Class 12 Geography MCQ Chapter 9 আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

Class 12 Geography MCQ Chapter 9 আন্তঃৰাষ্ট্ৰীয় বাণিজ্য Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 9 আন্তঃৰাষ্ট্ৰীয় বাণিজ্য and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 9 আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 9

তৃতীয় গোট: মানুহৰ অৰ্থনৈতিক কামকাজ

১। সচৰাচৰ বন্দৰসমূহক সৰবৰাহ ঘটা মালবস্তুৰ ধৰণকৰণ অর্থাৎ যাতায়াত সংৰচনাৰ (traffic struc-I ture) আধাৰত কেইটা প্রকাৰত বিভক্ত কৰা হয়?

(ক) ৩ প্ৰকাৰত।

(খ) ৫ প্ৰকাৰত।

(গ) ৪ প্ৰকাৰত।

(ঘ) ২ প্ৰকাৰত।

উত্তৰঃ (ক) ৩ প্ৰকাৰত।

২। ভৌগোলিক অৱস্থান অনুসৰি বন্দৰক কেইটা  শ্রেণীত বিভক্ত কৰিব পাৰি?

(ক) ২ শ্রেণীত।

(খ) ৩ শ্রেণীত।

(গ) ৪ শ্রেণীত।

(ঘ) ৫ শ্রেণীত।

উত্তৰঃ (ক) ২ শ্রেণীত।

৩। যাতায়াত উপাচাৰৰ (traffic item) বৈশিষ্ট্য অনুসৰি বন্দৰসমূহক কেইটা প্রকাৰত বিভক্ত কৰা হয়?

(ক) ৩ প্ৰকাৰত।

(খ) ৫ প্ৰকাৰত।

(গ) ৪ প্ৰকাৰত।

(ঘ) ২ প্ৰকাৰত।

উত্তৰঃ (খ) ৫ প্ৰকাৰত।

৪। পণ্যদ্রব্যৰ বেলিকা লেনদেন কৰা দ্রব্যসমূহৰ পৰিমাণ কিহৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়?

(ক) মূল্যৰ ভিত্তিত।

(খ) পৰিমাণৰ ভিত্তিত।

(গ) ওজনৰ ভিত্তিত।

(ঘ) উৎপাদনৰ ভিত্তিত।

উত্তৰঃ (গ) ওজনৰ ভিত্তিত।

৫। সেৱা আৰু প্রযুক্তি কৌশল সম্পদসমূহ কিদৰে পৰিমাণিক নিৰ্ধাৰণ কৰা হয়?

(ক) মূল্যৰ ভিত্তিত।

(খ) মুঠ পৰিমাণৰ ভিত্তিত।

(গ) ওজনৰ ভিত্তিত।

(ঘ) চাহিদাৰ ভিত্তিত।

উত্তৰঃ (ক) মূল্যৰ ভিত্তিত।

৬। কোনবোৰ সম্পদৰ বাণিজ্যিক মূল্য একে নহয়?

(ক) কৃষিজাত আৰু খনিজাত সম্পদ।

(খ) মূল্যবান সম্পদ আৰু প্ৰাকৃতিক সম্পদ।

(গ) উৎপাদিত আৰু অর্ধনির্মিত সম্পদ।

(ঘ) সকলো।

উত্তৰঃ (গ) উৎপাদিত আৰু অর্ধনির্মিত সম্পদ।

৭। বিশ্বব্যাপী বাণিজ্যত কি সম্পদসমূহে প্রথমে প্রাধান্য লাভ কৰিছিল?

(ক) কৃষিজাত, বনজাত আৰু খনিজাত সামগ্ৰী।

(খ) পূৰ্ণ নির্মিত পণ্য।

(গ) অর্ধনির্মিত পণ্য।

(ঘ) উচ্চ প্রযুক্তি সম্পদ।

উত্তৰঃ (ক) কৃষিজাত, বনজাত আৰু খনিজাত সামগ্ৰী।

৮। কোন সম্পদসমূহে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত অধিক পৰিমাণে লেনদেনৰ পৰিমাণ বৃদ্ধি কৰিছে?

