Class 12 Geography Important Chapter 13 মানৱ-সম্পদ উন্নয়ন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.
Class 12 Geography Important Chapter 13 মানৱ-সম্পদ উন্নয়ন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.
মানৱ-সম্পদ উন্নয়ন
Chapter: 13
| পঞ্চম গোট: ভাৰতৰ জনসংখ্যা |
| IMPORTANT QUESTION AND ANSWER |
১। ভাৰতত জনমূৰি আয় কিমান?
উত্তৰঃ ভাৰতত জনমূৰি আয় ২০,৮১৩ টকা।
২। অর্ধাহাৰৰ মূল কাৰণ কি?
উত্তৰঃ অর্ধাহাৰৰ মূল কাৰণ সীমাবদ্ধ ক্রয় ক্ষমতা।
৩। অসমত দৰিদ্ৰতাৰ শতাংশ কিমান?
উত্তৰঃ অসমত দৰিদ্ৰতা ৩৬.০৯%।
৪। ধনী ৰাজ্যৰ এখন উদাহৰণ দিয়া।
উত্তৰঃ ধনী ৰাজ্যৰ এখন উদাহৰণ হ’ল হৰিয়ানা।
৫। ভাৰতত গর্ভাৱস্থাৰ পৰা কেঁচুৱাৰ মৃত্যুৰ হাৰ কিমান কমিছে?
উত্তৰঃ ভাৰতত গর্ভাৱস্থাৰ পৰা কেঁচুৱাৰ মৃত্যুৰ হাৰ ১৪৮ ৰ পৰা ৭০লৈ কমিছে।
৬। পুৰুষৰ ক্ষেত্ৰত প্রত্যাশিত জীৱনকাল পূর্বৰ কিমান বৃদ্ধি পাইছে।
উত্তৰঃ পুৰুষৰ ক্ষেত্ৰত প্রত্যাশিত জীৱনকাল পূর্বৰ ৩৭.১ বছৰৰ পৰা ৬২.৩ বছৰলৈ বৃদ্ধি পাইছে।
৭। বিশেষকৈ কোনটো ৰাজ্যত ০-৪ বছৰৰ শিশুৰ শ্ৰেণীত ছোৱালীৰ তুলনাত ল’ৰাৰ সংখ্যা অধিক?
উত্তৰঃ বিশেষকৈ হৰিয়াণা আৰু পঞ্জাব ৰাজ্যত ০-৪ বছৰৰ শিশুৰ শ্ৰেণীত ছোৱালীৰ তুলনাত ল’ৰাৰ সংখ্যা অধিক।
৮। ভাৰতৰ ২০০১ চনৰ জনগণনা অনুসৰি সাক্ষৰতা হাৰ কিমান আছিল?
উত্তৰঃ ভাৰতৰ ২০০১ চনৰ জনগণনা অনুসৰি সাক্ষৰতা হাৰ ৬৫.৪% আছিল।
৯। কেৰল ৰাজ্যৰ সাক্ষৰতা হাৰ কিমান আছিল?
উত্তৰঃ কেৰল ৰাজ্যৰ সাক্ষৰতা হাৰ ৯০.৯২% আছিল।
১০। বিহাৰত সাক্ষৰতা হাৰ কিমান আছিল?
উত্তৰঃ বিহাৰত সাক্ষৰতা হাৰ ৪৭.৫৩% আছিল।
১১। জনসংখ্যা আৰু সম্পদৰ ভাৰসাম্য নোহোৱাত কি সমস্যা সৃষ্টি হয়?
উত্তৰঃ জনসংখ্যা আৰু সম্পদৰ ভাৰসাম্য নোহোৱাত শান্তিপূর্ণ সামাজিক জীৱন সম্ভৱ নহয়।
১২। মহাত্মা গান্ধীৰ উন্নয়ন দৰ্শন কি আছিল?
উত্তৰঃ সীমিত সম্পদভিত্তিক স্বনির্ভৰশীল উন্নয়ন।
১৩। নৱ্য-মালথাছবাদী বিজ্ঞানীসকলৰ মতে জনসংখ্যাৰ বৃদ্ধি আৰু সম্পদৰ সম্পর্ক কেনেকুৱা?
উত্তৰঃ সম্পদ বৃদ্ধি জনসংখ্যাৰ তুলনাত অধিক নহ’ব পাৰে।
১৪। “Limit of Growth” প্রতিবেদন কোনে প্ৰকাশ কৰিছিল?
উত্তৰঃ “Limit of Growth” প্রতিবেদন Club of Rome-এ প্ৰকাশ কৰিছিল।
১৫। “Agenda-21 Report” কেতিয়া প্ৰকাশিত হৈছিল?
উত্তৰঃ “Agenda-21 Report” ১৯৯৩ চনত প্ৰকাশিত হৈছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


