Class 11 Environmental Studies MCQ Chapter 5 পৰিৱেশ প্ৰদূষণ

Class 11 Environmental Studies MCQ Chapter 5 পৰিৱেশ প্ৰদূষণ Solutions, HS 1st year Environmental Studies Multiple Choice Question Answer, Class 11 Environmental Studies MCQ Chapter 5 পৰিৱেশ প্ৰদূষণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Environmental Studies MCQ Solutions and select needs one.

Class 11 Environmental Studies MCQ Chapter 5 পৰিৱেশ প্ৰদূষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Environmental Study Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Environmental Studies Objective Type Solutions for All Subject, You can practice these here.

Chapter – 5

MULTIPLE CHOICE QUESTION ANSWER

১। “Pollution” শব্দটো কোন ভাষাৰ পৰা আহিছে?

(ক) গ্ৰীক।

(খ) লেটিন।

(গ) ফৰাছী।

(ঘ) ইংৰাজী।

উত্তৰঃ (খ) লেটিন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। “Pollutionem” শব্দটোৰ অৰ্থ কি?

(ক) অপৰিষ্কাৰ।

(খ) পৰিষ্কাৰ।

(গ) প্ৰকৃতি।

(ঘ) বস্তু।

উত্তৰঃ (ক) অপৰিষ্কাৰ।

৩। পৰিৱেশত যি অবাঞ্ছিত পৰিৱৰ্তন ঘটে তাক বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়?

(ক) সংৰক্ষণ।

(খ) পৰিৱৰ্তন।

(গ) প্রদূষণ।

(ঘ) আৱৰ্জনা।

উত্তৰঃ (গ) প্রদূষণ।

৪। গৌণ প্ৰদূষক কেনেকৈ সৃষ্টি হয়?

(ক) এটি বিশেষ চিহ্নিত উৎসৰ পৰা পোনপটীয়াকৈ।

(খ) মুখ্য প্ৰদূষকৰ পৰা ৰাসায়নিক বিক্ৰিয়া বা প্ৰাকৃতিক কাৰণত।

(গ) পানী পৰিস্কাৰ কৰাৰ ফলত।

(ঘ) প্ৰকৃতিৰ পৰিস্কাৰ বিকাশৰ দ্বাৰা।

উত্তৰঃ (খ) মুখ্য প্ৰদূষকৰ পৰা ৰাসায়নিক বিক্ৰিয়া বা প্ৰাকৃতিক কাৰণত।

৫। সূৰ্যৰ পোহৰত হাইড্ৰ’কাৰ্বন আৰু নাইট্ৰ’জেন অক্সাইডৰ বিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা গৌণ প্ৰদূষক কোনটো?

(ক) হাইড্ৰ’কাৰ্বন অক্সাইড।

(খ) নাইট্ৰ’জেন পেৰা অক্সাইড।

(গ) পেৰাক্সি এচিটাইল নাইট্ৰেট।

(ঘ) পেৰাক্সাইড নাইট্ৰিক এচিড।

উত্তৰঃ (গ) পেৰাক্সি এচিটাইল নাইট্ৰেট।

৬। কোনটো প্ৰদূষণক পৃথিৱীৰ জীৱজগতৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ পেলোৱা বায়ুৰ অসমতুল গুণ বুলি ক’ব পৰা যায়?

(ক) বায়ু প্ৰদূষণ।

(খ) জল প্ৰদূষণ।

(গ) ভূমি প্ৰদূষণ।

(ঘ) তাপ প্ৰদূষণ।

উত্তৰঃ (ক) বায়ু প্ৰদূষণ।

৭। যি পৰিমাণ আৰু যি সময়ৰ বাবে বায়ুত এটা বা একাধিক পৰিমাণৰ অনিষ্টকাৰী দ্ৰব্যৰ উপস্থিতিয়ে স্বাস্থ্য আৰু জনকল্যাণৰ বাবে ক্ষতিকৰ আৰু আন জীৱ-জন্তু বা গছ-গছনিৰো ক্ষতি কৰে তাক কি বুলি কোৱা হয়?

