Class 9 Science MCQ Chapter 5 জীৱৰ মৌলিক একক

Class 9 Science MCQ Chapter 5 জীৱৰ মৌলিক একক, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 5 জীৱৰ মৌলিক একক Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 5 জীৱৰ মৌলিক একক

SEBA Class 9 Science MCQ Chapter 5 জীৱৰ মৌলিক একক Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 5 জীৱৰ মৌলিক একক provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱৰ মৌলিক একক

Chapter – 5

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. কোষ আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ’ল—

(a) স্বোৱান।

(b) ৰবাৰ্ট হুক।

(c) শ্লেইডেন।

(d) ৰবাৰ্ট ব্ৰাউন।

উত্তৰঃ (b) ৰবাৰ্ট হুক।

2.কোষবেৰ হ’ল——

(a) নিৰ্জীৱ আৰু ভেদ্য।

(b) সজীৱ আৰু অৰ্ধভেদ্য।

(c) সজীৱ আৰু ভেদ্য।

(d) নিৰ্জীৱ আৰু অৰ্ধভেদ্য।

উত্তৰঃ (c) সজীৱ আৰু অৰ্ধভেদ্য।

3. জীৱ দেহত প্ৰ’টিন সংশ্লেষণ হয়—

(a) লাইছ’জ’মত।

(b) মাইট‘কণ্ড্ৰিয়াত।

(c) গলগি সংঘত।

(d) ৰাইব’জ’মত।

উত্তৰঃ (d) ৰাইব’জ’মত।

4. কোষাবৰণ গঠিত হয়—

(a) চেলুলজৰে।

(b) চেলুল’জ আৰু পেকটিনেৰে।

(c) স্নেহ পদাৰ্থ আৰু প্ৰটিনেৰে।

(d) লিগনিন আৰু প্ৰটিনৰে।

উত্তৰঃ (c) স্নেহ পদাৰ্থ আৰু প্ৰটিনেৰে।

5. তলৰ কোনটো অংশৰ খাদ্যত নিহিত শক্তিযুক্ত কৰে—

(a) ৰাইব’জম।

(b) গলগি সংঘই।

(c) মাইট‘কণ্ড্রিয়াই।

(d) মাইট‘কণ্ড্রিয়াই।

উত্তৰঃ (c) মাইট‘কণ্ড্রিয়াই।

6. অর্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন

হোৱা প্ৰক্ৰিয়াক বোলা হয়— 

(a) ব্যাপন।

(b) আসৃতি।

(c) প্রস্বেদন।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) আসৃতি।

7. ক্রম‘জ’মবিলাক গঠিত হয়—

(a) RNA আৰু প্ৰ’টিনৰ দ্বাৰা।

(b) DNA আৰু RNA ৰ দ্বাৰা।

(c) DNA আৰু প্ৰ’টিনৰ দ্বাৰা।

(d) (a) আৰু (b)

উত্তৰঃ (c) DNA আৰু প্ৰ’টিনৰ দ্বাৰা।

৪. লাইছ’ক’ম গঠনত সহায় কৰে—

(a) ৰাইব‘জম।

(b) মাইট’কণ্ড্রিয়াই।

(c) গলজি সংঘই।

(d) ৰসধানীয়ে।

উত্তৰঃ (c) 10⁻⁵

9. উদ্ভিদকোষত কেন্দ্ৰীয় ৰসধানীটোৱে কোষটোৰ

আগুৰি থকা অংশ প্ৰায়—

(a) 50-90%

(b) 30-90%

(c) 40-90%

(d) 10-90%

উত্তৰঃ (a) 50-90%

10. কোষৰ কোনটো অংশই নিজৰ প্রটিন নিজে তৈয়াৰ কৰি ল’ব পাৰে—

(a) গলজি সংঘ।

(b) মাইট ‘কণ্ড্রিয়াই।

(c) ৰাইব ‘জমে।

(d) লাইছ জ’মে।

উত্তৰঃ (b) মাইট‘কণ্ড্রিয়াই।

11. এমিবাই খাদ্য ভক্ষণ কৰি মজুত কৰি ৰখা অংশটোক বোলা হয়—

(a) প্লাষ্টিড।

(b) অন্তঃপ্রৰসীয় জালিকা।

(c) খাদ্য ৰিক্তিকা।

(d) লাইছ’জম।

উত্তৰঃ (c) খাদ্য ৰিক্তিকা।

12. DNA ৰ কাৰ্যকৰী একক বোলা হয়—

(a) কোষপ্রস।

(b) ৰসধানী।

(c) জিন।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) জিন।

13. সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগানুটো হ’ল—

(a) মাইট‘কন্ড্রিয়া। 

(b) ৰসধানী।

(c) হৰিৎকণা।

(d) গলজি সংঘ।

উত্তৰঃ (c) হৰিৎকণা।

14. প্রাণীকোষৰ বহিৰতম তৰপটো হ’ল—

(a) কোষবেৰ।

(b) কোষাবৰণ।

(c) নিউক্লিয়াবৰণ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ  (b) কোষাৰৰণ।

15. আটাইতকৈ ডাঙৰ কোষটো হৈছে—

(a) অস্থি কোষ।

(b) ৰক্ত কোষ।

(c) স্নায়ু কোষ।

(d) উট পক্ষীৰ কণী।

উত্তৰঃ (d) উট পক্ষীৰ কণী।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top