Class 12 Geography MCQ Chapter 17 ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 17 ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.
Class 12 Geography MCQ Chapter 17 ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.
ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter: 17
| সপ্তম গোট: সম্পদ আৰু সম্পদ-প্ৰকৰণ |
১। ভাৰতৰ কোনখন অঞ্চল পৃথিৱীৰ অন্যতম খনিজসমৃদ্ধ অঞ্চল হিচাপে পৰিচিত?
(ক) গঙ্গা উপত্যকা।
(খ) দাক্ষিণাত্য মালভূমি।
(গ) থাৰ মৰুভূমি।
(ঘ) হিমালয় অঞ্চল।
উত্তৰঃ (খ) দাক্ষিণাত্য মালভূমি।
২। লৌহবর্গীয় খনিজৰ ভিতৰত ভাৰতত পোৱা মুখ্য খনিজ কোনটো?
(ক) বক্সাইট।
(খ) হেমেটাইট।
(গ) হীৰা।
(ঘ) সোণ।
উত্তৰঃ (খ) হেমেটাইট।
৩। Fuel Mineralsৰ উদাহৰণ হ’ল—
(ক) অভ্র আৰু হীৰা।
(খ) তাম আৰু সোণ।
(গ) কয়লা আৰু খনিজ তেল।
(ঘ) দস্তা আৰু চূণশিলা।
উত্তৰঃ (গ) কয়লা আৰু খনিজ তেল।
৪। ভাৰতত কোন ধৰণৰ ভূ-গঠনত সাধাৰণতে খনিজ সম্পদ সঞ্চিত থাকে?
(ক) নতুন পাহাৰশ্ৰেণী।
(খ) প্ৰাচীন গেদীয় শিল।
(গ) প্লাবন সমতল।
(ঘ) উপত্যকা অঞ্চল।
উত্তৰঃ (খ) প্ৰাচীন গেদীয় শিল।
৫। অনালৌহ বর্গীয় খনিজৰ উদাহৰণ হ’ল—
(ক) হেমেটাইট।
(খ) মেংগানিজ।
(গ) বক্সাইট।
(ঘ) লোহা।
উত্তৰঃ (গ) বক্সাইট।
৬। জৈৱ উৎসৰ পৰা উদ্ভৱ হোৱা খনিজ কোনবোৰ?
(ক) মেংগানিজ আৰু তাম।
(খ) খনিজ তেল আৰু কয়লা।
(গ) সোণ আৰু ৰূপ।
(ঘ) চূণশিলা আৰু হীৰা।
উত্তৰঃ (খ) খনিজ তেল আৰু কয়লা।
৭। অধাতৱ খনিজৰ ভিতৰত Fuel Mineralsৰ উপৰিও কি অন্তৰ্ভুক্ত থাকে?
(ক) হীৰা।
(খ) জৈৱ খনিজ।
(গ) অজৈৱ সংযুক্তি খনিজ।
(ঘ) কাৰ্বনিক শিলা।
উত্তৰঃ (গ) অজৈৱ সংযুক্তি খনিজ।
৮। ভাৰতত তাম, সোণ, ৰূপ আদি খনিজ কোন শ্ৰেণীত পৰে?
(ক) Fuel Minerals.
(খ) লৌহবৰ্গীয় খনিজ।
(গ) অনা-লৌহবৰ্গীয় খনিজ।
(ঘ) অধাতৱ খনিজ।
উত্তৰঃ (গ) অনা-লৌহবৰ্গীয় খনিজ।
৯। ভাৰতৰ অধিকাংশ ধাতৱ খনিজ কোন ধৰণৰ শিলাস্তৰত পোৱা যায়?
(ক) নবীন গেদীয় শিলা।
(খ) প্ৰচীন আগ্নেয়মূলৰ ৰূপান্তৰিত শিলা।
(গ) বালুচৰ।
(ঘ) সমতল পৰ্বত।
উত্তৰঃ (খ) প্ৰচীন আগ্নেয়মূলৰ ৰূপান্তৰিত শিলা।
১০। ভাৰতত কয়লা মূলতঃ কোনবোৰ অঞ্চলত পোৱা যায়?
(ক) হিমালয় অঞ্চল।
(খ) দামোদৰ, সোণ-মহানদী, গোদাবৰী, কাৱেৰী মোহনা অঞ্চল।
(গ) পশ্চিম ঘাট অঞ্চল।
(ঘ) থাৰ মৰুভূমি।
উত্তৰঃ (খ) দামোদৰ, সোণ-মহানদী, গোদাবৰী, কাৱেৰী মোহনা অঞ্চল।
১১। মুম্বইৰ পশ্চিমে আৰৱ সাগৰৰ উপকূলৰ কোনখন অঞ্চলত খনিজ তেল পোৱা যায়?
(ক) কানপুৰ হাই।
(খ) মুম্বই হাই।
(গ) জয়সলমেৰ।
(ঘ) কাণ্ডলা।
উত্তৰঃ (খ) মুম্বই হাই।
১২। কৃষ্ণা-গোদাবৰী মোহনা অঞ্চলৰ সৈতে কি খনিজ সম্পদ জড়িত?
(ক) হীৰা।
(খ) প্রাকৃতিক গেছ।
(গ) মেংগানিজ।
(ঘ) চূণশিলা।
উত্তৰঃ (খ) প্রাকৃতিক গেছ।
১৩। “Monazite Sand” ক’ত পোৱা যায়?
(ক) থাৰ মৰুভূমি।
(খ) উপকূলীয় বালিচৰ।
(গ) গঙ্গা উপত্যকা।
(ঘ) আৰাৱলী অঞ্চল।
উত্তৰঃ (খ) উপকূলীয় বালিচৰ।
১৪। কোন খনিজ অঞ্চলত তাম, দস্তা, চূণশিলা, মার্বল আদিৰে লগতে খনিজ তেল আৰু গেছ পোৱা যায়?
(ক) উত্তৰপূৰ্বাঞ্চল।
(খ) উত্তৰপশ্চিম অঞ্চল।
(গ) দক্ষিণপশ্চিম অঞ্চল।
(ঘ) মধ্য ভাৰত অঞ্চল।
উত্তৰঃ (খ) উত্তৰপশ্চিম অঞ্চল।
১৫। কৃষ্ণা-গোদাবৰী নদীৰ মোহনা অঞ্চল (অন্ধ্রপ্রদেশ), পণ্ডিচেৰিৰ পূবৰ সামুদ্রিক ক্ষেত্র, অসম, গুজৰাট আৰু আৰৱ সাগৰীয় তৈলক্ষেত্রসমূহ আৰু ৰাজাস্থানৰ জয়সলমেৰ জিলাত কিহৰ ভাণ্ডাৰ আছে?
(ক) বোকা মাটি।
(খ) হীৰা।
(গ) লোহাৰ আকৰ।
(ঘ) প্ৰাকৃতিক গেছ।
উত্তৰঃ (ঘ) প্ৰাকৃতিক গেছ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

