Class 12 Advance Assamese Important Chapter 3 ই যে অগ্নি-বীণাৰ তান

Class 12 Advance Assamese Important Chapter 3 ই যে অগ্নি-বীণাৰ তান Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Advance Assamese Important Solutions and select need one. Class 12 Advance Assamese Important Notes Download PDF. Important Question Answer For Class 12 Advance Assamese.

Class 12 Advance Assamese Important Chapter 3 ই যে অগ্নি-বীণাৰ তান

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Advance Assamese Additional Solutions are part of All Subject Solutions. Here we have given Class 12 Advance Assamese Additional Notes for All Chapters, You can practice these here.

Chapter: 3

গোট – ১: নিৰ্বাচিত কবিতাসমূহ
IMPORTANT QUESTION AND ANSWER

১। ‘অনল’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘অনল’ শব্দৰ অৰ্থ জুই।

২। “অগ্নি-বীণাৰ তান” মানে কি?

উত্তৰঃ অগ্নি-বীণাৰ তান মানে হৈছে জীৱন-মৰণক এক কৰি দিয়া জুইৰ দৰে তীব্ৰ সংগীত।

৩। কবিয়ে কিহক শত অপমান আৰু অসীম তাপ বুলি বর্ণনা কৰিছে?

উত্তৰঃ কবিয়ে জীৱন সংগ্রামক শত অপমান আৰু অসীম তাপ হিচাপে বর্ণনা কৰিছে।

৪। সুধাৰ কাৰণে দেৱ-দানৱে কি কৰিছিল?

উত্তৰঃ দেৱ-দানৱে সুধাৰ বাবে সিন্ধু-মথন কৰিছিল।

৫। “মহা হলাহল পান” কিয় কৰা হয়?

উত্তৰঃ মৃত্যুঞ্জয় পদৰ লাভৰ বাবে “মহা হলাহল পান” কৰা হয়?

৬। মাতৃ-চৰণ পূজাৰ বেদীত কি দান কৰা হয়?

উত্তৰঃ মাতৃ-চৰণ পূজাৰ বেদীত হৃদয়ৰ ৰক্ত দান কৰা হয়।

৭। কবিয়ে কিহক হীনতা, নীচতা, ভীৰুতা বুলি আখ্যা দিছে?

উত্তৰঃ কবিয়ে তলপেটা মনোভাৱক হীনতা, নীচতা, ভীৰুতা বুলি আখ্যা দিছে।

৮। “এক ৰূপ ৰসে, একে ৰঙে চঙে” — এই বাক্যৰে কি বুজাব খুজিছে কবিয়ে?

উত্তৰঃ এই বাক্যৰে কবিয়ে জাতি-ধৰ্ম-ভেদভাৱ নোহোৱাকৈ সমতাৰ একতা বুজাব খুজিছে।

৯। মহা মানৱতা কেতিয়া মূর্ছিত হয় বুলি কবিয়ে কয়?

উত্তৰঃ অতি ঘোৰ অপমানত মহা মানৱতা মূর্ছিত হয় বুলি কবিয়ে কয়।

১০। উৎপীড়নৰ গৰ্ব কিহৰ দ্বাৰা গুৰি কৰা হয়?

উত্তৰঃ ঘৃণিত অভিযানৰ দ্বাৰা উৎপীড়নৰ গৰ্ব গুৰি কৰা হয়।

১১। সুপ্ত জীৱনত কেনেধৰণৰ তান বাজে?

উত্তৰঃ সুপ্ত জীৱনত বজ্র নিনাদৰ তান বাজে।

১২। ‘বীণা’ কি ধৰণৰ গ্ৰন্থ?

উত্তৰঃ ‘বীণা’ এটা কবিতাৰ পুথি।

১৩। ‘হলাহল’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘হলাহল’ শব্দৰ অৰ্থ হ’ল- বৰচোকা বিষ (সমুদ্র মন্থনত ওলোৱা বিষ)।

১৪। অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম বৰপেটাৰ ৰায়চৌধুৰী পৰিয়ালত হৈছিল।

১৫। অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৮৮৫ চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম হৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top