Niketan Class 4 Assamese Chapter 14 পখিলা

Niketan Class 4 Assamese Chapter 14 পখিলা, Sankardev Sishu Niketan Chapter 14 পখিলা Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

পখিলা

Chapter – 14

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : উত্তৰ লিখা :

(ক) পখিলাটি ক’ত পৰিছে ?

উত্তৰ : গোলাপ ফুলত পৰিছে।

(খ) ভনিয়েকে বায়েকক পখিলাটি ধৰিবলৈ কিয় খাটনি ধৰিছে ? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ : পখিলাটো ল’বলৈ মন যোৱা বাবে ধৰি দিবলৈ খাটনি ধৰিছে।

(গ) বায়েকে পখিলাটি ধৰিবলৈ কিয় অমান্তি হৈছে ?

উত্তৰ : বায়েকে পখিলাটো ধৰিবলৈ এইবাবেই অমান্তি হৈছে যে পখিলাটো ধৰিলে তাৰ পাখি দুখন একেবাৰে নষ্ট হৈ যাব।

(ঘ) ভনিয়েকে বায়েকক পখিলাটো ধৰি দিবলৈ অনুৰোধ কৰোঁতে বায়েকে কি বুজনি দিছিল ?

উত্তৰ : বায়েকে ভনিয়েকক বুজনি দিছিল যে তেওঁ যদি ধুনীয়া পখিলাটো ধৰি ভনিয়েকৰ হাতত দিয়ে তেনেহ’লৈ পখিলাটোৰ সৌন্দৰ্য আৰু নাথাকে। পখিলাৰ ধুনীয়া পাখিবোৰ বৰ কোমল। মানুহৰ হাতত পৰিলে সেই পাখি দুখনিব সৌন্দর্য একেবাৰে চুৰমাৰ হৈ যাব।

(ঙ) ভনিয়েকে কি ভাবি পখিলাটি যাবলৈ দিলে ? 

উত্তৰ : পখিলাটো ধৰিলে মৰি যাব বুলি ভাবি ভনিয়েকে পখিলাটি উৰি যাবলৈ দিলে।

(চ) ফুলৰ ওপৰত পৰি ফুলৰ মৌ পান কৰা পাঁচবিধ প্ৰাণীৰ নাম লিখা। 

উত্তৰ : মৌ মাখি, ভোমোৰা, পখিলা, মৌ পিয়া চৰাই আৰু টুনি চৰাই। 

প্রশ্ন : তলত দিয়া শব্দবোৰৰ অৰ্থৰ সৈতে মিলোৱা :

আহৰিসৌন্দর্য
যেনে তেনেনষ্ট হোৱা
চুৰমাৰপুনৰ
আকৌসহ্য কৰা
শোভাঅৱকাশ
সহিবযি কোনো প্ৰকাৰে

উত্তৰ :

আহৰিঅৱকাশ
যেনে তেনেযি কোনো প্ৰকাৰে
চুৰমাৰনষ্ট হোৱা
আকৌপুনৰ
শোভাসৌন্দর্য
সহিবসহ্য কৰা

প্রশ্ন ৩ : তলত দিয়া শব্দবোৰেৰে বাক্য ৰচনা কৰা । 

শুৱনি, ধুনীয়া, ধেমালি, পাখি, বপুৰী

উত্তৰ :

শুৱনিআমাৰ পদূলি মুখত এজোপা শুৱনি নাহৰ গছ আছে।
ধুনীয়াধুনীয়া তিৰোতা এজনী ৰাস্তাৰে গৈ আছে।
ধেমালিমই ভাইটিৰ লগত ধেমালি কৰি থকা দেখিলে দেউতাই বৰ স্ফূতি পায়।
পাখিপখিলাৰ ৰংচঙীয়া পাখি দুখন দেখিলেই ভাল লাগে।
বিপুৰীবপূৰী কণমানিজনীলৈ বৰ বেয়া লাগে।

প্রশ্ন ৪ : বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা : 

বেয়া, ধুনীয়া, মেলি, ওপৰত, মৰা

উত্তৰঃ

বেয়াভাল
ধুনীয়াকুৎসিত, আপচু, কুশ্রী, কুন্ধচ
মেলিজপাই
ওপৰততলত
মৰাজীৱিত, জীৱন্ত

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top