Class 11 Biology MCQ Chapter 22 ৰাসায়নিক সমন্বয় আৰু একীকৰণ

Class 11 Biology MCQ Chapter 22 ৰাসায়নিক সমন্বয় আৰু একীকৰণ Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 22 ৰাসায়নিক সমন্বয় আৰু একীকৰণ Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 22 ৰাসায়নিক সমন্বয় আৰু একীকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

ৰাসায়নিক সমন্বয় আৰু একীকৰণ

Chapter – 22

MULTIPLE CHOICE QUESTION ANSWER

১। অন্তঃস্ৰাৱী গ্রন্থিসমূহৰ নলী নাই বাবে এই গ্রন্থিবোৰক কি বুলি কোৱা হয়?

(ক) নলীবদ্ধ গ্ৰন্থি।

(খ) নলীহীন গ্ৰন্থি।

(গ) অন্তঃকোষীয় গ্ৰন্থি।

(ঘ) বহিঃস্রাৱী গ্ৰন্থি।

উত্তৰঃ (খ) নলীহীন গ্ৰন্থি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। অন্তঃস্রাৱী গ্রন্থিবোৰে ক্ষৰণ কৰা ৰাসায়নিক পদার্থক কি বোলা হয়?

(ক) এনজাইম।

(খ) প্ৰ’টিন।

(গ) হৰম’ন।

(ঘ) ৰক্তকোষ।

উত্তৰঃ (গ) হৰম’ন।

৩। হাইপ’থেলামাছে প্রস্তুত কৰা হৰম’নবোৰ কেই প্রকাৰৰ?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (ক) দুই।

৪। লুটেইনাইজিং হৰম’নে মহিলাৰ দেহত কিহৰ পৰা ডিম্ব নিঃসৰণত প্ৰৰোচিত কৰে?

(ক) থাইৰ’ইড।

(খ) পিটুইটাৰী গ্রন্থি।

(গ) গ্রাফিয়ান থলী।

(ঘ) হাইপ’থেলামাছ।

উত্তৰঃ (গ) গ্রাফিয়ান থলী।

৫। ভেছ’প্ৰেছিন হৰম’নক আন কি নামেৰে জনা যায়?

(ক) ৰিপ্ৰডাক্টিভ হৰম’ন।

(খ) গ্রোথ হৰম’ন।

(গ) মেটাব’লিক হৰম’ন।

(ঘ) এন্টি-ডাইইউৰেটিক হৰম’ন।

উত্তৰঃ (ঘ) এন্টি-ডাইইউৰেটিক হৰম’ন।

৬। পিনিয়েল গ্রন্থি ক’ত অৱস্থিত?

(ক) হৃদপিণ্ডত।

(খ) মগজুৰ অগ্রমস্তিষ্কৰ পৃষ্ঠীয় দিশত।

(গ) বৃক্কৰ কাষত।

(ঘ) পাকস্থলীৰ তলত।

উত্তৰঃ (খ) মগজুৰ অগ্রমস্তিষ্কৰ পৃষ্ঠীয় দিশত।

৭। পিনিয়েল গ্রন্থিয়ে কোনটো হৰম’ন ক্ষৰণ কৰে?

(ক) মেলাটনিন।

(খ) ইনচুলিন।

(গ) অক্সিটচিন।

(ঘ) থাইৰ’ক্সিন।

উত্তৰঃ (ক) মেলাটনিন।

৮। থাইৰ’ইড গ্রন্থি কেইটা খণ্ডত বিভক্ত?

(ক) এটা।

(খ) দুটা।

(গ) তিনটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

৯। থাইৰ’ইড গ্রন্থিৰ দুই খণ্ডৰ মাজত কি সংযোজিত থাকে?

(ক) আস্থা।

(খ) যোজনী।

(গ) কপাৰ।

(ঘ) যোজক।

উত্তৰঃ (ঘ) যোজক।

১০। থাইৰ’ইড গ্রন্থিত হৰম’ন সংশ্লেষণৰ বাবে কি প্ৰয়োজন হয়?

(ক) কেলছিয়াম।

(খ) আয়’ডিন।

(গ) পটাচিয়াম।

(ঘ) ফসফেট।

উত্তৰঃ (খ) আয়’ডিন।

১১। আয়’ডিনৰ অভাৱত কোনটো ৰোগ হয়?

(ক) ডায়বেটিচ।

(খ) গলগণ্ড।

(গ) অ্যানিমিয়া।

(ঘ) মেলানিন হ্ৰাস।

উত্তৰঃ (খ) গলগণ্ড।

১২। থাইৰ’ইড হৰম’নে দেহৰ কোনটো প্ৰক্ৰিয়াত সহায় কৰে?

(ক) ৰক্তচাপ বৃদ্ধি।

(খ) স্নায়ু উত্তেজনা।

(গ) পেশী সংকোচন।

(ঘ) লোহিত ৰক্ত কণিকা গঠন।

উত্তৰঃ (ঘ) লোহিত ৰক্ত কণিকা গঠন।

১৩। দেহৰ অসংক্ৰামতা নিয়ন্ত্রণত কিহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে?

(ক) থাইমাছে।

(খ) লিভাৰে।

(গ) হার্টে।

(ঘ) বৃক্ককে।

উত্তৰঃ (ক) থাইমাছে।

১৪। এড্ৰিনেল গ্ৰন্থিৰ কেন্দ্ৰৰ ফালে অৱস্থিত কলাক কি বোলে?

(ক) থাইমাছ।

(খ) এড্ৰিনেল কৰ্টেক্স।

(গ) এড্ৰিনেল মেডুলা।

(ঘ) পেনক্রিয়াছ।

উত্তৰঃ (গ) এড্ৰিনেল মেডুলা।

১৫। এড্ৰিনেল গ্ৰন্থিৰ বাহিৰ ফালে থকা কলাবোৰক কি বোলে?

(ক) পেনক্রিয়াছ।

(খ) এড্ৰিনেল কৰ্টেক্স।

(গ) এড্ৰিনেল মেডুলা।

(ঘ) থাইমাছ।

উত্তৰঃ (খ) এড্ৰিনেল কৰ্টেক্স।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top