Class 12 Advance Assamese Important Chapter 6 অন্বেষণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Advance Assamese Important Chapter 6 অন্বেষণ Solutions and select need one. Class 12 Advance Assamese Important Notes Download PDF. Important Question Answer For Class 12 Advance Assamese.
Class 12 Advance Assamese Important Chapter 6 অন্বেষণ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Advance Assamese Additional Solutions are part of All Subject Solutions. Here we have given Class 12 Advance Assamese Additional Notes for All Chapters, You can practice these here.
অন্বেষণ
Chapter: 6
| গোট – ১: নিৰ্বাচিত কবিতাসমূহ |
| IMPORTANT QUESTION AND ANSWER |
১। কবিতাত কবিয়ে কি গাইছে?
উত্তৰঃ কবিতাত কবিয়ে বিৰহৰ কৰুণ সঙ্গীত গাইছে।
২। কবিয়ে কাক বিচাৰি ফুৰিছে?
উত্তৰঃ কবিয়ে প্ৰেমৰ ৰাণীক বিচাৰি ফুৰিছে।
৩। প্ৰেমৰ ৰাণীক কিহৰ সৈতে তুলনা কৰা হৈছে?
উত্তৰঃ প্ৰেমৰ ৰাণীক নিৰু পমা সৌন্দর্য্য-প্ৰতিমাৰ সৈতে তুলনা কৰা হৈছে।
৪। প্ৰেমৰ ৰাণী কোন সময়ৰ লাহৰী বুলি কবিয়ে কৈছে?
উত্তৰঃ প্ৰেমৰ ৰাণী পূৰ্ব জনমৰ যৌৱনৰ প্ৰথম লাহৰী বুলি কবিয়ে কৈছে।
৫। প্ৰেমৰ ৰাণীৰ দেহত কি নাচে বুলি কবিয়ে কৈছে?
উত্তৰঃ প্ৰেমৰ ৰাণীৰ দেহত সহস্ৰ বসন্ত নাচে বুলি কবিয়ে কৈছে।
৬। প্ৰেমৰ ৰাণীৰ দেহত কি ফুলে?
উত্তৰঃ প্ৰেমৰ ৰাণীৰ দেহত হালি-জালি ফুল ফুলে ফুলে।
৭। কি প্ৰেম ভৰা উপহাৰ কবিয়ে উল্লেখ কৰিছে?
উত্তৰঃ এটি চুমা ভৰা উপহাৰ কবিয়ে উল্লেখ কৰিছে।
৮। কবিয়ে কাক প্ৰাণৰ প্ৰিয়া বুলি সম্বোধন কৰিছে?
উত্তৰঃ কবিয়ে প্ৰেমৰ ৰাণীক প্ৰাণৰ প্ৰিয়া বুলি সম্বোধন কৰিছে।
৯। সীতানাথ ব্রহ্মচৌধুৰীৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰীৰ জন্ম ১৯০৮ চনত জন্ম হৈছিল।
১০। সীতানাথ ব্রহ্মচৌধুৰীৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰীৰ জন্ম গোৱালপাৰাৰ ভালুকমাৰীত হৈছিল।
১১। সীতানাথ ব্রহ্মচৌধুৰীয়ে কোন স্কুলত শিক্ষা আৰম্ভ কৰিছিল?
উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰীয়ে পুঠিমাৰী মাইনৰ স্কুলত শিক্ষা আৰম্ভ কৰিছিল।
১২। সীতানাথ ব্রহ্মচৌধুৰীয়ে কেতিয়া প্ৰৱেশিকা পাছ কৰিছিল?
উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰীয়ে ১৯৩০ চনত প্ৰৱেশিকা পাছ কৰিছিল।
১৩। সীতানাথ ব্রহ্মচৌধুৰী কোন ধৰণৰ কবি হিচাপে জনাজাত?
উত্তৰঃ সীতানাথ ব্রহ্মচৌধুৰী ৰোমাণ্টিক কবি হিচাপে জনাজাত।
১৪। ‘কমলকলি’ কি?
উত্তৰঃ ‘কমলকলি’ সীতানাথ ব্রহ্মচৌধুৰীৰ এখন উল্লেখযোগ্য কাব্য।
১৫। ব্ৰহ্মচৌধুৰীৰ কবিতাত কি প্ৰকাশ পাইছে?
উত্তৰঃ ব্ৰহ্মচৌধুৰীৰ কবিতাত ৰোমান্টিক ভাবাদর্শ, প্রেম আৰু সৌন্দৰ্য প্ৰকাশ পাইছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



