Class 12 Advance Assamese Important Chapter 11 হাতী

Class 12 Advance Assamese Important Chapter 11 হাতী Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Advance Assamese Important Chapter 11 হাতী Solutions and select need one. Class 12 Advance Assamese Important Notes Download PDF. Important Question Answer For Class 12 Advance Assamese.

Class 12 Advance Assamese Important Chapter 11 হাতী

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Advance Assamese Additional Solutions are part of All Subject Solutions. Here we have given Class 12 Advance Assamese Additional Notes for All Chapters, You can practice these here.

Chapter: 11

গোট – ৩: চুটিগল্প
IMPORTANT QUESTION AND ANSWER

১। বলোৰাম বুঢ়াই গধূলি ক’ত বহি আছিল?

উত্তৰঃ বলোৰাম বুঢ়াই গধূলি পিৰালিত বহি আছিল।

২। বলোৰাম বুঢ়াৰ বয়স কিমান পাৰ হৈছে?

উত্তৰঃ বলোৰাম বুঢ়াৰ বয়স চাৰি-কুৰি পাৰ হৈছে।

৩। বুঢ়াৰ চকু-কাণৰ অৱস্থা কেনেকুৱা হৈছিল?

উত্তৰঃ বুঢ়াৰ চকু-কাণৰ শক্তি কমি গৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। মানুহে কেতিয়া বুঢ়াৰ লগত কথা পাতিছিল?

উত্তৰঃ মানুহে নিতান্ত দৰকাৰতহে বুঢ়াৰ লগত কথা পাতিছিল।

৫। বুঢ়াই নিজৰ বিষয়ে কেনেকুৱা অনুভৱ কৰিছিল?

উত্তৰঃ বুঢ়াই নিজৰ বিষয়ে অৱহেলিত বুলি অনুভৱ কৰিছিল।

৬। বোৱাৰীয়েকে বুঢ়াক কি কৈছিল?

উত্তৰঃ বোৱাৰীয়েকে বুঢ়াক ৰাতি হ’ল, ভিতৰলৈ সোমাবলৈ কৈছিল।

৭। গাড়ীৰ পৰা কোন নামি আহিছিল?

উত্তৰঃ গাড়ীৰ পৰা বৰমইনা, বুঢ়াৰ ডাঙৰ পুতেকে নামি আহিছিল।

৮। বাপধন বৰমইনাৰ উপস্থিতিত কেনেকুৱা অনুভৱ কৰিলে?

উত্তৰঃ বাপধন বৰমইনাৰ উপস্থিতিত শৰীৰ সংকুচিত হৈ উঠিলে।

৯। বুঢ়াই বাপধনক বিক্ৰী কৰাৰ কথা শুনি কেনেকৈ প্ৰতিক্ৰিয়া জনালে?

উত্তৰঃ বুঢ়াই বাপধনক বিক্ৰী কৰাৰ কথা শুনি প্ৰচণ্ড খঙত গর্জি উঠিলে।

১০। হাতী কিনোতে বলোৰাম মেধিৰ বয়স কিমান আছিল?

উত্তৰঃ হাতী কিনোতে বলোৰাম মেধিৰ বয়স পঁচিছ বছৰ আছিল।

১১।  হাতীটোক কি নাম দিছিল?

উত্তৰঃ হাতীটোক বাপধন নাম দিয়া হৈছিল।

১২। বলোৰামৰ কিমান কন্যা আছিল?

উত্তৰঃ বলোৰামৰ তিনিজনী কন্যা আছিল।

১৩। বলোৰামৰ কিমান পুত্র-সন্তান আছিল?

উত্তৰঃ বলোৰামৰ সাতজন পুত্র-সন্তান আছিল।

১৪। বাপধনক কিদৰে গণ্য কৰিছিল?

উত্তৰঃ বাপধনক সংসাৰৰ মহামূল্য অলংকাৰ হিচাপে গণ্য কৰিছিল।

১৫। লাহে লাহে বলোৰামৰ ঘৰত কি বৃদ্ধি হ’ল?

উত্তৰঃ লাহে লাহে বলোৰামৰ ঘৰত ধন-সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি হ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top