⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science MCQ Chapter 7 সময় আৰু গতিৰ জোখ-মাখ

SEBA Class 7 Science MCQ Chapter 7 সময় আৰু গতিৰ জোখ-মাখ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science MCQ Chapter 7 সময় আৰু গতিৰ জোখ-মাখ Solutions and select need one. SEBA Class 7 Science Multiple Choice Notes in Assamese Download PDF. SCERT Class 7 Science MCQs New Textbook in Assamese.

SEBA Class 7 Science MCQ Chapter 7 সময় আৰু গতিৰ জোখ-মাখ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Objective Type Question Answer for All Chapters, You can practice these here.

সময় আৰু গতিৰ জোখ-মাখ

Chapter: 7

MCQ

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। প্ৰাচীন কালত মানুহে সময় জুখিবলৈ তলৰ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰিছিল?

(ক) থাৰ্ম’মিটাৰ।

(খ) বেৰ’মিটাৰ।

(গ) বেলি-ঘড়ী।

(ঘ) স্পীড’মিটাৰ।

উত্তৰঃ (গ) বেলি-ঘড়ী।

২। আহোম ৰজা স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত কোনবিধ ঘড়ীৰ প্ৰচলন আছিল?

(ক) বেলি-ঘড়ী।

(খ) পানী-ঘড়ী।

(গ) মেকানিকেল ঘড়ী।

(ঘ) ডিজিটেল ঘড়ী।

উত্তৰঃ (খ) পানী-ঘড়ী।

৩। পোন প্ৰথমে দোলক ঘড়ী (Pendulum clock) কোনে সাজি উলিয়াইছিল?

(ক) গেলিলিঅ’ গেলিলি।

(খ) আইজাক নিউটন।

(গ) ক্রিষ্টিয়ান হাইগেঞ্জ।

(ঘ) টছল এডিছন।

উত্তৰঃ (গ) ক্রিষ্টিয়ান হাইগেঞ্জ।

৪। ক্রিষ্টিয়ান হাইগেঞ্জে কিমান চনত দোলক ঘড়ীৰ পেটেণ্ট লাভ কৰিছিল?

(ক) ১৬৫৬ খ্ৰীষ্টাব্দত।

(খ) ১৬৫৭ খ্ৰীষ্টাব্দত।

(গ) ১৬৪২ খ্ৰীষ্টাব্দত।

(ঘ) ১৫৮৩ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৬৫৭ খ্ৰীষ্টাব্দত।

৫। দোলকৰ নীতি কোনে আৱিষ্কাৰ কৰিছিল?

(ক) ক্রিষ্টিয়ান হাইগেঞ্জ।

(খ) গেলিলিঅ’ গেলিলি।

(গ) এলবাৰ্ট আইনষ্টাইন।

(ঘ) মেৰী ক্যুৰী।

উত্তৰঃ (খ) গেলিলিঅ’ গেলিলি।

৬। দোলক এটাৰ এটা সম্পূৰ্ণ দোলনৰ বাবে প্ৰয়োজন হোৱা সময়ক কি বোলে?

(ক) দ্ৰুতি।

(খ) কম্পন।

(গ) দোলকৰ দৈৰ্ঘ্য।

(ঘ) পৰ্যায়কাল।

উত্তৰঃ (ঘ) পৰ্যায়কাল।

৭। দোলকৰ ধাতুৰ সৰু বলটোক কি বুলি কোৱা হয়?

(ক) ব’ব বা দোলকপিণ্ড।

(খ) দণ্ড।

(গ) ওজন।

(ঘ) পইণ্টাৰ।

উত্তৰঃ (ক) ব’ব বা দোলকপিণ্ড।

৮। সময়ৰ আন্তৰ্জাতিক বা SI একক কি?

(ক) মিনিট।

(খ) ঘণ্টা।

(গ) ছেকেণ্ড।

(ঘ) বছৰ।

উত্তৰঃ (গ) ছেকেণ্ড।

৯। ১ মিনিটত কিমান ছেকেণ্ড থাকে?

(ক) ১০০ ছেকেণ্ড।

(খ) ৬০ ছেকেণ্ড।

(গ) ৩৬০ ছেকেণ্ড।

(ঘ) ১০ ছেকেণ্ড।

উত্তৰঃ (খ) ৬০ ছেকেণ্ড।

১০। বৰ্তমান সময়ৰ অতি সূক্ষ্ম জোখ ল’বলৈ গৱেষণাগাৰত কোনবিধ ঘড়ী ব্যৱহাৰ কৰা হয়?

(ক) কোৱাৰ্টজ ঘড়ী।

(খ) পাৰমাণৱিক ঘড়ী।

(গ) দোলক ঘড়ী।

(ঘ) পানী-ঘড়ী।

উত্তৰঃ (খ) পাৰমাণৱিক ঘড়ী।

১১। গাড়ীৰ দ্ৰুতি বা বেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি?

(ক) ওড’মিটাৰ।

(খ) স্পীড’মিটাৰ।

(গ) এনিমোমিটাৰ।

(ঘ) ভল্টমিটাৰ।

উত্তৰঃ (খ) স্পীড’মিটাৰ।

১২। গাড়ীয়ে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি?

(ক) স্পীড’মিটাৰ।

(খ) ওড’মিটাৰ।

(গ) থাৰ্ম’মিটাৰ।

(ঘ) বেৰ’মিটাৰ।

উত্তৰঃ (খ) ওড’মিটাৰ।

১৩। দ্ৰুতি নিৰ্ণয়ৰ শুদ্ধ সূত্ৰটো কি?

(ক) দ্ৰুতি = সময়/দূৰত্ব।

(খ) দ্ৰুতি = দূৰত্ব × সময়।

(গ) দ্ৰুতি = দূৰত্ব/সময়।

(ঘ) দ্ৰুতি = দূৰত্ব + সময়।

উত্তৰঃ (গ) দ্ৰুতি = দূৰত্ব/সময়।

১৪। দ্ৰুতিৰ SI একক কি?

(ক) km/h.

(খ) m/s.

(গ) m/min.

(ঘ) km/s.

উত্তৰঃ (খ) m/s.

১৫। যদি এখন গাড়ীয়ে ২ ঘন্টাত ১০০ কি.মি. দূৰত্ব অতিক্ৰম কৰে, তেন্তে গাড়ীখনৰ দ্ৰুতি কিমান?

(ক) ১০০ কি.মি./ঘণ্টা।

(খ) ২০০ কি.মি./ঘণ্টা।

(গ) ৫০ কি.মি./ঘণ্টা।

(ঘ) ২০ কি.মি./ঘণ্টা।

উত্তৰঃ (গ) ৫০ কি.মি./ঘণ্টা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top