Class 11 Political Science Chapter 13 সমতা

Class 11 Political Science Chapter 13 সমতা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Political Science Chapter 13 সমতা and select needs one.

Class 11 Political Science Chapter 13 সমতা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Political Science Chapter 13 সমতা Solutions for All Subject, You can practice these here.

সমতা

পাঠ: ৩

দ্বিতীয় খণ্ড

অনুশীলনী

১। কিছুমানে যুক্তি দর্শায় যে অসমতা প্রাকৃতিক। আনহাতে আন কিছুমানে দৃঢ়তাৰে কয় যে সমতাহে প্রাকৃতিক আৰু আমি আমাৰ চাৰিওফালে লক্ষ্য কৰা অসমতাবোৰ সমাজৰ সৃষ্টি। তুমি কোনটো মতক সমর্থন কৰা? যুক্তি দর্শোৱা। 

উত্তৰঃ মই প্ৰথম যুক্তিটো সমৰ্থন কৰিছোঁ। 

ৰাজনৈতিক তত্ত্বত কেতিয়াবা প্রাকৃতিক অসমতা আৰু সমাজসৃষ্ট অসমতাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা হয় ৷ প্রাকৃতিক অসমতাবোৰ হ’ল যিবোৰ মানুহৰ মাজত সৃষ্টি হয় তেওঁলোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ বিভিন্নতাৰ বাবে। এনেকুৱা অসমতা সমাজসৃষ্ট অসমতাতকৈ পৃথক, যিবোৰ সৃষ্টি হয় এখন সমাজত, কিছুমান গোষ্ঠীক আনে শোষণ কৰাৰ বাবে সুযোগ-সুবিধাৰ অসমতাৰ বাবে।

মানৱ সমাজৰ উমৈহতীয়া মানৱতাবোধৰ বাবে, সমতাই সকলে মানুহে সমান গুৰুত্ব আৰু সম্মান লাভ কৰাটোও দৃঢ়ভাৱে সমৰ্থন জনায়। ইয়াৰ আঁৰত অংশীদাৰী মানৱীয়তাৰ ধাৰণা জড়িত হৈ আছে। যেনে- সার্বজনীন মানব অধিকাৰৰ ধাৰণা অথবা মানৱতাৰ বিৰুদ্ধে অপৰাধ। 

বর্তমান সময়ত ৰাষ্ট্ৰ আৰু আন সামাজিক অনুষ্ঠানসমূহ বিৰুদ্ধে চলা যিকোনো সংঘর্ষত সকলো সমতাক এটা সমাৰোহৰ বর্ণধ্বনি হিচাবে ব্যৱহাৰ কৰা হয়। শিশুৱে ক্লাছত নাটকৰ মূল অংশ সলাই পঢ়িব। কাৰণ এই অনুষ্ঠানসমূহে মানুহৰ সমাজত স্থান, সম্পদ, পদমর্যাদা অথবা সুযোগ অনুসৰি অসমতাব সমর্থন জনায়। ওঠৰ (18″) শতিকাত ফৰাচী বিপ্লৱীসকলে, ৰাজত্ব সমতা, ভ্রাতৃত্ববোধ’ এই বণধ্বনি ব্যৱহাৰ কৰিছিল। কুৰি শতিকাত আৰু অভিজাত জমিদাৰ শ্ৰেণীৰ বিৰুদ্ধে বিপ্লৱ কৰিবলৈ ‘স্বাধীনতা, এছিয়া আৰু আফ্রিকা মহাদেশত ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে হোৱা স্বাধীনতা সংগ্ৰামত সমতাৰ দাবীও উত্তোলিত হৈছিল। 

মহিলাসকল মই জানো সকলোৱেই এটা ধর্ম বিশ্বাস কৰে। মই জানো সকলো ধর্মই সমতাৰ শিক্ষা দিয়ে। তেনেহ’লে পৃথিৱীত ইমান অসমতা কিয়? আৰু দলিতসকলৰ নিচিনা আন সংঘর্ষীয় গোষ্ঠীসমূহ, যিয়ে সমাজত নিজকে গুৰুত্বহীন বুলি অনুভৱ কৰে, সমতাৰ দাবীক ধাৰাবাহিকভাৱে পৰিৱেশ উত্তেজিত কৰি আহিছে। বর্তমান সমতা এটা বিস্তৃতভাৱে গ্রহণযোগ্য আদর্শ, যাক বিভিন্ন ৰাষ্ট্রৰ সংবিধান আৰু আইনত অন্তর্ভুক্ত কৰা হৈছে। 

