Class 12 Geography MCQ Chapter 14 ভাৰতৰ জনবসতি প্ৰতিৰূপ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 14 ভাৰতৰ জনবসতি প্ৰতিৰূপ and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.
Class 12 Geography MCQ Chapter 14 ভাৰতৰ জনবসতি প্ৰতিৰূপ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.
ভাৰতৰ জনবসতি প্ৰতিৰূপ
Chapter: 14
| ষষ্ঠ গোট: ভাৰতৰ জনবসতি |
১। ভাৰতৰ চহৰসমূহক মূল প্ৰকাৰ্যৰ আধাৰত ঘাইকৈ কেইটা শ্রেণীত বিভক্ত কৰা হৈছে?
(ক) ৫টা।
(খ) ৭টা।
(গ) ৯টা।
(ঘ) ১১টা।
উত্তৰঃ (গ) ৯টা।
২। কোন চহৰক “প্ৰশাসনিক চহৰ” বুলি পৰিগণিত কৰা হৈছে?
(ক) মুম্বই।
(খ) চেন্নাই।
(গ) নতুন দিল্লী।
(ঘ) কলকাতা।
উত্তৰঃ (গ) নতুন দিল্লী।
৩। ঔদ্যোগিক চহৰৰ পৰিসৰে কোনটো চহৰ অন্তর্ভুক্ত?
(ক) কলকাতা।
(খ) টাটানগৰ।
(গ) চেন্নাই।
(ঘ) গুৱাহাটী।
উত্তৰঃ (খ) টাটানগৰ।
৪। বাণিজ্যিক চহৰৰ উদাহৰণ হিচাপে ক’ত পৰিলক্ষিত হয়?
(ক) কলকাতা।
(খ) চণ্ডীগঢ।
(গ) শিলচৰ।
(ঘ) কোচি।
উত্তৰঃ (ক) কলকাতা।
৫। যাতায়াত চহৰৰ উদাহৰণ ক’ত পৰিলক্ষিত হয়?
(ক) মুম্বই।
(খ) কান্ডালা।
(গ) দিছপুৰ।
(ঘ) দিল্লী।
উত্তৰঃ (খ) কান্ডালা।
৬। ইতাসী, মুগলসৰায় আৰু গুণ্টাকল কোন ধৰণৰ চহৰ হিচাপে পৰিগণিত?
(ক) বাণিজ্যিক চহৰ।
(খ) যাতায়াত চহৰ।
(গ) ঔদ্যোগিক চহৰ।
(ঘ) প্রশাসনিক চহৰ।
উত্তৰঃ (খ) যাতায়াত চহৰ।
৭। কোন চহৰটো “ঔদ্যোগিক চহৰ” হিচাপে পৰিগণিত নহয়?
(ক) টাটানগৰ।
(খ) আকোলা।
(গ) কলকাতা।
(ঘ) নেপানগৰ।
উত্তৰঃ (গ) কলকাতা।
৮। কোন চহৰটো “জংছনকেন্দ্রিক ৰে’লনগৰী” হিচাপে পৰিগণিত হয়?
(ক) কানডালা।
(খ) মুগলসৰায়।
(গ) চেন্নাই।
(ঘ) কলকাতা।
উত্তৰঃ (খ) মুগলসৰায়।
৯। যি চহৰ সামৰিক ছাউনী বা দুৰ্গৰ আশে পাশে গঠন কৰা হৈছে সেয়াক কি বুলি কোৱা হয়?
(ক) খনিজ চহৰ।
(খ) শৈক্ষিক চহৰ।
(গ) দুর্গ তথা প্ৰতিৰক্ষা চহৰ।
(ঘ) বাণিজ্যিক চহৰ।
উত্তৰঃ (গ) দুর্গ তথা প্ৰতিৰক্ষা চহৰ।
১০। বিহাৰ, অসম, মহাৰাষ্ট্র আদি ৰাজ্যৰ খনিজ চহৰসমূহৰ পৰিসৰ কি ধৰণৰ চহৰ অন্তর্ভুক্ত?
(ক) খনিজ চহৰ।
(খ) যাতায়াত চহৰ।
(গ) বাণিজ্যিক চহৰ।
(ঘ) শৈক্ষিক চহৰ।
উত্তৰঃ (ক) খনিজ চহৰ।
১১। “তীর্থস্থানসমূহ”ৰ উদাহৰণ হিচাপে কোনটো চহৰ বর্ণনা কৰা হৈছে?
(ক) বোলপুৰ।
(খ) গয়া।
(গ) অম্বালা।
(ঘ) জলন্ধৰ।
উত্তৰঃ (খ) গয়া।
১২। কোন চহৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ বাবে বিখ্যাত?
(ক) অলীগঢ়।
(খ) বোলপুৰ।
(গ) পুণে।
(ঘ) কোটা।
উত্তৰঃ (খ) বোলপুৰ।
১৩। ধৰ্মীয় আৰু সাংস্কৃতিক চহৰবোৰৰ পৰা কোন চহৰ সাংস্কৃতিক কেন্দ্ৰ হিচাপে পৰিগণিত?
(ক) বাৰাণসী।
(খ) তিৰুপতি।
(গ) কলকাতা।
(ঘ) মুম্বই।
উত্তৰঃ (ক) বাৰাণসী।
১৪। কোন চহৰক “পর্যটন চহৰ” বুলি পৰিগণিত কৰা হয়?
(ক) মুম্বই।
(খ) নৈনীতাল।
(গ) কলকাতা।
(ঘ) দিল্লী।
উত্তৰঃ (খ) নৈনীতাল।
১৫। কোন চহৰ সমুদ্র চৈকতৰ চহৰ হিচাপে পৰিগণিত?
(ক) কন্যাকুমাৰী।
(খ) মুম্বই।
(গ) চিমলা।
(ঘ) চেন্নাই।
উত্তৰঃ (ক) কন্যাকুমাৰী।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


