🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 9 Assamese MCQ Chapter 16 সন্মান

Class 9 Assamese MCQ Chapter 16 সন্মান, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 16 সন্মান Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 16 সন্মান

SEBA Class 9 Assamese MCQ Chapter 16 সন্মান Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese Chapter 16 সন্মান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সন্মান

Chapter – 16

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। সন্মান পাঠটোৰ লেখক কোন?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

২। হেমচন্দ্ৰ বৰুৱাৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৮৩৫ চনত।

৩। হেমচন্দ্ৰ বৰুৱাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ শিৱসাগৰ ৰজাবাহৰ গাঁৱত।

৪। হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ মুক্তাৰাম বৰুৱা।

৫। হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু কেতিয়া হৈছিল?

 উত্তৰঃ ১৮৯৬ চনত।

৬। হেমচন্দ্ৰ বৰুৱাৰ গ্ৰন্থৰ এখনৰ নাম লিখা?

উত্তৰঃ হেমকোষ।

৭। অসমীয়া ব্যাকৰণ কোনে লিখিছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

৮। হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ আসাম নিউজ’।

৯। সন্মান নামৰ প্ৰবন্ধটি বৰুৱা দেৱৰ কোনখন পুথি পৰা লোৱা হৈছে?

উত্তৰঃ ‘পাঠ মালা’।

১০। ‘‘কানীয়া কীৰ্তন’ পুথিখন কাৰ?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top