SEBA Class 7 Science MCQ Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ

SEBA Class 7 Science MCQ Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ Question Answer in Assamese Medium, Class 7 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Science MCQ Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ Notes and select need one.

SEBA Class 7 Science MCQ Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 7 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Science MCQ Solutions for All Subject, You can practice these here.

অম্ল, ক্ষাৰক আৰু লৱণ

Chapter – 5

MCQ

১। ভিনেগাৰৰ সোৱাদ কেনেকুৱা?

(i) মিঠা।

(ii) তিতা।

(iii) টেঙা।

(iv) নিমখীয়া।

উত্তৰঃ (iii) টেঙা।

২। “Acid” শব্দটো ক’ৰ পৰা আহিছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) লেটিন।

(ii) ফ্ৰান্স।

(iii) গ্ৰীক।

(iv) জাৰ্মান।

উত্তৰঃ (i) লেটিন।

৩। বেকিং ছ’ডাৰ সোৱাদ কেনেকুৱা?

(i) মিঠা।

(ii) তিতা।

(iii) টেঙা।

(iv) নিমখীয়া।

উত্তৰঃ (ii) তিতা।

৪। তলত দিয়া কোনটো ক্ষাৰকৰ উদাহৰণ?

(i) দৈ।

(ii) নেমুটেঙাৰ ৰস।

(iii) কমলাৰ ৰস।

(iv) বেকিং ছ’ডা।

উত্তৰঃ (iv) বেকিং ছ’ডা।

৫। কোনো এটা পদার্থ আম্লিক নে ক্ষাৰকীয়, সেয়া পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা বিশেষ ধৰণৰ দ্রৱ্যক কি বোলে?

(i) ৰাসায়নিক।

(ii) সূচক।

(iii) পিত্তৰস।

(iv) শ্লেষ্মা।

উত্তৰঃ (ii) সূচক।

৬। তলৰ কোনটো সূচকৰ উদাহৰণ?

(i) হালধি।

(ii) চেনি।

(iii) নিমখ।

(iv) পানী।

উত্তৰঃ (i) হালধি।

৭। পাতিত পানীত লিটমাছৰ বৰণ কেনেকুৱা হয়?

(i) ৰঙা।

(ii) নীলা।

(iii) বেঙুনীয়া।

(iv) সেউজীয়া।

উত্তৰঃ (iii) বেঙুনীয়া।

৮। অম্লই নীলা লিটমাছক কেনেকুৱা ৰঙৰ কৰে?

(i) ৰঙা।

(ii) নীলা।

(iii) বেঙুনীয়া।

(iv) সেউজীয়া।

উত্তৰঃ (i) ৰঙা।

৯। ক্ষাৰকে ৰঙা লিটমাছক কেনেকুৱা ৰঙৰ কৰে?

(i) ৰঙা।

(ii) বেঙুনীয়া।

(iii) নীলা।

(iv) সেউজীয়া।

উত্তৰঃ (iii) নীলা।

১০। অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্রিয়াক কি বোলে?

(i) নিৰপেক্ষকৰণ।

(ii) প্রশমন।

(iii) অণু-কোষ নিৰ্মাণ।

(iv) অম্লীকৰণ।

উত্তৰঃ (ii) প্রশমন।

১১। আমাৰ পাকস্থলীত কি এছিড থাকে?

(i) হাইড্ৰ’ক্লৰিক এছিড।

(ii) নাইট্ৰিক এছিড।

(iii) ছালফিউৰিক এছিড।

(iv) কার্বনিক এছিড।

উত্তৰঃ (i) হাইড্ৰ’ক্লৰিক এছিড।

১২। পৰুৱাৰ শুঙত কি এছিড থাকে?

(i) হাইড্ৰ’ক্লৰিক এছিড।

(ii) নাইট্ৰিক এছিড।

(iii) ছালফিউৰিক এছিড।

(iv) ফর্মিক এছিড।

উত্তৰঃ (iv) ফর্মিক এছিড।

১৩। ৰাসায়নিক সাৰৰ অত্যধিক ব্যৱহাৰে মাটিক কি কৰি তোলে?

(i) ক্ষাৰকীয়।

(ii) নিৰপেক্ষ।

(iii) আম্লিক।

(iv) নিৰ্মল।

উত্তৰঃ (iii) আম্লিক।

১৪। যদি মাটিডোখৰ ক্ষাৰকীয় হয়, তেন্তে কি কৰা হয়?

(i) জৈৱ পদার্থ যোগ কৰা হয়।

(ii) শিথিলিত চূণ যোগ কৰা হয়।

(iii) বেকিং ছ’ডা যোগ কৰা হয়।

(iv) মাটি অধিক পুখুৰা কৰা হয়।

উত্তৰঃ (i) জৈৱ পদার্থ যোগ কৰা হয়।

১৫। কাৰখানাৰ আৱৰ্জনাত কিহৰ উপস্থিতি থাকে?

(i) ক্ষাৰকীয় পদাৰ্থ।

(ii) তেল।

(iii) লৱণ।

(iv) অম্ল।

উত্তৰঃ (iv) অম্ল।

১৬। কাৰখানাৰ আৱৰ্জনাসমূহ পশমিত কৰিবলৈ কি পদাৰ্থ ব্যৱহাৰ কৰা হয়?

(i) অম্ল।

(ii) ক্ষাৰকীয় দ্ৰৱ।

(iii) বেকিং ছ’ডা।

(iv) লৱণ।

উত্তৰঃ (ii) ক্ষাৰকীয় দ্ৰৱ।

১৭। যিবোৰ দ্রৱ্য ক্ষাৰকীয় নহয় বা আম্লিকও নহয় তাক কি বোলে?

(i) অম্ল।

(ii) ক্ষাৰকীয় দ্ৰৱ।

(ii) নিৰপেক্ষ।

(iv) প্রশম দ্রৱ।

উত্তৰঃ (iv) প্রশম দ্রৱ।

১৮। যিবোৰ দ্ৰৱ্যৰ দ্ৰৱই আম্লিক, ক্ষাৰকীয় আৰু প্রশম দ্রৱত বেলেগ বেলেগ ৰং দেখুৱায়, সেইবোৰক কি বোলে?

(i) তাপমাপনী।

(ii) সূচক।

(iii) বেকিং ছ’ডা।

(iv) অম্লনাশক।

উত্তৰঃ (ii) সূচক।

১৯। এটা অম্ল আৰু এটা ক্ষাৰকে পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰি কি উৎপন্ন কৰে?

(i) তাপ।

(ii) গেছ।

(iii) লৱণ।

(iv) জল।

উত্তৰঃ (iii) লৱণ।

২০। যদি মাটি বৰ বেছি আম্লিক হয়, তেতিয়া কি ব্যৱহাৰ কৰা হয়?

(i) জৈৱ পদার্থ।

(ii) পোৰা চূণ বা শিথিলিত চূণ।

(iii) বেকিং ছ’ডা।

(iv) ছালফিউৰিক এছিড।

উত্তৰঃ (ii) পোৰা চূণ বা শিথিলিত চূণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top