Class 12 Geography MCQ Chapter 15 ভূমি-সম্পদ আৰু কৃষিকার্য Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 15 ভূমি-সম্পদ আৰু কৃষিকার্য and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.
Class 12 Geography MCQ Chapter 15 ভূমি-সম্পদ আৰু কৃষিকার্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.
ভূমি-সম্পদ আৰু কৃষিকার্য
Chapter: 15
| সপ্তম গোট: সম্পদ আৰু সম্পদ-প্ৰকৰণ |
১। ভাৰতৰ কিমান শতাংশ কৃষকৰ কৃষিভূমি এক হেক্টৰতকৈও কম?
(ক) ৩০%
(খ) ৬০%
(গ) ৪০%
(ঘ) ২০%
উত্তৰঃ (খ) ৬০%
২। ভাৰতৰ অধিকাংশ কৃষক—
(ক) বৃহৎ কৃষক।
(খ) ক্ষুদ্র আৰু প্রান্তীয় কৃষক।
(গ) ভূমিহীন।
(ঘ) সমবায়ী কৃষক।
উত্তৰঃ (খ) ক্ষুদ্র আৰু প্রান্তীয় কৃষক।
৩। জলসিঞ্চন এলেকাত শস্যসমূহ—
(ক) খাদ্য-শস্য হয়।
(খ) বাণিজ্যিক শস্য হয়।
(গ) ফলমূল হয়।
(ঘ) গছ-গছনি হয়।
উত্তৰঃ (খ) বাণিজ্যিক শস্য হয়।
৪। বছৰত কৃষিজীৱীসকলে সাধাৰণতে কিমান দিন নিযুক্ত থাকে?
(ক) ৩০০-৩৬৫ দিন।
(খ) ২৫০-৩০০ দিন।
(গ) ১৮০-২৪০ দিন।
(ঘ) ১২০-২৪০ দিন।
উত্তৰঃ (ঘ) ১২০-২৪০ দিন।
৫। কৃষিভূমিৰ অৱনমনৰ এক মুখ্য কাৰণ হ’ল—
(ক) যান্ত্ৰিক প্ৰযুক্তি।
(খ) আসোৱাহপূর্ণ জলসিঞ্চন ব্যৱস্থা।
(গ) অধিক পিয়াহ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) আসোৱাহপূর্ণ জলসিঞ্চন ব্যৱস্থা।
৬। জলসিঞ্চন খালৰ দুয়োপাৰত কি গঠিত হয়?
(ক) বনাঞ্চল।
(খ) বালি অঞ্চল।
(গ) জালাহভূমি।
(ঘ) গাঁও অঞ্চল।
উত্তৰঃ (গ) জালাহভূমি।
৭। ক্ষাৰীকৰণ আৰু লৱণীকৰণৰ বাবে কিমান কৃষিভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস পাইছে?
(ক) ৫ নিযুত হেক্টৰ।
(খ) ১০ নিযুত হেক্টৰ।
(গ) ৮ নিযুত হেক্টৰ।
(ঘ) ৬ নিযুত হেক্টৰ।
উত্তৰঃ (গ) ৮ নিযুত হেক্টৰ।
৮। জালাহভূমি সৃষ্টি হৈ কিমান হেক্টৰ ভূমিৰ কৃষি সম্ভাৱনা হ্ৰাস পাইছে?
(ক) ৭ নিযুত হেক্টৰ।
(খ) ৫ নিযুত হেক্টৰ।
(গ) ৩ নিযুত হেক্টৰ।
(ঘ) ৯ নিযুত হেক্টৰ।
উত্তৰঃ (ক) ৭ নিযুত হেক্টৰ।
৯। ভাৰতৰ শস্য উৎপাদনহাৰ কিহৰ তুলনাত কম?
(ক) আফ্ৰিকাৰ।
(খ) আন্তঃৰাষ্ট্ৰীয় মানকৰ।
(গ) স্থানীয় খেতিয়কৰ।
(ঘ) কেৱল ভাৰতৰ ভিতৰতেই।
উত্তৰঃ (খ) আন্তঃৰাষ্ট্ৰীয় মানকৰ।
১০। অধিক উৎপাদনক্ষম কৃষি পদ্ধতি কেনেকুৱা হয়?
(ক) স্বল্প ব্যয়বহুল।
(খ) সম্পূর্ণ প্রাকৃতিক।
(গ) ব্যয়বহুল।
(ঘ) কেৱল গ্ৰামাঞ্চলৰ উপযোগী।
উত্তৰঃ (গ) ব্যয়বহুল।
১১। ভাৰতত কোন ভূমি-মালিকানা প্ৰথা কৃষকসকলৰ ক্ষতিসাধক বুলি বিবেচিত?
(ক) মহলৱাৰী।
(খ) বায়তৱাৰী।
(গ) জমিনদাৰী।
(ঘ) দেউলি।
উত্তৰঃ (গ) জমিনদাৰী।
১২। মাহজাতীয় শস্য কোন গোত্রৰ অন্তৰ্গত?
(ক) গ্রামিনিয়ে।
(খ) মেদেলুৱা।
(গ) ছোলাসিয়ে।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) মেদেলুৱা।
১৩। মাহজাতীয় শস্য মাটিৰ উৰ্বৰতা কেনেকৈ বৃদ্ধি কৰে?
(ক) পটাশ যোগ কৰি।
(খ) নাইট্ৰ’জেন অনুবন্ধনৰ মাধ্যমে।
(গ) বায়বীয় ধূলিৰে।
(ঘ) গছৰ পাতৰ দ্বাৰা।
উত্তৰঃ (খ) নাইট্ৰ’জেন অনুবন্ধনৰ মাধ্যমে।
১৪। বিশ্বত মাহজাতীয় শস্যৰ প্ৰায় কিমান অংশ ভাৰতত উৎপন্ন হয়?
(ক) এক চতুৰ্থাংশ।
(খ) এক তৃতীয়াংশ।
(গ) এক পঞ্চমাংশ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) এক পঞ্চমাংশ।
১৫। ভাৰতত কোন মাহজাতীয় শস্যটোত সেউজ বিপ্লৱৰ প্রভাৱত ঘেঁহ খেতি আৰম্ভ কৰা হৈছে?
(ক) অৰহৰ।
(খ) মটৰ।
(গ) বুট।
(ঘ) মগুমাহ।
উত্তৰঃ (গ) বুট।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

