Class 6 Science Chapter 9 দৈৰ্ঘ্যৰ জোখ আৰু গতি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Science Chapter 9 দৈৰ্ঘ্যৰ জোখ আৰু গতি Question Answer and select need one. Class 6 Science Solutions in Assamese Medium Download PDF. SCERT Class 6 General Science New Textbook Solutions Assamese Medium.
Class 6 Science Chapter 9 দৈৰ্ঘ্যৰ জোখ আৰু গতি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science Textual Question Answer in Assamese are part of All Subject Solutions. Here we have given Class 6 Science Question and Answer, SEBA Science New Texbook Solutions for All Chapters, You can practice these here.
দৈৰ্ঘ্যৰ জোখ আৰু গতি
Chapter: 9
অনুশীলনী
1. স্তম্ভ। ৰ প্রতিটো বস্তু স্তম্ভ II ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা।
স্তম্ভ I | স্তম্ভ II |
(a) অট্টালিকাৰ উচ্চতা | (i) cm |
(b) দুখন চহৰৰ মাজৰ দূৰত্ব | (ii) m |
(c) পেঞ্চিলৰ দৈৰ্ঘ্য | (iii) mm |
(d) বহীৰ বেধ | (iv) km |
উত্তৰঃ
স্তম্ভ I | স্তম্ভ II |
(a) অট্টালিকাৰ উচ্চতা | (ii) m |
(b) দুখন চহৰৰ মাজৰ দূৰত্ব | (iv) km |
(c) পেঞ্চিলৰ দৈৰ্ঘ্য | (i) cm |
(d) বহীৰ বেধ | (iii) mm |
2. তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্রী (স্কেল অথবা ফিটা) ব্যৱহাৰ কৰি নিৰ্দ্ধাৰণ কৰা হয়?
(a) এটা অট্টালিকাৰ উচ্চতা।
উত্তৰঃ ফিটা।
(b) পেঞ্চিলৰ দৈৰ্ঘ্য।
উত্তৰঃ স্কেল।
(c) পেপাৰ ক্লিপৰ দৈর্ঘ্য।
উত্তৰঃ স্কেল।
(d) গছৰ গা-গছৰ ঘেৰ।
উত্তৰঃ ফিটা।
(e) এডাল ৰবৰৰ প্ৰস্থ।
উত্তৰঃ স্কেল।
(f) ফুটবল খেলপথাৰৰ দৈর্ঘ্য।
উত্তৰঃ ফিটা।
3. সঁচা নে মিছা?
(a) 1 m = 100 cm.
উত্তৰঃ সঁচা।
(b) 5000 m = 5 cm.
উত্তৰঃ মিছা।
(c) 2000 m = 2 cm.
উত্তৰঃ মিছা।
(d) ঘড়ীৰ কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ।
উত্তৰঃ মিছা।
(e) সৰলৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয়।
উত্তৰঃ মিছা।
4. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) তলৰ কোনটো প্রর্যাবৃত্ত গতিৰ উদাহৰণ?
(a) পথেৰে গতি কৰা এখন বাছ।
(b) এটা ঘড়ীৰ দোলকৰ দোলন।
(c) এটা সৰি পৰা বল।
(d) এজন খোজকাঢ়ি যোৱা মানুহ।
উত্তৰঃ (b) এটা ঘড়ীৰ দোলকৰ দোলন।
(ii) তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ?
(a) গতিশীল অৱস্থাত থকা দোলনা এখন।
(b) এখন চলন্ত বেল।
(c) চলি থকা চিলিং ফেনৰ ব্লেড।
(d) গতিশীল চাইকেল এখন।
উত্তৰঃ (c) চলি থকা চিলিং ফেনৰ ব্লেড।
5. তলত দিয়াবোৰ পৰিৱৰ্তন কৰা।
(a) 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ।
উত্তৰঃ 0.25. মিটাৰ।
(b) 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ।
উত্তৰঃ 7500 মিটাৰ।
(c) 3 মিটাৰৰ পৰা চেন্টিমিটাৰলৈ।
উত্তৰঃ 300 চেন্টিমিটাৰ।
(d) 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ।
উত্তৰঃ 1250. মিলিমিটাৰ।
6. তোমাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 2000 মিটাৰ, ইয়াক কিল’মিটাৰলৈ ৰূপান্তৰ কৰা।
উত্তৰঃ আমি জানো যে,
1000m = 1 km
এতেকে 2000m = 2 km.
7. এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে- পেঞ্চিল, কলম, জ্যামিতি বাকচ আদিৰ দৈর্ঘ্যৰ জোখ লোৱা। প্রতিটো দৈর্ঘ্য মিলিমিটাৰ আৰু চেন্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা।
উত্তৰঃ
তথ্যসমূহ | দৈর্ঘ্য মিলিমিটাৰ | দৈর্ঘ্য চেন্টিমিটাৰ |
পেঞ্চিল | 150 | 15 |
কলম | 140 | 14 |
জ্যামিতি বাকচ | 200 | 20 |
স্কেল | 300 | 30 |
ৰবৰ | 50 | 5 |
8. তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পর্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈর্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্রেণীভুক্ত কৰা। 10 চেন্টিমিটাৰতকৈ কম, 10 চেন্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক। তোমাৰ পর্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা।
উত্তৰঃ
10 চেন্টিমিটাৰতকৈ কম | 10 চে:মি আৰু 1 মিটাৰৰ মাজত | 1 মিটাৰতকৈ অধিক |
ৰবৰ | পেঞ্চিল | শ্ৰেণীকোঠাৰ উচ্চতা |
চক | কলম | কোঠাৰ দৈৰ্ঘ্য |
কাটাৰ | জ্যামিতি বাকচ | হলৰ দৈৰ্ঘ্য |
9. তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ’বলৈ কোৱা। বেৰত সিহঁতৰ উচ্চতা চিহ্নিত কৰা। এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্রতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু চেন্টিমিটাৰত প্ৰকাশ কৰা।
উত্তৰঃ বন্ধুবৰ্গৰ উচ্চতা:
বন্ধুৰ নাম | উচ্চতা (চেন্টিমিটাৰ) | উচ্চতা (মিটাৰ) |
অংকুৰ | 160 | 1.60 |
জবা | 155 | 1.55 |
চন্দন | 162 | 1.62 |
10. তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা। ৰৈখিক, বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা।
উত্তৰঃ ৰৈখিক গতিৰ উদাহৰণ:
(i) ৰাস্তাত সৰলকৈ আগবাঢ়ি থকা গাড়ী।
(ii) পুনকৈ খোজ কাঢ়ি থকা মানুহ।
বৃত্তকাৰ গতিৰ উদাহৰণ:
(i) ঘূৰি থকা ফেনৰ পাংখা।
(ii) ঘড়ীৰ কাটা ঘূৰি থকা অৱস্থা।
দোলন গতিৰ উদাহৰণ:
(i) লৰা-ছোৱালীয়ে দুলনী দি থকা অৱস্থা।
(ii) দুলি থকা ঘড়ীৰ দোলক।
11. তলৰ ছবিখন চাই খালী ঠাই পূৰণ কৰা।
উত্তৰঃ
প্ৰসংগ বিন্দু | দূৰত্ব | দূৰত্ব |
প্রীতম | বিকাশ = 3m | অনিমা = 3m |
অংকুৰ | গাৰ্গী = 3m | প্রীতম = 6m |
অনিমা | প্রীতম = 3m | বিকাশ = 6m |
গাৰ্গী | বিকাশ = 6m | অংকুৰ = 3m |
11. (b)
প্ৰসংগ বিন্দু | গুৱাহাটীলৈ দূৰত্ব |
A | |
B | |
C | |
D | |
ৰহালৈ দূৰত্ব | |
A | |
B | |
C | |
D | |
গুৱাহাটীৰ পৰা |
উত্তৰঃ
প্রসংগ বিন্দু | গুৱাহাটীলৈ দূৰত্ব |
A | 20 km |
B | 40 km |
C | 60 km |
D | 80 km |
ৰহালৈ দূৰত্ব | |
A | 80 km |
B | 60 km |
C | 40 km |
D | 20 km |
গুৱাহাটীৰ পৰা | 0 km |

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.