SEBA Class 8 Science Important Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা

SEBA Class 8 Science Important Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 1

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। ৰবি শস্য কাক বোলে?

উত্তৰঃ শীতকালত উৎপাদিত শস্যক ৰবি শস্য বোলে।

২। ‘শস্য’ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ শস্য শব্দটোৰ অৰ্থ  হ’ল একে জাতৰ উদ্ভিদৰ একে ঠাইত খেতি কৰা।

৩। খাৰিফ শস্যৰ দুটা উদাহৰণ দিয়া।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ খাৰিফ শস্যৰ দুটা উদাহৰণ হ’ল- ধান আৰু বাদাম।

৪। কি মাটিয়ে গছৰ শিপাক সহজে উশাহ ল’বলৈ সহায় কৰে?

উত্তৰঃ ঢিলা মাটিয়ে গছৰ শিপাক সহজে উশাহ ল’বলৈ সহায় কৰে।

৫। জৈৱিক সাৰৰ সুবিধা কি?

উত্তৰঃ জৈৱিক সাৰ মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে আৰু মাটিত উপকাৰী অণুজীৱৰ সংখ্যা বৃদ্ধি কৰে।

৬। শস্য উৎপাদনৰ পৰিসৰ কি?

উত্তৰ: শস্য উৎপাদনৰ পৰিসৰ মানে হৈছে কৃষি ক্ষেত্রত বীজ সিঁচাৰ পৰা লৈ শস্য সংৰক্ষণ পৰ্যন্তৰ সকলো প্ৰক্ৰিয়া।

৭। খাৰিফ শস্য সাধাৰণতে কোনটো ঋতুত খেতি কৰা হয়?

উত্তৰঃ খাৰিফ শস্য সাধাৰণতে বৰ্ষা ঋতুত খেতি কৰা হয়।

৮। কেঁচু আৰু অণুজীৱ কিহৰ গুণ বৃদ্ধি কৰে?

উত্তৰঃ কেঁচু আৰু অণুজীৱ মাটিৰ গুণ বৃদ্ধি কৰে।

৯। শস্য কাক বোলে?

উত্তৰঃ একে জাতৰ উদ্ভিদ একে ঠাইত সৰহকৈ খেতি কৰিলে তাক শস্য বোলে।

১০। মহে ক’ত কণী পাৰে?

উত্তৰঃ মহে পানীত কণী পাৰে।

খালী ঠাই পূৰ কৰা:

১। একে জাতৰ উদ্ভিদ একে ঠাইত সৰহকৈ খেতি কৰিলে তাক ___________ বোলে।

উত্তৰঃ একে জাতৰ উদ্ভিদ একে ঠাইত সৰহকৈ খেতি কৰিলে তাক শস্য বোলে।

২। খাৰিফ শস্য সাধাৰণতে _____________ ঋতুত খেতি কৰা হয়।

উত্তৰঃ খাৰিফ শস্য সাধাৰণতে বৰ্ষা ঋতুত খেতি কৰা হয়।

৩। ঢিলা মাটিয়ে গছৰ শিপাক সহজে ____________ ল’বলৈ সহায় কৰে।

উত্তৰঃ ঢিলা মাটিয়ে গছৰ শিপাক সহজে উশাহ ল’বলৈ সহায় কৰে।

৪। জৈৱিক সাৰ উদ্ভিদ আৰু _____________ৰ পচা পদাৰ্থৰ পৰা পোৱা যায়।

উত্তৰঃ জৈৱিক সাৰ উদ্ভিদ আৰু প্ৰাণীৰ পচা পদাৰ্থৰ পৰা পোৱা যায়।

৫। _____________ আৰু _____________ৰ পৰা ধানজাতীয় শস্যক ৰক্ষা কৰিবলৈ উপযুক্ত মজুতকৰণ ব্যৱস্থাৰ দৰকাৰ।

উত্তৰঃ অনিষ্টকাৰী কীট আৰু অণুজীৱৰ পৰা ধানজাতীয় শস্যক ৰক্ষা কৰিবলৈ উপযুক্ত মজুতকৰণ ব্যৱস্থাৰ দৰকাৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top