Class 9 Assamese MCQ Chapter 15 চোৰ ধৰা

Class 9 Assamese MCQ Chapter 15 চোৰ ধৰা, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 15 চোৰ ধৰা Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 15 চোৰ ধৰা

Join Telegram channel

SEBA Class 9 Assamese MCQ Chapter 15 চোৰ ধৰা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 15 চোৰ ধৰা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

চোৰ ধৰা

Chapter – 15

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। চোৰ ধৰা পাঠটি লেখক কোন?

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱ।

২। শ্রী শ্রী মাধদেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৪৮৯ চনত।

৩। শ্রী শ্রী মাধদেৱ জন্ম ক’ত হৈছিল?

উত্তৰঃ লক্ষিমপুৰৰ নাৰায়পুৰত।

৪। অসম নৱবৈষ্ণৱ ভক্তিধৰ্ম আন্দোলনৰ গুৰি ধৰোতা কোন আছিল?

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱ।

৫। নামঘোষা কোনে ৰচনা কৰিছিল?

উত্তৰঃ মাধৱদেৱ।

৬। ভক্তি ৰত্নাৱলী খন কাৰ?

উত্তৰঃ মাধৱদেৱৰ।

৭। তাপ শব্দৰ অর্থ লিখা?

উত্তৰঃ দুখ।

৮। তেজস্ব শব্দৰ অৰ্থ লিখা?

উত্তৰঃ ত্যাগ কৰা।

৯। জৈচন মানে কি?

উত্তৰঃ যেনেকৈ।

১০। নিকাৰ শব্দৰ অৰ্থ লিখা?

উত্তৰঃ যন্ত্রণা।

১১। পঞ্চামৃত মানে কি?

উত্তৰঃ এৱাঁ গাখীৰ।

১২। কানই বুলি কাক কোৱা হৈছে?

উত্তৰঃ কৃষ্ণৰ কথা।

১৩। লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?

উত্তৰঃ লৱণু সানি দিছিল।

১৪। মাধৱদেৱ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?

 উত্তৰঃ নামঘোষা।

১৫। চোৰ ধৰা কাৰ ৰচনা?

 উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱৰ।

১৬। শিশু কৃষ্ণই কাৰ ঘৰত লৱণু চুৰি কৰি খাইছিল?

উত্তৰঃ গোপীৰ ঘৰত।

১৭। যশোদাৰ চিন্তাৰ কাৰণ কি আছিল?

উত্তৰঃ পুত্র কৃষ্ণ।

১৮। লৱণু চোৰ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ শ্ৰীকৃষ্ণৰ কথা।

১৯। মাধৱদেৱে ৰচনা কৰা চোৰ ধৰা ঝুমুৰা নে নাট?

উত্তৰঃ ঝুমুৰা।

২০। যশোদা কোন?

 উত্তৰঃ যশোদা গোকুলৰ ৰজা নন্দৰ পত্নী আছিল।

২১। যশোদাই বাটে বাটে কাক বিচাৰি ঘূৰি ফুৰিছিল?

উত্তৰঃ কৃষ্ণক।

২২। যশোদাই কৃষ্ণক ক’ত বিচাৰিছিল?

উত্তৰঃ যশোদাই কৃষ্ণক যমুনাৰ পাৰে পাৰে বিচাৰি ফুৰিছিল।

২৩। কৃষ্ণৰ বাতৰি যশোদাক কোনে দিছিল?

উত্তৰঃ গোপীয়ে।

২৪। যশোদাই গোপীবোৰক কি বুলি গালি পাৰিছিল?

উত্তৰঃ দাসীৰো দাসী বুলি।

২৫। মাধৱদেৱ এক মাতৰ নাটখন নাম কি?

উত্তৰঃ অর্জুন ভঞ্জন।

২৬। চোৰ ধৰাত প্ৰধানকৈ কিহৰ বিষয়ে কোৱা হৈছে?

উত্তৰঃ শিশু কৃষ্ণৰ চাতুৰীৰ বিষয়ে।

২৭। হামু শব্দৰ অর্থ লিখা?

উত্তৰঃ মই।

২৮। ফিৰত শব্দৰ অৰ্থ লিখা?

