Class 12 Advance Assamese Important Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য

Class 12 Advance Assamese Important Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Advance Assamese Important Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য Solutions and select need one. Class 12 Advance Assamese Important Notes Download PDF. Important Question Answer For Class 12 Advance Assamese.

Class 12 Advance Assamese Important Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Advance Assamese Additional Solutions are part of All Subject Solutions. Here we have given Class 12 Advance Assamese Additional Notes for All Chapters, You can practice these here.

Chapter: 7

গোট – ২: নিৰ্বাচিত গদ্যসমূহ
IMPORTANT QUESTION AND ANSWER

১। লেখকৰ ভাবৰ বুৰবুৰণিৰ নাম কি?

উত্তৰঃ লেখকৰ ভাবৰ বুৰবুৰণিৰ নাম হ’ল- বুৰঞ্জীৰ দৌৰাত্ম্যৰ বুৰবুৰণি।

২। লেখকে কাক ভৱনদী পাৰ হ’বলৈ গৈ থকা বুলি কৈছে?

উত্তৰঃ লেখকে বুৰঞ্জীবিদ পিতপিতসকলক ভৱনদী পাৰ হ’বলৈ গৈ থকা বুলি কৈছে।

৩। ঋষি-মুনি পণ্ডিতসকলে কোন কোন বিদ্যাৰ গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰঃ ঋষি-মুনি পণ্ডিতসকলে বেদ, বেদান্ত, ষড়দর্শন, জ্যোতির্বিদ্যা, আয়ুর্বেদ, ৰসায়ন আদি বিদ্যাৰ গ্ৰন্থ ৰচনা কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ভৱিষ্য-পুৰাণৰ সৈতে তুলনা কৰি লেখকে কি অভাৱ দেখুৱাইছে?

উত্তৰঃ ভৱিষ্য-পুৰাণৰ সৈতে তুলনা কৰি কাশীনাথ ফুকন বা হৰকান্ত সদৰামিনৰ দৰে বুৰঞ্জী লেখাৰ অভাৱ দেখুৱাইছে।

৫। লেখকে কিহৰ দৰে এই বিষয়টো এৰি দিব নোৱাৰিলে?

উত্তৰঃ লেখকে ‘ল জাৰু অৰ্ডাৰ’ সম্বলিত ব্যাপাৰৰ দৰে এই বিষয়টো এৰি দিব নোৱাৰিলে।

৬। লেখকে কোনবোৰ বিষয় একেলগে লৈ দলিটো লিখিছে?

উত্তৰঃ লেখকে জীৱন-চৰিত, ধৰ্মগুৰু আৰু সম্প্রদায়ৰ বৃত্তান্ত, সমাজৰ বিৱৰণ, ধৰ্মগুৰু আৰু কৰ্ম-শিষ্যসকলৰ চৰিত্ৰপুথি বিষয় একেলগে লৈ দলিটো লিখিছে।

৭। লেখকে পুৰাণৰ বিষয়ে কি মত প্ৰকাশ কৰিছে?

উত্তৰঃ লেখকে পুৰাণৰ বিষয়ে পুৰাণ আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাস আৰু বৰঞ্জী বুলি মত প্ৰকাশ কৰিছে।

৮। লেখকে পুৰাণক কেনেকৈ বৰ্ণনা কৰিছে?

উত্তৰঃ লেখকে পুৰাণক বস্তুৰ ভাণ্ডাৰ বুলি বৰ্ণনা কৰিছে।

৯। বেদৰ অংশ কিমান?

উত্তৰঃ বেদৰ অংশ দুটা— মন্ত্র আৰু ব্রাহ্মণ।

১০। পুৰাণৰ সাধাৰণতঃ লক্ষণ কিমান?

উত্তৰঃ পুৰাণৰ সাধাৰণতঃ লক্ষণ পাঁচটা।

১১। শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ কিমান?

উত্তৰঃ শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ দহটা।

১২। পুৰাণত কি ধৰণৰ সংবাদ থাকে?

উত্তৰঃ পুৰাণত ধৰ্ম আৰু আধ্যাত্মিক উন্নতি সম্পর্কীয় সংবাদ থাকে।

১৩। পুৰাণৰ মুখ্য উদ্দেশ্য কি?

উত্তৰঃ পুৰাণৰ মুখ্য উদ্দেশ্যে হ’ল- পৰমপদ লাভ কৰাবলৈ আৰ্হি, উপাখ্যান, নীতি, উপদেশ প্ৰদান।

১৪। পুৰাণত কোন ধৰণৰ বিষয়ও সন্নিৱিষ্ট থাকে?

উত্তৰঃ পুৰাণত ইতিহাস, ভূগোল, বংশাৱলী, সাধুসকলৰ চৰিত্ৰ আৰু কার্যকলাপ আদি বিষয় সন্নিৱিষ্ট থাকে।

১৫। ঈশ্বৰপৰায়ণ সাধুসকলৰ বিষয়ে পুৰাণত কি থাকে?

উত্তৰঃ ঈশ্বৰপৰায়ণ সাধুসকলৰ বিষয়ে পুৰাণত তেওঁলোকৰ গুণ আৰু চৰিত্ৰৰ বিৱৰণ থাকে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top