⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Science Chapter 8 জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ

Class 6 Science Chapter 8 জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Science Chapter 8 জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ Question Answer and select need one. Class 6 Science Solutions in Assamese Medium Download PDF. SCERT Class 6 General Science New Textbook Solutions Assamese Medium.

Class 6 Science Chapter 8 জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science Textual Question Answer in Assamese are part of All Subject Solutions. Here we have given Class 6 Science Question and Answer, SEBA Science New Texbook Solutions for All Chapters, You can practice these here.

Chapter: 8

অনুশীলনী

শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

1. তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়?

(a) গছ।

(b) চাইকেল।

(c) শিশু।

(d) পখিলা।

উত্তৰঃ (b) চাইকেল।

2. বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন?

(a) পোহৰ।

(b) প্রয়োজনীয় উষ্ণতা।

(c) সাৰ।

(b) পানী।

উত্তৰঃ (b) পানী।

3. মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে?

(a) ফান।

(b) ডেউকা।

(c) নেজ।

(d) ঠেং। 

উত্তৰঃ (a) ফান।

4. তলৰ কোনবিধ প্রাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে?

(a) মাছ।

(b) ভেকুলী।

(c) শিয়াল।

(d) তিমি মাছ।

উত্তৰঃ (b) ভেকুলী।

5. তলত দিয়া কোনবিধ গছৰ পাত স্পর্শ কৰিলে জাপ খাই যায়?

(a) আমলখি।

(b) সূর্যমুখী ফুল।

(c) লাজুকী লতা।

(d) কলচী উদ্ভিদ।

উত্তৰঃ (c) লাজুকী লতা।

6. মহে ক’ত কণী পাৰে?

(a) বন্ধ পানীত।

(b) পাতৰ তলত।

(c) মাটিত।

(d) নদীত।

উত্তৰঃ (a) বন্ধ পানীত।

7. লালুকীৰ গাত তলৰ কোনটো দেখা যায়?

(a) ঠেং আৰু জলক্লোম।

(b) নেজ আৰু জলক্লোম।

(c) হাঁওফাঁও আৰু নেজ।

(d) কেৱল জলক্লোম।

উত্তৰঃ (b) নেজ আৰু জলক্লোম।

8. A স্তম্ভৰ লগত B স্তম্ভ মিলোেৱা-

স্তম্ভ-Aস্তম্ভ-B
(a) ফুল ফুলা(i) দেহৰ ভিতৰলৈ আৰু বাহিবলৈ বায়ুৰ আদান-প্রদান
(b) ৰেচন(ii) ওপৰলৈ বাঢ়ে
(c) কাণ্ড(iii) গাৰ পৰা ওলোৱা পানী আৰু বর্জনীয় দ্রব্য
(d) শ্বাস-প্রশ্বাস(iv) উদ্ভিদৰ চলন

উত্তৰঃ

স্তম্ভ-Aস্তম্ভ-B
(a) ফুল ফুলা(iv) উদ্ভিদৰ চলন
(b) ৰেচন(iii) গাৰ পৰা ওলোৱা পানী আৰু বর্জনীয় দ্রব্য
(c) কাণ্ড(ii) ওপৰলৈ বাঢ়ে
(d) শ্বাস-প্রশ্বাস(i) দেহৰ ভিতৰলৈ আৰু বাহিবলৈ বায়ুৰ আদান-প্রদান

9. উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা-

(a) বীজৰ ভিতৰত থকা সৰু __________ৰ পৰাই এজোপা পূর্ণাঙ্গ গছ হয়।

উত্তৰঃ বীজৰ ভিতৰত থকা সৰু ভ্রূণৰ পৰাই এজোপা পূর্ণাঙ্গ গছ হয়।

(b) সকলো জীৱই ________ প্রতি সঁহাৰি জনায়।

উত্তৰঃ সকলো জীৱই উদ্দীপকৰ প্রতি সঁহাৰি জনায়।

(c) __________ পূর্ণাঙ্গ মহলৈ পৰিৱৰ্তন হয়।

উত্তৰঃ কণী পূর্ণাঙ্গ মহলৈ পৰিৱৰ্তন হয়।

(d) চৰাই উৰিব পাৰে, ই হৈছে ___________ৰ এটা বৈশিষ্ট্য।

উত্তৰঃ চৰাই উৰিব পাৰে, ই হৈছে জীৱৰ এটা বৈশিষ্ট্য।

(e) সময়ৰ লগে লগে জীৱৰ __________ হয়।

উত্তৰঃ সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হয়।

(f) মহে __________ আৰু ___________ বেমাৰৰ বীজাণু কঢ়িযায়।

উত্তৰঃ মহে ডেংগু আৰু মেলেৰিয়া বেমাৰৰ বীজাণু কঢ়িযায়।

(g) ভেকুলী এবিধ ____________ প্রাণী।

উত্তৰঃ ভেকুলী এবিধ উভচৰ প্রাণী।

10. ভেকুলীৰ জীৱন চক্ৰত পোৱা স্তৰসমূহ শুদ্ধ ক্রমত লিখা।

(a) কণী – লালুকী – পোৱালি ভেকুলী – ভেকুলী।

(b) পোৱালি ভেকুলী – ভেকুলী – লালুকী – কণী।

(c) কণী – পোৱালি ভেকুলী – লালুকী – ভেকুলী।

(d) লালুকী – পোৱালি ভেকুলী – কণী – ভেকুলী।

উত্তৰঃ (a) কণী – লালুকী – পোৱালি ভেকুলী – ভেকুলী।

11. পূর্ণাঙ্গ ভেকুলীয়ে কিহৰ সহায়ত উশাহ-নিশাহ লয়? হাঁওফাঁও নে জলক্লোম?

উত্তৰঃ পূর্ণাঙ্গ ভেকুলীয়ে জলক্লোমৰ সহায়ত উশাহ-নিশাহ লয়। 

12. জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য কি কি?

উত্তৰঃ জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্যবোৰ হ’ল–

(i) সকলো জীৱৰ দেহ ক্ষুদ্র ক্ষুদ্ৰ কোষেৰে গঠিত।

(ii) সকলো জীৱৰ নিজা নিজা আকৃতি আছে।

(iii) সকলো জীৱৰে জন্ম হয়, ডাঙৰ হয়, প্রজননক্ষম হয়, বৃদ্ধ হয় আৰু শেষত মৃত্যু হয়।

13. বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয়?

উত্তৰঃ বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কাৰণ-

(i) গাড়িৰ চলন ক্ষমতা আছে কিন্তু আনৰ সহায়ৰ প্রয়োজন।

(ii) গাড়ীৰ প্রজনন ক্ষমতা নাই।

(iii) গাড়ীয়ে শ্বাস- প্রশ্বাস ল’ব নোৱাৰে।

14. জীৱৰ বাবে বংশ বৃদ্ধিৰ কিয় প্রয়োজন?

উত্তৰঃ জীৱৰ বাবে বংশ বৃদ্ধিৰ প্রয়োজন কাৰণ- ই এটা প্ৰজাতিৰ ধাৰাবাহিকতাক নিশ্চিত কৰে।

15. ভেকুলীৰ জীৱনচক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা।

উত্তৰঃ ভেকুলীৰ জীৱনচক্ৰৰ চাৰিটা দশা শেষ হয়।

সেইবোৰ তলত আলোচনা কৰা হৈছে-


স্তৰ-I
A (কণী)
B (ভ্রূণ)
1 দিন
3-4 দিন

স্তৰ-II
C (লালুকী)
D (সৰু ঠেঙেৰে সৈতে লালুকী)
7-10 দিন
8-10 সপ্তাহ
স্তৰ-IIIE সৰু পোৱালি ভেকুলী12 সপ্তাহ
স্তৰ-IVF পূর্ণাঙ্গ ভেকুলী14 সপ্তাহ

16. মহৰ জীৱনচক্ৰৰ ছৱি আঁকা।

উত্তৰঃ

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top