উত্তৰঃ ঘুৰি ফুৰা।

২৯। কোনে গোপীৰ মুখত লৱণু সানি দিছিল?

উত্তৰঃ কৃষ্ণই।

৩০। পাঠ্যটিত শ্রীকৃষ্ণক কি বুলি সম্বোধন কৰিছিল?

উত্তৰঃ কানাই।

৩১। (ক) কানাই কোন?

উত্তৰঃ কৃষ্ণকেই কানাই বোলে।

(খ) কানাইৰ প্ৰকৃত পিতৃ-মাতৃৰ নাম কি?

উত্তৰঃ কানাইৰ প্ৰকৃত পিতৃ-মাতৃৰ নাম বসুদেৱ আৰু দৈৱকী।

(গ) তেওঁৰ পালিত পিতৃ-মাতৃৰ নাম কি?

উত্তৰঃ কানাইৰ পালিত পিতৃ-মাতৃৰ নাম ক্ৰমে নন্দ আৰু যশোদা।

৩২। (ক) পুত্ৰ কৃষ্ণৰ বিৰহত শোক তাপ জৰ্জৰিত যশোদাক পুত্ৰ কৃষ্ণৰ সন্ধান কোনে দিছিল?

উত্তৰঃ পুত্ৰ কৃষ্ণৰ বিৰহত শোক-তাপ জৰ্জৰিত যশোদাৰ পুত্র কৃষ্ণৰ সন্ধান এগৰাকী গোপীয়ে যমুনাৰ পাৰত দিছিল।

(খ) যশোদাৰ শোক-তাপ কেনেকৈ গুচিল?

উত্তৰঃ গোপীৰ মুখত পুত্ৰ কৃষ্ণৰ কুশল বাৰ্তা শুনাৰ পিছত যশোদাৰ শোক তাপ গুঠিল।

৩০। যশোদাই গোপীসকলক গিতৰে খেদিলে?

উত্তৰঃ যশোদাই গোপীসকলক ‘ঠেঙণা দি’ অৰ্থাৎ  গালি পাৰি খেদিলে।

৩৪। খালি ঠাঁই পূৰ কৰা–

(ক) হে কানাই _____হামাক ছড়হ। গোপী লৱনু  ______দেলহ।

উত্তৰঃ হে কানাই, তোহো হামাক ছাড়হ। গোপী লৱণু কৃষ্ণক দেলহ।

(খ) আহে মাই যশোদা তোহো কি_____ কয় শ্রীকৃষ্ণক ______ পাবল।

উত্তৰঃ আহে মাই যশোদা, তোহো কি পুণ্য কয় শ্রীকৃষ্ণক পুত্ৰ পাৱল।

(গ) হে মাই _____ , কোন ঠামে হামাৰ _____থিক। তথি ______ নিয়া যাৱ।

উত্তৰঃ হে মাই গোৱাৰী, কোন ঠামে হামাৰ বালক থিক। তথি হামাক নিয়া যাৱ।

৩৫। বাক্য ৰচনা কৰা: বিদ্যাশিক্ষা, কীৰ্তিস্তম্ভ, বিচাৰি বিচাৰি, লৱণু, দাসীক দাসী, আঙ্কোৰ।

উত্তৰঃ বিদ্যাশিক্ষা: সি সৰুৰেপৰা গুৱাহাটীত থাকি বিদ্যাশিক্ষা লাভ কৰিছিল।

কীর্তিস্তম্ভ: ‘নামঘোষা’ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি স্তম্ভ।

বিচাৰি বিচাৰি: যশোদাই কৃষ্ণক বিচাৰি বিচাৰি হাবাথুৰি খাই ফুৰিছিল।

লৱণু: শ্ৰীকৃষ্ণই গোপীৰ ঘৰত লৱণু চোৰ কৰি খাইছিল।

দাসীক দাসী: যশোদাই গোৱালীসকলক দাসীক- দাসী বুলি গালি পাৰিছিল।

আঞ্চোৰ: যশোদাই নিজৰ অঞ্চোৰেৰে কৃষ্ণৰ ধূলি জোকাৰি দিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top