⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 9 Assamese Important Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

SEBA Class 9 Assamese Important Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.

SEBA Class 9 Assamese Important Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 4

IMPORTANT QUESTION AND ANSWER

অতি চমু প্রশ্নোত্তৰ:

১। প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক কবিতাটোৰ ৰচক কোন?

উত্তৰঃ ড° ভূপেন হাজৰিকা।

২। প্রচণ্ড ধুমুহাই কবিক কি প্রশ্ন কৰিছিল ?

উত্তৰঃ কবিৰ প্ৰাপ্য কি সুধিছিল।

৩। বজ্রই কবিক কি সুধিছিল?

উত্তৰঃ বজ্ৰই কবিক তেওঁৰ কাব্য কি সুধিছিল।

৪। কবিয়ে ধুমুহাৰ পৰা কি বিচাৰিছিল?

উত্তৰঃ ধুমুহাৰ শক্তি।

৫। কবিয়ে বজ্ৰৰ পৰা কি বিচাৰিছিল?

উত্তৰঃ উদাত্ত কণ্ঠ।

৬। ‘অকণি আকাল’ শব্দটিৰ অৰ্থ কি?

উত্তৰঃ অলপতে সুখী হোৱা।

৭। আকাশে কবিক কি কৈছিল?

উত্তৰঃ কবিয়ে যে সর্বাকাশ সত্ত্ব। আকাশৰ পৰা গুজিছিল তাৰ কাৰণ আকাশে কবিক সুধিছিল।

৮। আকাশক কবিয়ে কি দিবলৈ কৈছিল?

উত্তৰঃ আকাশৰ দৰে পূৰ্ণ বিশালতা।

৯। সংকীর্ণতা শব্দৰ বিপৰীত কি?

উত্তৰঃ উদাৰতা।

১০। কবিয়ে ক’ত মানৱতাৰ গীত গোৱাৰ ইচ্ছা কৰিছে?

উত্তৰঃ দনিৱৰ সমাজত।

খালী ঠাই পূৰ কৰা:

১। প্ৰচণ্ড ____________ প্রশ্ন কৰিলে মোক।

উত্তৰঃ প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক।

2. বজ্ৰই ক’লে, তোমাৰ ____________ কি কোৱা?

উত্তৰঃ বজ্ৰই ক’লে, তোমাৰ কাম্য কি কোৱা?

৩। মনৰ দুৱাৰ মেলি _____________ ক’লোঁ।

উত্তৰঃ মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক’লোঁ।

৪। আকাশে ক’লে, জনৈক গীতিকাৰে ‘অকণি আকাশ’ দেখোঁ ____________।

উত্তৰঃ আকাশে ক’লে, জনৈক গীতিকাৰে ‘অকণি আকাশ’ দেখোঁ মাগে।

৫। কবিয়ে আকাশ, ধুমুহা আৰু বজ্ৰক ____________ জনায়।

উত্তৰঃ কবিয়ে আকাশ, ধুমুহা আৰু বজ্ৰক প্ৰণিপাত জনায়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top