাটিৰে এটা ডালিম তৈয়াৰ কৰা।
চিলাইৰ কাম :- কাপোৰ কাটি চেমিজ, জাংগিয়া তৈয়াৰ কৰা; বুটামৰ ঘৰ, তাপলি মৰা, ৰিপু কৰা, ৰাণ চিলাই, চেই জোৰা দিয়া আদি শিকি লোৱা। লাই, হেম চিলাই, মূৰী চিলাই, ঘৃতা
(ক) তোমাৰ লগত থকা কাপোৰডোখৰৰ কটা ঠাইত বিপু কৰা (৫ ছেণ্টি মিটাৰ)
(খ) ২০ ছেঃ মিটাৰ দীঘল আৰু ১৫ ছেঃ মিটাৰ বহল কাগজত এটা জাঙিয়া কাটা।
(গ) কাপোৰত তিনিটা বুটাম ঘৰ চিলাই কৰা।
নাইবা
এটুকুৰা কাপোৰত হেম চিলাই কৰি দেখুওৱা
(ঘ) ১৫ ছেঃ মিটাৰ ওখ, ১৮ ছেঃ মিটাৰ বহল এটা কাগজৰ চেমিজ কাটা (হাত নথকা)।
(ঙ) সুতা জোৰা দিয়া দুই ৰঙৰ সূতাৰে, সুতা কেনেকৈ জোৰা দিয়া হয় কৰি দেখুওৱা।
(চ) তোমাক দিয়া কাপোৰডোখৰ কেনেকৈ তাপলি মৰা হয় চিলাই কৰি দেখুওৱা
(ছ) ৰাণ চিলাই, আৰু চেইন চিলাই কৰা।
(জ) কাপোৰত এটা বুটামৰ ঘৰ চিলাই কৰা।
নাইবা,
এটুকুৰা কাপোৰৰ একাষে চেইন চিলাই কৰা।
প্রশ্ন ১। (ক) কাগজৰ ফুল কাটি এডাল মালা তৈয়াৰ কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
(খ) কাপোৰত তিনিটা বুটামঘৰ চিলাই কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
সাধাৰণ জ্ঞান
১। উত্তৰ লিখা-
(ক) ভাৰতৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি ?
উত্তৰঃ মহম্মদ হামিদ আনছাৰি।
(খ) বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি ?
উত্তৰঃ বৃষ্টিমান যন্ত্ৰ
(গ) বায়ুত নাইট্ৰ’জেনৰ পৰিমাণ শতকৰা কিমান ভাগ ?
উত্তৰঃ ৭৮ ভাগ।
(ঘ) চন্দ্ৰৰ লগত সম্পৰ্ক থকা গ্ৰহটোৰ নাম কি ?
উত্তৰঃ পৃথিৱী।
(ঙ) বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰীগৰাকীৰ নাম কি ?
উত্তৰঃ ভেলেনটিনা ভ্লাডিমিৰোভানা টেৰেছিকোভা।
(চ) দুয়োখন হাতেৰে একে সময়তে দুখন চিত্র অংকন কৰিব পৰা শিল্পীজন কোন ?
উত্তৰঃ লিঅ’ নার্ডো দা ভিনচী।
(ছ) নবেল বঁটা পোৱা প্ৰথম ভাৰতীয় বিজ্ঞানীজনৰ নাম কি ?
উত্তৰঃ চি. ভি. ৰমণ।
(জ) অসমৰ কৃষিজাত প্রধান ৰপ্তানি বস্তুবিধৰ নাম কি ?
উত্তৰঃ চাহ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Thankyou for giving all this things