(ক) তাপ প্ৰদূষণ।

(খ) জল প্ৰদূষণ।

(গ) ভূমি প্ৰদূষণ।

(ঘ) বায়ু প্ৰদূষণ।

উত্তৰঃ (ঘ) বায়ু প্ৰদূষণ।

৮। বায়ু প্ৰদূষণৰ প্ৰধান উৎস কেই প্ৰকাৰৰ?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (ক) দুই।

৯। কোনটো কালত ফুলৰ ৰেণু উৎপত্তি হোৱাৰ সময়ত বতাহত মিহলি হৈ বায়ু প্রদূষণ হয়?

(ক) শীতকালত।

(খ) গ্ৰীষ্মকালত।

(গ) বসন্তকালত।

(ঘ) বৰ্ষাকালত।

উত্তৰঃ (গ) বসন্তকালত।

১০। অপতৃণ, ঘাঁহ-বন আৰু গছ-গছনিৰ ৰেণু আৰু শুং আদি কিহত প্ৰৱেশ কৰে?

(ক) বায়ুমণ্ডলত।

(খ) পানীত।

(গ) মাটিত।

(ঘ) শিলাস্তৰত।

উত্তৰঃ (ক) বায়ুমণ্ডলত।

১১। ৰাসায়নিক প্রকল্প, ধাতৱ পদার্থ নির্মাণকাৰী প্রকল্প, স্পেল্টাৰ, কাগজ কল, সূতা আৰু কাপোৰৰ মিল, পেট্র’লিয়াম শোধনাগাৰ, সাংশ্লেষিক ৰাবাৰ উৎপাদন প্রকল্প আদিৰ দৰে উদ্যোগৰ পৰা কিমান শতাংশ বায়ু প্রদূষণ হয়?

(ক) ১০ শতাংশ।

(খ) ২০ শতাংশ।

(গ) ৩০ শতাংশ।

(ঘ) ৪০ শতাংশ।

উত্তৰঃ (খ) ২০ শতাংশ।

১২। বায়ুমণ্ডলীয় অম্লসমূহৰ আধাৰপাত্র হিচাপে কোনে কাম কৰে?

(ক) পৰিৱেশে।

(খ) শিলাস্তৰে।

(গ) চূণশিলে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) চূণশিলে।

১৩। কিহৰ পৰা ওলোৱা নাইট্র’জেন অক্সাইড গেছ দীর্ঘদিন ধৰি সেৱন কৰি থকাৰ ফলত হাওঁফাওঁৰ ক্ষতি হয় আৰু শ্বাস-প্রশ্বাসজনিত ৰোগত শৰীৰ আক্ৰান্ত হয়?

(ক) গেছ ষ্ট’ভ।

(খ) হিটাৰ।

(গ) এ. চি.।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) গেছ ষ্ট’ভ।

১৪। খোৱা, ৰন্ধা-বঢ়া, গা-ধোৱা, পৰিষ্কাৰ কৰা, বাগিচা পতা, জলসিঞ্চন, উদ্যোগ আৰু অন্যান্য বহু কাম-কাজত মানুহক কিহৰ আৱশ্যক হয়?

(ক) মাটিৰ।

(খ) বায়ুৰ।

(গ) আগ্নিৰ।

(ঘ) পানীৰ।

উত্তৰঃ (ঘ) পানীৰ।

১৫। পানীত বেছিকৈ গেছ থকা, অতি ৰঙচুৱা হোৱা আৰু স্বাদ আপত্তিজনক হোৱা পানী সাধাৰণতে কি কৰা হয়?

(ক) পৰিষ্কাৰ কৰা।

(খ) নাকচ কৰা।

(গ) ব্যৱহাৰ কৰা।

(ঘ) সুস্থ কৰা।

উত্তৰঃ (খ) নাকচ কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top