Class 12 Geography MCQ Chapter 13 মানৱ-সম্পদ উন্নয়ন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 13 মানৱ-সম্পদ উন্নয়ন and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.
Class 12 Geography MCQ Chapter 13 মানৱ-সম্পদ উন্নয়ন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.
মানৱ-সম্পদ উন্নয়ন
Chapter: 13
| পঞ্চম গোট: ভাৰতৰ জনসংখ্যা |
১। ভাৰতৰ ৰাষ্ট্ৰীয় মুঠ উৎপাদন কিমান টকা?
(ক) ২০০০ কোটি টকা।
(খ) ৩২০০ হাজাৰ কোটি টকা।
(গ) ২০,০০০ কোটি টকা।
(ঘ) ১০০০ কোটি টকা।
উত্তৰঃ (খ) ৩২০০ হাজাৰ কোটি টকা।
২। ভাৰতৰ জনমূৰি আয় কিমান?
(ক) ৪,০০০ টকা।
(খ) ১০,০০০ টকা।
(গ) ২০,৮১৩ টকা।
(ঘ) ৮,০০০ টকা।
উত্তৰঃ (গ) ২০,৮১৩ টকা।
৩। জনমূৰি আয়ৰ দৃষ্টিকোণৰ পৰা কোনখন ৰাজ্য দৰিদ্ৰ?
(ক) দিল্লী।
(খ) মহাৰাষ্ট্ৰ।
(গ) বিহাৰ।
(ঘ) গুজৰাট।
উত্তৰঃ (গ) বিহাৰ।
৪। জনমূৰি আয় ৪,০০০ টকাৰো অধিক থকা ৰাজ্যসমূহৰ ভিতৰত এখন হৈছে—
(ক) অসম।
(খ) হৰিয়ানা।
(গ) বিহাৰ।
(ঘ) মধ্যপ্ৰদেশ।
উত্তৰঃ (খ) হৰিয়ানা।
৫। বিহাৰত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকৰ শতাংশ কিমান?
(ক) ৪২.৬%
(খ) ৩০%
(গ) ২৫%
(ঘ) ৫০%
উত্তৰঃ (ক) ৪২.৬%
৬। অসমত দৰিদ্ৰতা শতাংশ কিমান?
(ক) ২০.১০%
(খ) ৩৬.০৯%
(গ) ৪৫.৯৮%
(ঘ) ১০%
উত্তৰঃ (খ) ৩৬.০৯%
৭। নিম্নলিখিত ৰাজ্যবোৰৰ ভিতৰত কোনটো তুলনামূলকভাৱে ধনী ৰাজ্য?
(ক) বিহাৰ।
(খ) অসম।
(গ) হৰিয়ানা।
(ঘ) ত্রিপুৰা।
উত্তৰঃ (গ) হৰিয়ানা।
৮। গোৱাত দৰিদ্ৰতাৰ শতাংশ কিমান?
(ক) ৫.৭৫%
(খ) ৪.৪০%
(গ) ৮.২৩%
(ঘ) ৩৬.৫৫%
উত্তৰঃ (খ) ৪.৪০%
৯। কোনখন ৰাজ্যত দৰিদ্ৰ লোকৰ সংখ্যা ৩০%ৰ ওপৰ?
(ক) হিমাচল প্ৰদেশ।
(খ) নাগালেণ্ড।
(গ) দিল্লী।
(ঘ) পঞ্জাৱ।
উত্তৰঃ (খ) নাগালেণ্ড।
১০। তিৰোতাৰ ক্ষেত্ৰত ১৯৫১ চনৰ পৰা প্রত্যাশিত জীৱনকাল কিমান বৃদ্ধি হৈছে?
(ক) ৩৬.২ বছৰৰ পৰা ৫৫.৩ বছৰত।
(খ) ৩৬.২ বছৰৰ পৰা ৬৫.৩ বছৰত।
(গ) ৩২.২ বছৰৰ পৰা ৪৫.৩ বছৰত।
(ঘ) ৩৪.৫ বছৰৰ পৰা ৫৮.২ বছৰত।
উত্তৰঃ (খ) ৩৬.২ বছৰৰ পৰা ৬৫.৩ বছৰত।
১১। ১৯৫১ চনৰ পৰা জন্মৰ হাৰ কিমান হ্ৰাস পাইছে?
(ক) ৪৬.৮ৰ পৰা ৩৪.১
(খ) ৪০.৮ৰ পৰা ২৬.১
(গ) ২০.৮ৰ পৰা ২৬.১
(ঘ) ১৯.৮ৰ পৰা ৪৬.১
উত্তৰঃ (খ) ৪০.৮ৰ পৰা ২৬.১
১২। ০-৪ বছৰৰ শিশুৰ শ্ৰেণীত ল’ৰাৰ তুলনাত ছোৱালীৰ সংখ্যা কম হৈছে কোন ৰাজ্যত?
(ক) মহাৰাষ্ট্ৰ।
(খ) হৰিয়াণা।
(গ) তামিলনাড়ু।
(ঘ) অসম।
উত্তৰঃ (খ) হৰিয়াণা।
১৩। গর্ভাৱস্থাত লিংগ নির্ধাৰণ কৌশল প্ৰবৃদ্ধি হোৱা দেশৰ নাম কি?
(ক) হৰিয়াণা।
(খ) পঞ্জাৱ।
(গ) কাশ্মীৰ।
(ঘ) বিহাৰ।
উত্তৰঃ (ক) হৰিয়াণা।
১৪। কঁচুৱা মৃত্যু হাৰ হ্ৰাসৰ পৰিস্থিতি কেতিয়া হৈছে?
(ক) ১৯৮১-২০০১ চনৰ সময়ছোৱাত।
(খ) ১৯৫১-৯৯ চনৰ সময়ছোৱাত।
(গ) ২০০১-২০১১ চনৰ সময়ছোৱাত।
(ঘ) ২০১১-২০২০ চনৰ সময়ছোৱাত।
উত্তৰঃ (খ) ১৯৫১-৯৯ চনৰ সময়ছোৱাত।
১৫। অসমৰ শিশুৰ শ্ৰেণীটোত ল’ৰাৰ তুলনাত ছোৱালীৰ সংখ্যা কিমান কম?
(ক) ৩৬%
(খ) ৪২%
(গ) ৩০%
(ঘ) ২৫%
উত্তৰঃ (ক) ৩৬%

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

