SEBA Class 6 Science MCQ Chapter 11 পানীৰ বিভিন্ন অৱস্থা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Science MCQ Solutions and select need one. SEBA Class 6 Science MCQ Solutions As Per SEBA New Book Syllabus Download PDF. SCERT Science MCQ Class 6 Solutions.
SEBA Class 6 Science MCQ Chapter 11 পানীৰ বিভিন্ন অৱস্থা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Science MCQ Question Answer for All Chapters, You can practice these here.
পানীৰ বিভিন্ন অৱস্থা
Chapter: 11
| MCQ |
১। তলৰ কোনটো বৰফ দেখা পোৱা পানীৰ অৱস্থা হয়।
(ক) জুলীয়া।
(খ) গেছীয়।
(গ) গোটা।
(ঘ) বাষ্প।
উত্তৰঃ (গ) গোটা।
২। ঘনীভৱন মানে কি?
(ক) বাষ্প পানীত পৰিণত হোৱা প্ৰক্ৰিয়া।
(খ) পানী বাষ্পলৈ পৰিণত হোৱা প্ৰক্ৰিয়া।
(গ) বৰফ গলা।
(ঘ) বতাহৰ গতি।
উত্তৰঃ (ক) বাষ্প পানীত পৰিণত হোৱা প্ৰক্ৰিয়া ।
৩। বাষ্পীভৱনৰ হাৰত প্ৰভাৱ পেলোৱা এটা কাৰক?
(ক) ঠাণ্ডা।
(খ) পোহৰ।
(গ) আর্দ্ৰতা।
(ঘ) পানীৰ ৰং।
উত্তৰঃ (গ) আর্দ্ৰতা।
৪। পানীৰ জুলীয়া অৱস্থাৰ বৈশিষ্ট্য কি?
(ক) বৈ যায় আৰু আকৃতি পৰিৱর্তন কৰে ৷
(খ) বৈ নাযায়।
(গ) নিৰ্দিষ্ট আকৃতি নাথাকে।
(ঘ) ছিটিকি নাযায়।
উত্তৰঃ (ক) বৈ যায় আৰু আকৃতি পৰিৱর্তন কৰে।
৫। জলচক্রত মেঘ কেনেকৈ গঠন হয়?
(ক) বাষ্পীভৱনৰ দ্বাৰা।
(খ) ঘনীভৱন দ্বাৰা।
(গ) বৰফৰ দ্বাৰা।
(ঘ) বৰষুণৰ দ্বাৰা।
উত্তৰঃ (খ) ঘনীভৱনৰ দ্বাৰা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

