Class 12 Geography MCQ Chapter 18 ভাৰতৰ কাৰিকৰী উদ্যোগ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 18 ভাৰতৰ কাৰিকৰী উদ্যোগ and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.
Class 12 Geography MCQ Chapter 18 ভাৰতৰ কাৰিকৰী উদ্যোগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.
ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter: 18
| সপ্তম গোট: সম্পদ আৰু সম্পদ-প্ৰকৰণ |
১। উৎপাদিত সামগ্ৰীৰ লক্ষণৰ আধাৰত ভাৰতৰ কাৰিকৰী উদ্যোগসমূহক কেইটা শ্রেণীত বিভক্ত কৰা হয়?
(ক) ৪টা।
(খ) ৬টা।
(গ) ৭টা।
(ঘ) ৮টা।
উত্তৰঃ (ঘ) ৮টা।
২। ছোটানাগপুৰ ঔদ্যোগিক অঞ্চল কোন ৰাজ্যসমূহত বিস্তৃত?
(ক) পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা।
(খ) বিহাৰ, ছত্তিশগড়, ঝাৰখণ্ড।
(গ) গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ।
(ঘ) তামিলনাডু, কেৰল, অন্ধ্ৰপ্ৰদেশ।
উত্তৰঃ (ক) পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা।
৩। দামোদৰ উপত্যকা প্ৰকল্পৰ দ্বাৰা কি ধৰণৰ শক্তি প্ৰদান কৰা হয়?
(ক) নিউক্লিয়াৰ শক্তি।
(খ) সৌৰ শক্তি।
(গ) জলবিদ্যুৎ শক্তি।
(ঘ) বায়ুশক্তি।
উত্তৰঃ (গ) জলবিদ্যুৎ শক্তি।
৪। তলত দিয়া কোনখন উদ্যোগ লো-তীখা উদ্যোগৰ অংশ?
(ক) বোকাৰো ষ্টীল চিটি।
(খ) হাটিয়া ইঞ্জিন কেন্দ্ৰ।
(গ) কোদাৰ্মা সিমেণ্ট কাৰখানা।
(ঘ) আদ্রা বিদ্যুৎ কেন্দ্র।
উত্তৰঃ (ক) বোকাৰো ষ্টীল চিটি।
৫। টাটা ষ্টীল কোম্পানীৰ মুখ্য উৎপাদন কেন্দ্র ক’ত অৱস্থিত?
(ক) আসানসোল।
(খ) ধনবাদ।
(গ) টাটানগৰ।
(ঘ) বাউৰকেলা।
উত্তৰঃ (গ) টাটানগৰ।
৬। ছোটানাগপুৰ ঔদ্যোগিক অঞ্চলত কেইখন তীখা উৎপাদন কেন্দ্র আছে?
(ক) ৩খন।
(খ) ৪খন।
(গ) ৫খন।
(ঘ) ৬খন।
উত্তৰঃ (গ) ৫খন।
৭। ইণ্ডিয়ান আইৰণ এণ্ড ষ্টীল কোম্পানীৰ পৰিপূৰক গোটসমূহ কোন ঠাইত আছে?
(ক) টাটানগৰ, বোকাবো, আসানসোল।
(খ) কুলটি, হীৰাপুৰ, বাৰ্ণপুৰ।
(গ) হাটিয়া, ডেল্টনগঞ্জ, সিন্ধী।
(ঘ) ধনবাদ, বাঁচী, কোদাৰ্মা।
উত্তৰঃ (খ) কুলটি, হীৰাপুৰ, বাৰ্ণপুৰ।
৮। বিশাখাপট্টনম-গুল্টুৰ উদ্যোগ অঞ্চলৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ?
(ক) ৪২০ কিমি।
(খ) ৫০০ কিমি।
(গ) ৬৩০ কিমি।
(ঘ) ৭১০ কিমি।
উত্তৰঃ (গ) ৬৩০ কিমি।
৯। কোনখন নদীৰ অৱবাহিকাত অঞ্চলটোৰ কয়লা সম্ভাৰ পোৱা যায়?
(ক) গঙ্গা।
(খ) গোদাৱৰী।
(গ) যমুনা।
(ঘ) কৃষ্ণা।
উত্তৰঃ (খ) গোদাৱৰী।
১০। বিশাখাপট্টনমত কিমান টন ক্ষমতাৰ লো-তীখা প্ৰকল্প স্থাপন কৰা হৈছে (১৯৯১-৯২)?
(ক) ৫ লাখ টন।
(খ) ৮ লাখ টন।
(গ) ১০ লাখ টন।
(ঘ) ১২ লাখ টন।
উত্তৰঃ (গ) ১০ লাখ টন।
১১। কিমান চনত বিশাখাপট্টনম পোটাশ্রয়টোত জাহাজ-নির্মাণ উদ্যোগ স্থাপন কৰা হয়?
(ক) ১৯৭১ চনত।
(খ) ১৮৪১ চনত।
(গ) ১৯৪৯ চনত।
(ঘ) ১৭৪১ চনত।
উত্তৰঃ (ঘ) ১৯৪১ চনত।
১২। তাতীপাকাত স্থাপিত উদ্যোগটো কি?
(ক) লো-তীখা উদ্যোগ।
(খ) তেল শোধনাগাৰ।
(গ) কাগজ কল।
(ঘ) চাইকেল উৎপাদন কেন্দ্ৰ।
উত্তৰঃ (খ) তেল শোধনাগাৰ।
১৩। আহমদাবাদ-সূৰত উদ্যোগ বলয় প্ৰথমে কোন ৰে’লপথৰ সৈতে সম্পৰ্কিত আছিল?
(ক) আহমদাবাদ-খেড়া।
(খ) আহমদাবাদ-আনন্দ-নড়িয়াদ-বড়োদৰা।
(গ) সূৰত-আহমেদাবাদ।
(ঘ) ভৰছ-বাৰোদা।
উত্তৰঃ (খ) আহমদাবাদ-আনন্দ-নড়িয়াদ-বড়োদৰা।
১৪। বৰ্তমান বলয়খন সূৰতৰ পৰা কোন ঠাইলৈ বিস্তৃত হৈছে?
(ক) ৰাজকোট।
(খ) আহমেদাবাদ।
(গ) ভৰছ।
(ঘ) খেড়া।
উত্তৰঃ (ক) ৰাজকোট।
১৫। আহমদাবাদ-সূৰত উদ্যোগ বলয়টো কোনখন নদীৰ তীৰত অৱস্থিত সূৰত অন্ত পৰে?
(ক) দামোদৰ।
(খ) তাপী।
(গ) গঙা।
(ঘ) মহি।
উত্তৰঃ (খ) তাপী।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



