Class 12 Geography MCQ Chapter 16 ভাৰতৰ জলসম্পদ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 16 ভাৰতৰ জলসম্পদ and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.
Class 12 Geography MCQ Chapter 16 ভাৰতৰ জলসম্পদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.
ভাৰতৰ জলসম্পদ
Chapter: 16
| সপ্তম গোট: সম্পদ আৰু সম্পদ-প্ৰকৰণ |
১। ভাৰতত জলসম্পদৰ মুঠ পৰিমাণ পৃথিৱীৰ ব্যৱহাৰযোগ্য জলসম্পদৰ কিমান শতাংশ?
(ক) ১%
(খ) ২%
(গ) ৪%
(ঘ) ৫%
উত্তৰঃ (গ) ৪%
২। পৃথিৱীৰ জলসম্পদৰ মাত্ৰ কিমান শতাংশ অলৱণীয় (ব্যৱহাৰযোগ্য)?
(ক) ২.৭৬%
(খ) ৩.৭৬%
(গ) ৪.২৬%
(ঘ) ৫.৬%
উত্তৰঃ (ক) ২.৭৬%
৩। পৃথিৱীত মুঠ জলসম্পদৰ পৰিমাণ কিমান?
(ক) ১৪০৯ নিযুত ঘন কিলোমিটাৰ।
(খ) ১০০০ নিযুত ঘন কিলোমিটাৰ।
(গ) ১২০০ নিযুত ঘন কিলোমিটাৰ।
(ঘ) ৯৫০ নিযুত ঘন কিলোমিটাৰ।
উত্তৰঃ (ক) ১৪০৯ নিযুত ঘন কিলোমিটাৰ
৪। ভাৰতত বছৰি হোৱা মুঠ বৃষ্টিপাতৰ পৰিমাণ প্ৰায়—
(ক) ২০০০ ঘন কিমি।
(খ) ৩০০০ ঘন কিমি।
(গ) ৪০০০ ঘন কিমি।
(ঘ) ৫০০০ ঘন কিমি।
উত্তৰঃ (গ) ৪০০০ ঘন কিমি।
৫। বছৰি ভাৰতত সংগ্ৰহযোগ্য পানীৰ পৰিমাণ কিমান?
(ক) ৮০০ ঘন কিমি।
(খ) ১১২০ ঘন কিমি।
(গ) ৯৫০ ঘন কিমি।
(ঘ) ১০৫০ ঘন কিমি।
উত্তৰঃ (খ) ১১২০ ঘন কিমি।
৬। জলসম্পদৰ ক্ষেত্ৰত ভাৰতৰ গড় গোলকীয় গড়তকৈ কিমান গুণ বেছি?
(ক) ১.৫৩ গুণ।
(খ) ১.৬৩ গুণ।
(গ) ১.৭৩ গুণ।
(ঘ) ২.০ গুণ।
উত্তৰঃ (খ) ১.৬৩ গুণ।
৭। ভাৰতত মাত্ৰ কিমান শতাংশ জলসম্পদ বছৰি সংগ্ৰহযোগ্য?
(ক) ৫০%
(খ) ৭৫%
(গ) ৬০%
(ঘ) ৪০%
উত্তৰঃ (গ) ৬০%
৮। ভাৰতত মুঠ কিমানটা নদী আছে?
(ক) ১০,০০০ টা।
(খ) ১৫,০০০ টা।
(গ) ১০,৩৬০ টা।
(ঘ) ৮,২০০ টা।
উত্তৰঃ (গ) ১০,৩৬০ টা।
৯। বছৰি ভাৰতৰ নদীৰে বৈ যোৱা পানীৰ পৰিমাণ কিমান?
(ক) ১,৯৬৯ ঘন কিমি।
(খ) ২,১০০ ঘন কিমি।
(গ) ১,৮০০ ঘন কিমি।
(ঘ) ২,৫০০ ঘন কিমি।
উত্তৰঃ (ক) ১,৯৬৯ ঘন কিমি।
১০। হ্রদ, বিল, পুখুৰীত সঞ্চিত পানীৰ পৰিমাণ কিমান?
(ক) ২০ ঘন কিমি।
(খ) ১০.৫ ঘন কিমি।
(গ) ১৫.৪ ঘন কিমি।
(ঘ) ৫ ঘন কিমি।
উত্তৰঃ (গ) ১৫.৪ ঘন কিমি।
১১। সমগ্ৰ ভাৰতৰ কিমান শতাংশ ভূমি নদী অৱবাহিকাত অৱস্থিত?
(ক) ৮০%
(খ) ৭৫%
(গ) ৯২%
(ঘ) ৯৫%
উত্তৰঃ (গ) ৯২%
১২। মুঠ নদীজল সম্পদৰ কিমান শতাংশ ব্যৱহাৰযোগ্য?
(ক) ৬৯০ ঘন কিমি(৪৫%)।
(খ) ৬৯০ ঘন কিমি(৫০%)।
(গ) ৬৯০ ঘন কিমি (৩৫%)।
(ঘ) ৬৯০ ঘন কিমি(৬০%)।
উত্তৰঃ (গ) ৬৯০ ঘন কিমি (৩৫%)।
১৩। কোনটো নদীৰ জলপ্রবাহৰ তুলনাত জলসংগ্ৰহণ অতি নগণ্য?
(ক) গঙ্গা।
(খ) নর্মদা।
(গ) ব্রহ্মপুত্ৰ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) ব্রহ্মপুত্ৰ।
১৪। সমভূমিৰ নদীসমূহত কোনটো কাম সহজে কৰিব পৰা যায়?
(ক) জলবিদ্যুৎ উৎপাদন।
(খ) জলসিঞ্চন।
(গ) সৰল জলধাৰা।
(ঘ) কূটনৈতিক বাণিজ্য।
উত্তৰঃ (খ) জলসিঞ্চন।
১৫। পাহাৰীয়া নদীত কিহৰ সুবিধা থাকে?
(ক) জলসিঞ্চন।
(খ) জলবিদ্যুৎ উৎপাদন।
(গ) যাত্ৰীবাহী নৌকা চলোৱা।
(ঘ) ভূ-উষ্ণতা নিয়ন্ত্ৰণ।
উত্তৰঃ (খ) জলবিদ্যুৎ উৎপাদন।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



