Class 9 Assamese MCQ Chapter 3 গীত আৰু ছৱি

Class 9 Assamese MCQ Chapter 3 গীত আৰু ছৱি, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 3 গীত আৰু ছৱি Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 3 গীত আৰু ছৱি

Join Telegram channel

SEBA Class 9 Assamese MCQ Chapter 3 গীত আৰু ছৱি Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 3 গীত আৰু ছৱি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

গীত আৰু ছৱি

Chapter – 3

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। ‘গীত আৰু ছৱি’ কবিতাটিৰ কবিগৰাকীৰ নাম কি?

উত্তৰঃ দুৰ্গেশ্বৰ শৰ্মা।

২। কেনে গীতক মানুহে ভাল নুবুলে?

উত্তৰঃ যিবোৰ গীতৰ কথা মানুহে নুবুজে তেনে গীতক মানুহে ভাল নুবুলে।

৩। কেনে ছৱিক মানুহে আদৰ নিদিয়ে ?

উত্তৰঃ যিবোৰ ছৱিৰ অর্থ মানুহে নুবুজে তেনে ছবিক মানুহে আদৰ নকৰে।

৪। কেনে গীত আৰু ছৱিক মানুহে ভাল পায়?

উত্তৰঃ যিবোৰ গীত আৰু ছৱিৰ অৰ্থ বা তাৰ বিষয়বস্তু মানুহে বুজিব পাৰে তেনে গীত আৰু ছৱিকহে মানুহে ভাল পায়।

৫। আমি সদায় চকুৰে দেখি থকা কেনে বস্তু ছবিত ভাল হৈ পৰে?

উত্তৰঃ গছ পাত।

৬। সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?

উত্তৰঃ যেতিয়া ই সুৰ আকাৰে গীত হৈ পৰে।

৭। কৌশলী বিদ্যাৰ লক্ষণ কেনে বুলি কবিতাটোত কোৱা হৈছে?

উত্তৰঃ যিবোৰ শিল্প শিল্পকাৰৰ ধৈৰ্য্য আৰু চেষ্টাৰ মাজেৰে আগবাঢ়ে তাক কৌশলী বিদ্যা বুলি কৈ কবিয়ে ভাল সৃষ্টি সমূহৰ লক্ষণ তেনে হ’ব লাগে বুলি কৈছে।

৮। কবিৰ মতে কেনে বস্তু অজৰ-অমৰ?

উত্তৰঃ কৌশলী বিদ্যা সমূহ।

৯। ‘য’তে পাৰ ত’তে গজ’ মানে কি?

উত্তৰঃ যিবোৰ গীত আৰু ছবি ৰ কথা সকলোে বুজি পায় তেনেবোৰ গীত আৰু ছবিকে সকলোৱে সমান ভাবে আদৰি লয় তাকে ইয়াৰ দ্বাৰা বুজাৱা হৈছে।

১০। ‘সিহে পায় নিজে নিজে আলাসত ঠাই’- ইয়াত ‘আলস’ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ আকাশ বা শূন্য।

১১। ‘গীত আৰু ছবি’ নামৰ কবিতাটিৰ মূল কথাখিনি কি?

উত্তৰঃ শিল্পৰ যি সার্বজনীন প্রকৃতি আৰু স্বৰূপ বাখ্যায়ে হ’ল, কবিতাটোৰ মূল কথা বা আত্মা।

১২। দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৮২ চনত।

১৩। দুৰ্গেশ্বৰ শৰ্মাৰ নাটক সমূহৰ বৈশিষ্ট্য কি?

উত্তৰঃ নাটক সমূহ অমিত্রাক্ষৰ ছন্দত বন্ধা।

১৪। ‘এজ ইউ লাইক ইট’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ চে’ক্সপীয়েৰ।

১৫। দুৰ্গেশ্বৰ শৰ্মাই লিখা ‘এজ ইউ লাইক ইট’ খনৰ ভাঙনি পুথিখনৰ নাম কি?

উত্তৰঃ পাৰ্থ পৰাজয়, বালিবধ।

১৬। দুৰ্গেশ্বৰ শৰ্মাই লিখা দুখন কবিতাপুথিৰ নাম লিখা?

উত্তৰঃ ‘অঞ্জলি’ আৰু নিবেদন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top