Class 12 Geography MCQ Chapter 11 পঞ্চম গোট: ভাৰতৰ জনসংখ্যা

Class 12 Geography MCQ Chapter 11 পঞ্চম গোট: ভাৰতৰ জনসংখ্যা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 11 পঞ্চম গোট: ভাৰতৰ জনসংখ্যা and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 11 পঞ্চম গোট: ভাৰতৰ জনসংখ্যা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 11

চতুর্থ গোট: জনবসতি ভূগোল

১। ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৰ্মৰত?

(ক) ২৫%

(খ) ৩৯%

(গ) ৫৩%

(ঘ) ৪৮%

উত্তৰঃ (খ) ৩৯%।

২। মিজোৰামত কৰ্মৰত জনসংখ্যাৰ অনুপাত কিমান?

(ক) ২৫%

(খ) ৩৯%

(গ) ৫৩%

(ঘ) ৪৮%

উত্তৰঃ (গ) ৫৩%।

৩। গোৱাত কৰ্মৰত জনসংখ্যাৰ অনুপাত কিমান?

(ক) ২৫%

(খ) ৩৯%

(গ) ৫৩%

(ঘ) ৪৮%

উত্তৰঃ (ক) ২৫%।

৪। ভাৰতত প্ৰায় কিমান অংশ জনসংখ্যা আৰ্থিকভাৱে পৰনির্ভৰশীল?

(ক) এক-তৃতীয়াংশ।

(খ) দুই-তৃতীয়াংশ।

(গ) ২৫%

(ঘ) ৪৮%

উত্তৰঃ (খ) দুই-তৃতীয়াংশ।

৫। ভাৰতৰ ৰাষ্ট্ৰীয় কৰ্মৰত অনুপাত কিমান?

(ক) ২৫%

(খ) ৩৯%

(গ) ৪৮%

(ঘ) ৫৩%

উত্তৰঃ (খ) ৩৯%

৬। ভাৰতত কৰ্মৰত লোকসকলক কিমান ভাগত বিভক্ত কৰা হয়?

(ক) ২ ভাগ।

(খ) ৩ ভাগ।

(গ) ৪ ভাগ।

(ঘ) ৫ ভাগ।

উত্তৰঃ (গ) ৪ ভাগ।

৭। কৰ্মৰত লোকসকলৰ ভিতৰত কিমান শতাংশ কৃষক বা কৃষি-শ্রমিক?

(ক) ৩৭.৬%

(খ) ৫৮.২%

(গ) ৪.২%

(ঘ) ২৫%

উত্তৰঃ (খ) ৫৮.২%

৮। কুটীৰ শিল্পত নিযুক্ত লোকৰ অনুপাত কিমান?

(ক) ৫৮.২%

(খ) ৩৭.৬%

(গ) ৪.২%

(ঘ) ২%

উত্তৰঃ (গ) ৪.২%

৯। অন্যান্য খণ্ডত কৰ্মৰত লোকৰ সংখ্যা কিমান?

(ক) ৪.২%

(খ) ৩৭.৬%

(গ) ২৫%

(ঘ) ৫৮.২%

উত্তৰঃ (খ) ৩৭.৬%

১০। ভাৰতত কৰ্মৰত লোকসকলৰ সৰ্বাধিক অংশ কোন খণ্ডত নিযুক্ত?

(ক) কুটীৰ শিল্পত।

(খ) উদ্যোগ-ব্যৱসাত।

(গ) কৃষিকেন্দ্রিক প্রাথমিক খণ্ডত।

(ঘ) পৰিবহণ খণ্ডত।

উত্তৰঃ (গ) কৃষিকেন্দ্রিক প্রাথমিক খণ্ডত।

১১। কোন খণ্ডত তিৰোতাৰ সংখ্যা তুলনামূলকভাৱে বেছি দেখা যায়?

(ক) দ্বিতীয়ক খণ্ড।

(খ) তৃতীয়ক খণ্ড।

(গ) প্ৰাথমিক খণ্ড।

(ঘ) উদ্যোগ খণ্ড।

উত্তৰঃ (গ) প্ৰাথমিক খণ্ড।

১২। দ্বিতীয়ক আৰু তৃতীয়ক খণ্ডত কোন বৰ্গৰ শ্রমিকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে?

(ক) পুৰুষ।

(খ) শিক্ষানবিশ।

(গ) তিৰোতা।

(ঘ) অঘৰী লোক।

উত্তৰঃ (গ) তিৰোতা।

১৩। ১৯৯১ চনত মুঠ কৰ্মৰত লোকৰ কিমান শতাংশ কৃষিকেন্দ্ৰিক প্ৰাথমিক খণ্ডত নিযুক্ত আছিল?

(ক) ৫৮.২%

(খ) ৬৬.৮৫%

(গ) ৭৫%

(ঘ) ৪২%

উত্তৰঃ (খ) ৬৬.৮৫%

১৪। ২০০১ চনত কৃষিকেন্দ্ৰিক প্ৰাথমিক খণ্ডৰ অনুপাত কিমানলৈ নামিছে?

(ক) ৫৮.২%

(খ) ৬৬.৮৫%

(গ) ৭০%

(ঘ) ৫০%

উত্তৰঃ (ক) ৫৮.২%

১৫। সৰ্বভাৰতীয়ভাৱে মুঠ কৰ্মৰত জনবলৰ কিমান শতাংশ কৃষক?

(ক) ৩১.৭%

(খ) ৩৫%

(গ) ২৬.৫%

(ঘ) ৩৯.৬%

উত্তৰঃ (ক) ৩১.৭%

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top