Class 11 Environmental Studies MCQ Chapter 6 সামাজিক বিষয় আৰু পৰিৱেশ

Class 11 Environmental Studies MCQ Chapter 6 সামাজিক বিষয় আৰু পৰিৱেশ Solutions, HS 1st year Environmental Studies Multiple Choice Question Answer, Class 11 Environmental Studies MCQ Chapter 6 সামাজিক বিষয় আৰু পৰিৱেশ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Environmental Studies MCQ Solutions and select needs one.

Class 11 Environmental Studies MCQ Chapter 6 সামাজিক বিষয় আৰু পৰিৱেশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Environmental Study Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Environmental Studies Objective Type Solutions for All Subject, You can practice these here.

Chapter – 6

MULTIPLE CHOICE QUESTION ANSWER

১। কিমান চনত পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগৰ গঠন হৈছিল?

(ক) ১৯৭৭ চনত।

(খ) ১৯৮৭ চনত।

(গ) ১৯৮৯ চনত।

(ঘ) ১৯৯৮ চনত।

উত্তৰঃ (খ) ১৯৮৭ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক কোন আছিল?

(ক) জি. এইচ. বার্টলেণ্ড।

(খ) জেমস বেটেল।

(গ) মাইকেল ফ্লেচাৰ।

(ঘ) জন’স্মিথ।

উত্তৰঃ (ক) জি. এইচ. বার্টলেণ্ড।

৩। কাৰ মতে বহনক্ষম উন্নয়ন হৈছে এনে “উন্নয়ন যি ভৱিষ্যৎ প্রজন্মক তেওঁলোকৰ নিজা প্রয়োজনখিনি আহৰণ কৰিব পৰা সক্ষমতাৰ লগত কোনো আপোচ নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনসমূহ পূৰণ কৰে?”

(ক) জন’স্মিথ।

(খ) মাইকেল ফ্লেচাৰ।

(গ) জেমস বেটেল।

(ঘ) জি. এইচ. বার্টলেণ্ড।

উত্তৰঃ (ঘ) জি. এইচ. বার্টলেণ্ড।

৪। কিমান চনত ব্ৰাজিলৰ ৰিঅ’ ডি-জেনেৰিঅ’ত ‘ধৰিত্ৰী সম্মিলন’ অনুষ্ঠিত হৈছিল?

(ক) ১৯৭৭ চনত।

(খ) ১৯৮৭ চনত।

(গ) ১৯৯২ চনত।

(ঘ) ১৯৯৮ চনত।

উত্তৰঃ (গ) ১৯৯২ চনত।

৫। ১৯৯২ চনত ‘ধৰিত্ৰী সম্মিলন’ (Earth Summit) ক’ত অনুষ্ঠিত হৈছিল?

(ক) ব্রাজিলত।

(খ) পেৰিছত।

(গ) নিউয়ৰ্কত।

(ঘ) লণ্ডনত।

উত্তৰঃ (ক) ব্রাজিলত।

৬। ১৯৯২ চনৰ ধৰিত্ৰী সম্মিলনত কেইটা নীতি তালিকাভুক্ত কৰা হৈছিল?

(ক) ২০ টা।

(খ) ২৫ টা।

(গ) ২৭ টা।

(ঘ) ৩০ টা।

উত্তৰঃ (গ) ২৭ টা।

৭। কোন ঘোষণাপত্ৰ ১৯৯২ চনৰ Earth Summit ত স্বাক্ষৰিত হৈছিল?

(ক) পেৰিছ ঘোষণা-পত্ৰ।

(খ) ৰিঅ’ ঘোষণা-পত্ৰ।

(গ) নিউয়ৰ্ক ঘোষণা-পত্ৰ।

(ঘ) লণ্ডন ঘোষণা-পত্ৰ।

উত্তৰঃ (খ) ৰিঅ’ ঘোষণা-পত্ৰ।

৮। নৰৱেৰ প্ৰধানমন্ত্ৰী কোন আছিল?

(ক) জেমস বেটেল।

(খ) মাইকেল ফ্লেচাৰ।

(গ) জন’স্মিথ।

(ঘ) জি. এইচ. বার্টলেণ্ড।

উত্তৰঃ (ঘ) জি. এইচ. বার্টলেণ্ড।

৯। কাৰ্য কৰা ক্ষমতাক কি বোলে?

(ক) শক্তি।

(খ) গতিবেগ।

(গ) বল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) শক্তি।

১০। শক্তিৰ উৎসসমূহক কেইটা ভাগত ভগাব পৰা যায়?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

১১। কাৰ মতে স্বাস্থ্য হৈছে মানুহৰ শাৰীৰিক, মানসিক আৰু সামাজিক কল্যাণৰ এটা পূৰ্ণ অৱস্থা?

(ক) ৰাষ্ট্ৰসংঘ।

(খ) বিশ্ব স্বাস্থ্য সংস্থা।

(গ) বিশ্ব বেংক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) বিশ্ব স্বাস্থ্য সংস্থা।

১২। টাইফইদ, কলেৰা, হেপাটাইটিছ, পলিঅ’, গেস্ট্রো-এণ্টাৰাইটিছ, এমিবিয়াছিছ, জিয়াৰডিয়াছিছ আদিকে ধৰি ভাৰতৰ কিমান শতাংশতকৈ বেছি ৰোগ পানীৰ পৰা হয়?

(ক) ২০ শতাংশ।

(খ) ৩০ শতাংশ।

(গ) ৬০ শতাংশ।

(ঘ) ৮০ শতাংশ।

উত্তৰঃ (ঘ) ৮০ শতাংশ।

১৩। সৌৰজগতৰ কোনটো গ্ৰহত জীৱ জীয়াই থাকিব পাৰে?

(ক) মঙ্গল।

(খ) শুক্ৰ।

(গ) পৃথিৱী।

(ঘ) বৃহস্পতি।

উত্তৰঃ (গ) পৃথিৱী।

১৪। সূৰ্যৰ পৰা অহা শক্তিৰ কিমান শতাংশ মহাকাশলৈ প্রতিফলিত হৈ উভতি যায়?

(ক) ৩০ শতাংশ।

(খ) ৪০ শতাংশ।

(গ) ৫০ শতাংশ।

(ঘ) ৬০ শতাংশ।

উত্তৰঃ (ক) ৩০ শতাংশ।

১৫। সূৰ্যৰ পৰা অহা শক্তিৰ কিমান শতাংশ পৃথিৱীত প্ৰৱেশ কৰে?

(ক) ৫০ শতাংশ।

(খ) ৬০ শতাংশ।

(গ) ৭০ শতাংশ।

(ঘ) ৮০ শতাংশ।

উত্তৰঃ (গ) ৭০ শতাংশ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top