🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 9 Assamese MCQ Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

Class 9 Assamese MCQ Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

SEBA Class 9 Assamese MCQ Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

Chapter – 4

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক কবিতাটোৰ ৰচক কোন?

উত্তৰঃ ড° ভূপেন হাজৰিকা।

২। প্রচণ্ড ধুমুহাই কবিক কি প্রশ্ন কৰিছিল ?

উত্তৰঃ কবিৰ প্ৰাপ্য কি সুধিছিল।

৩। বজ্রই কবিক কি সুধিছিল?

উত্তৰঃ বজ্ৰই কবিক তেওঁৰ কাব্য কি সুধিছিল।

৪। কবিয়ে ধুমুহাৰ পৰা কি বিচাৰিছিল?

উত্তৰঃ ধুমুহাৰ শক্তি।

৫। কবিয়ে বজ্ৰৰ পৰা কি বিচাৰিছিল?

উত্তৰঃ উদাত্ত কণ্ঠ।

৬। ‘অকণি আকাল’ শব্দটিৰ অৰ্থ কি?

উত্তৰঃ অলপতে সুখী হোৱা।

৭। আকাশে কবিক কি কৈছিল?

উত্তৰঃ কবিয়ে যে সর্বাকাশ সত্ত্ব। আকাশৰ পৰা গুজিছিল তাৰ কাৰণ আকাশে কবিক সুধিছিল।

৮। আকাশক কবিয়ে কি দিবলৈ কৈছিল?

উত্তৰঃ আকাশৰ দৰে পূৰ্ণ বিশালতা।

৯। সংকীর্ণতা শব্দৰ বিপৰীত কি?

উত্তৰঃ উদাৰতা।

১০। কবিয়ে ক’ত মানৱতাৰ গীত গোৱাৰ ইচ্ছা কৰিছে?

উত্তৰঃ দনিৱৰ সমাজত।

১১। কবিৰ গানৰ সুৰ কেনে হ’ব বুলি কৰিয়ে কৈছে?

উত্তৰঃ কলিজাৰ সঁচা সুৰ সিক্ত শব্দমালা কবিৰ গান হ’ব।

১২। মুমূর্ষু মানৱক কবিয়ে কি দিয়াৰ ইচ্ছা কৰিছে?

 উত্তৰঃ জীৱনৰ বিদ্যুৎ।

১৩। কবিতাটোত ‘বিদ্যু’ শব্দই কি বুজাইছে?

উত্তৰঃ আশাৰ সঞ্চাৰ।

১৪। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে?

উত্তৰঃ বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গান গায় দিগন্ত কঁপাবলৈ মন কৰিছে।

১৫। ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক কবিতাটোৰ মূলভাৱ চমুকৈ লিখা?

উত্তৰঃ প্ৰকৃতিৰ ভিন্ন উপাদনিৰ পৰা কবিয়ে সমাজত মানৱতাৰ গান গাবলৈ শক্তি, সাহস আৰু উদাৰতাৰ কামনা কৰিছে। মানৱতাৰ স্ফলন এটা পৃথিৱীত মানৱতাৰ পুনঃসঞ্চাৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি কবিয়ে কবিতাটো নির্মাণ কৰিছে।

১৬। কিমান চনত ভূপেন হাজৰিকা দেৱৰ জন্ম হয়?

উত্তৰঃ ১৯২৬ চনত ৬ ছেপ্টেম্বৰত।

১৭। পৰিচালক হিচাপে আত্মপ্রকাশ কৰা ভূপেন হাজৰিকাৰ প্ৰথমখন চিনেমাৰ নাম কি?

উত্তৰঃ ‘এৰাবাটৰ সুৰ’।

১৮। অসমৰ পৰা প্ৰথম দাদা চাহের ফল্কে বঁটা লাভ কৰা অসমীয়া জনৰ নাম কি?

উত্তৰঃ ভূপেন হাজৰিকা।

১৯। তুমি পঢ়া কবিতা ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক?

উত্তৰঃ ১৯৬০ চনত।

২০। কিমান চনত ভূপেন হাজৰিকাদেৱৰ মৃত্যু হয়?

উত্তৰঃ ২০১১ চনৰ ৫ নৱেম্বৰত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top