(ক) কৃষিজাত সামগ্ৰী।

(খ) অর্ধনির্মিত পণ্য।

(গ) পূৰ্ণ নির্মিত পণ্য।

(ঘ) উৎপাদন সামগ্ৰী।

উত্তৰঃ (গ) পূৰ্ণ নির্মিত পণ্য।

৯। ২০০৫ চনত বিশ্বব্যাপী যন্ত্ৰপাতি, পৰিবহন সামগ্ৰী আৰু উচ্চ প্রযুক্তি সম্পদসমূহৰ বাণিজ্যৰ অংশীদাৰিত্ব কিমান আছিল?

(ক) ৪৩ শতাংশ।

(খ) ৮.৮ শতাংশ।

(গ) ৫২ শতাংশ।

(ঘ) ২০ শতাংশ।

উত্তৰঃ (ক) ৪৩ শতাংশ।

১০। অপ্ৰশিক্ষিত শ্রমৰ বাণিজ্যিক লেনদেনৰ অংশীদাৰিত্ব ২০০৫ চনত কিমান আছিল?

(ক) ১-২ শতাংশ।

(খ) ৩-৪ শতাংশ।

(গ) ৫ শতাংশ।

(ঘ) ৮ শতাংশ।

উত্তৰঃ (ক) ১-২ শতাংশ।

১১। ইউৰোপীয় দেশসমূহ আৰু তৃতীয় বিশ্ব দেশসমূহৰ মাজত কি পৰম্পৰা আৰম্ভ হৈছিল?

(ক) খাদ্যশস্যৰ ৰপ্তানি।

(খ) কাঁচামালৰ আমদানি।

(গ) শিল্পজাত দ্রব্যৰ ৰপ্তানি।

(ঘ) পূৰ্ণ নিৰ্মিত পণ্যৰ আমদানি।

উত্তৰঃ (গ) শিল্পজাত দ্রব্যৰ ৰপ্তানি।

১২। পঞ্চদশ শতিকা মানে কোন যুগৰ বৰ্ণনা কৰা হৈছে?

(ক) বিশতম শতিকা।

(খ) চোদ্দো শতিকা।

(গ) পঁইত্রিশ শতিকা।

(ঘ) পঞ্চদশ শতিকা।

উত্তৰঃ (ঘ) পঞ্চদশ শতিকা।

১৩। কুৰি শতিকাৰ আৰম্ভণীকালত কোন দেশত ক্ষিপ্র শিল্পায়ন আৰম্ভ হৈছিল?

(ক) চীন।

(খ) জাপান।

(গ) ভাৰত।

(ঘ) ব্রাজিল।

উত্তৰঃ (খ) জাপান।

১৪। ইউৰোপৰ কোন অঞ্চলসমূহত শিল্পজাত সম্পদৰ বাণিজ্য সৰ্বাধিক থাকে?

(ক) উত্তৰ আটলান্টিক শিল্পকেন্দ্র।

(খ) দক্ষিণ ইউৰোপ।

(গ) পশ্চিম ইউৰোপ।

(ঘ) আফ্রিকা।

উত্তৰঃ (ক) উত্তৰ আটলান্টিক শিল্পকেন্দ্র।

১৫। যেতিয়া আমদানিৰ তুলনাত ৰপ্তানিৰ পৰিমাণ বৃদ্ধি হয়, সেই অৱস্থাটোক কি বোলা হয়?

(ক) বাণিজ্যিক ঘাটি।

(খ) বাণিজ্যিক ভাৰসাম্য।

(গ) বাণিজ্যিক ৰাহি।

(ঘ) বাণিজ্যিক সংকট।

উত্তৰঃ (গ) বাণিজ্যিক ৰাহি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top