Class 12 Geography MCQ Chapter 10 জনবসতিৰ প্ৰকাৰ

Class 12 Geography MCQ Chapter 10 জনবসতিৰ প্ৰকাৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 10 জনবসতিৰ প্ৰকাৰ and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 10 জনবসতিৰ প্ৰকাৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 10

চতুর্থ গোট: জনবসতি ভূগোল

১। প্রকৃতার্থত জনবসতি, অর্থাৎ স্থায়ী বসতি আকৌ ঘাইকৈ কেইপ্ৰকাৰৰ?

(ক) দুই প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) পাঁচ প্ৰকাৰৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) দুই প্ৰকাৰৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। চহৰসমূহত শৌচাগাৰ আৰু স্নানাগাৰৰ সুবিধা কোন শ্রেণীৰ লোকৰ বাবে সহজলভ্য নহয়?

(ক) উচ্চ বিত্ত লোক।

(খ) মধ্য বিত্ত লোক।

(গ) নিম্ন বিত্ত বাসিন্দা।

(ঘ) চৰকাৰী কৰ্মচাৰী।

উত্তৰঃ (গ) নিম্ন বিত্ত বাসিন্দা।

৩। চহৰত পুৰুষ প্ৰব্ৰজনৰ অধিক্যৰ ফলত কোন ধৰণৰ বৈষম্যৰ সৃষ্টি হয়?

(ক) শ্ৰমিক বৈষম্য।

(খ) আঞ্চলিক বৈষম্য।

(গ) লিংগ বৈষম্য।

(ঘ) আয় বৈষম্য।

উত্তৰঃ (গ) লিংগ বৈষম্য।

৪। চহৰৰ পৰিৱেশত প্ৰদূষণ বৃদ্ধিৰ মূল কাৰণ কি?

(ক) অধিক শস্য উৎপাদন।

(খ) অধিক যান-বাহনৰ আমদানি।

(গ) অপদ্ৰব্য আৰু প্ৰদূষক পদাৰ্থৰ ত্যাগ।

(ঘ) পানী সংৰক্ষণ।

উত্তৰঃ (গ) অপদ্ৰব্য আৰু প্ৰদূষক পদাৰ্থৰ ত্যাগ।

৫। কোন ধৰণৰ অপদ্ৰব্যবোৰ অধিক উদ্বেগজনক হিচাপে বিবেচিত?

(ক) জৈৱ বিঘটনীয়।

(খ) অজৈৱ বিঘটনীয়।

(গ) খাদ্য সামগ্ৰী।

(ঘ) পৰিশোধিত পানী।

উত্তৰঃ (খ) অজৈৱ বিঘটনীয়।

৬। কেন্দ্রীভূত বসতি বেছিভাগ ক’ত দেখা যায়?

(ক) মৰুভূমিত।

(খ) নদী-উপত্যকাত।

(গ) মালভূমিত।

(ঘ) তৃণভূমিত।

উত্তৰঃ (খ) নদী-উপত্যকাত।

৭। সুসংহত বসতিৰ অন্য নাম কি?

(ক) বিচ্ছিন্ন বসতি।

(খ) খোলা বসতি।

(গ) কেন্দ্রীভূত বসতি।

(ঘ) শৃঙ্খলিত বসতি।

উত্তৰঃ (গ) কেন্দ্রীভূত বসতি।

৮। শুৱালকুচি কোন ধৰণৰ বসতিৰ উদাহৰণ?

(ক) বিৰল বসতি।

(খ) কেন্দ্রীভূত বসতি।

(গ) বিচ্ছিন্ন বসতি।

(ঘ) খোলা বসতি।

উত্তৰঃ (খ) কেন্দ্রীভূত বসতি।

৯। বিৰল বসতি সাধাৰণতে ক’ত দেখা যায়?

(ক) উৰ্বৰ মাটিত।

(খ) নগৰ অঞ্চলত।

(গ) মালভূমি আৰু মৰুভূমিত।

(ঘ) নদীৰ কাষত।

উত্তৰঃ (গ) মালভূমি আৰু মৰুভূমিত।

১০। কোন বসতিৰ ক্ষেত্ৰত গৃহসমূহ দূৰে দূৰে সিঁচৰাই থাকে?

(ক) কেন্দ্রীভূত বসতি।

(খ) সুসংহত বসতি।

(গ) বিৰল বসতি।

(ঘ) নগৰ বসতি।

উত্তৰঃ (গ) বিৰল বসতি।

১১। কোন শিল্পৰ কাৰণে শুৱালকুচিত কেন্দ্রীভূত বসতি গঢ় লৈছে?

(ক) কাঠ শিল্প।

(খ) মৎস্য শিল্প।

(গ) তাঁত শিল্প।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) তাঁত শিল্প।

১২। গ্রাম্য-বসতি আৰু পৌৰ-বসতি কি ধৰণৰ জনবসতিৰ উদাহৰণ?

(ক) অস্থায়ী বসতি।

(খ) সাময়িক বসতি।

(গ) স্থায়ী বসতি।

(ঘ) মৌখিক বসতি।

উত্তৰঃ (গ) স্থায়ী বসতি।

১৩। কৃষি, মীন, পশুপালন ইত্যাদি কোন খণ্ডৰ কাম-কাজ?

(ক) গৌণ খণ্ড।

(খ) তৃতীয় খণ্ড।

(গ) উদ্যোগ খণ্ড।

(ঘ) প্ৰাথমিক খণ্ড।

উত্তৰঃ (ঘ) প্ৰাথমিক খণ্ড।

১৪। কোন ধৰণৰ বসতিত জনসংখ্যাৰ ঘনত্ব বেছি?

(ক) গ্রাম্য-বসতি।

(খ) পৌৰ-বসতি।

(গ) অঘৰী বসতি।

(ঘ) ঋতুপ্ৰব্রজনক বসতি।

উত্তৰঃ (খ) পৌৰ-বসতি।

১৫। নগৰবাসীসকল সাধাৰণতে কিহৰ লগত জড়িত?

(ক) পশুপালন।

(খ) শস্য উৎপাদন।

(গ) উদ্যোগ, বাণিজ্য আৰু সেৱা খণ্ড।

(ঘ) জলাশয় শোধন।

উত্তৰঃ (গ) উদ্যোগ, বাণিজ্য আৰু সেৱা খণ্ড।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top