তথাপি সমতাতকৈ অসমতাকহে আমি আমাৰ চাৰিওফালে গোটেই পৃথিৱীত আৰু আমাৰ সমাজত দেখিবলৈ পাওঁ। আমাৰ দেশত আমি বস্তি অঞ্চলৰ লগে লগে বিলাস-বহুল অট্টালিকাসমূহ, বিশ্ব শ্রেণীভুক্ত সুবিধাৰ স্কুল, শীত-তাপ নিয়ন্ত্রণ শ্ৰেণীকোঠাৰ লগতে স্কুল, আনকি খোৱাপানী আৰু প্রস্রাৱ-পায়খানাৰ সুবিধা নথকা স্কুল, খাদ্যৰ অপব্যয়ৰ লগে লগে অনাহাৰো দেখিবলৈ পাওঁ। ইয়াত আইনে আমাক দিয়া প্রতিশ্রুতি আৰু আমাৰ চাৰিওফালে আমি যি দেখা পাওঁ, তাৰ মাজত স্পষ্ট পার্থক্য আছে। 

২। এটা মত আছে যে চৰম অর্থনৈতিক সমতা সম্ভবো নহয়, বিচাৰিবও নোৱাৰি। এইটো যুক্তি দর্শোৱা হয় যে সমাজে খুব বেছি কৰিব পৰাখিনি হ’ল যে সমাজত থকা ধনী আৰু দুখীয়া লোকৰ মাজত থকা ব্যৱধানখিনি কমাবলৈ চেষ্টা কৰিব পাৰে। তুমি সম্মতনে?

উত্তৰঃ চৰম অর্থনৈতিক সমতা সম্ভবো নহয়, বিচাৰিবও নোৱাৰি। এইটো যুক্তি দর্শোৱা হয় যে সমাজে খুব বেছি কৰিব পৰাখিনি হ’ল যে সমাজত থকা ধনী আৰু দুখীয়া লোকৰ মাজত থকা ব্যৱধানখিনি কমাবলৈ চেষ্টা কৰিব পাৰে। আমি সম্মত। 

অর্থনৈতিক সমতা (Economic Equality)ঃ একেবাৰে সৰলভাৱে আমি কম যে যিখন সমাজত ব্যক্তি অথবা শ্ৰেণীৰ সম্পদ, সম্প্রতি আৰু আয়ৰ ক্ষেত্রত পার্থক্য থাকে, তাতেই অসমতা থাকে। এখন সমাজত থকা অর্থনৈতিক অসমতাক জোখাৰ এটা উপায় হ’ব ধনী আৰু দুখীয়া গোষ্ঠীৰ মাজত থকা পার্থক্য নির্ণয় কৰা আন এটা প্রচেষ্টা হ’ব শ্রেণী পাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মানুহৰ সংখ্যা গণনা কৰা। অৱশ্যে সম্পদ আৰু আয়ক্ষেত্ৰত সমাজত সম্ভৱ সমতা কেতিয়াও সৃষ্টি হোৱা নাছিল। আজি বেছি গণতন্ত্ৰই জন সাধৰণক সমান সুযোগ দিব বিচাৰে এইটো বিশ্বাসত যে অন্ততঃ যিসকলৰ প্রতিভা আৰু সংকল্প আছে, ইয়ে তেওঁলোকৰ অৱস্থাৰ উন্নতি কৰাৰ সুযোগ দিব। 

সমান সুযোগৰ লগে লগে মানুহৰ মাজত অসমতাও থাকিব পাৰে, কিন্তু যথেষ্ট প্রচেষ্টাৰে মানুহে সমাজত নিজৰ অৱস্থাৰ উন্নতি কৰাৰ সম্ভাৱনা আছে। অসমতা যিখিনি পৰীক্ষাৰ দ্বাৰা পৰিৱেষ্টিত হৈছে, যিখিনি যুগ-যুগ ধৰি আপেক্ষিকভাৱে স্পর্শ নোহোৱাকৈ আছে, সেইখিনি এখন সমাজৰ বাবে বেছি ভয়াবহ। 

যদি এখন সমাজত কিছুমান শ্রেণীৰ মানুহে বংশানুক্রমে ধৰি এক বুজনসংখ্যক সম্পদ আৰু শক্তি উপভোগ কৰে, আৰু সেইখিনি তেওঁলোকৰ লগতে যায় তেতিয়াহ’লে সমাজখন বিভাজিত হ’ব, এই শ্রেণীবোৰ আৰু যিসকল বংশানুক্রমে দুখীয়া হৈ আছে সেইবোৰৰ মাজত। তেনেকুৱা বিভিন্নতাই সময়ত গৈ প্ৰতিৰোধ আৰু হিংসাব সৃষ্টি কৰিব পাৰে। সম্পদশালী লোকৰ শক্তিৰ বাবে তেনেকুৱা এখন সমাজক সংশোধন কৰি বেছি মুক্ত আৰু সম-সমাজ কৰাটো কষ্টকৰ প্ৰমাণিত হ’ব পাৰে।

 ৩। তলৰ ধাৰণাসমূহ উপযুক্ত উদাহৰণৰ সৈতে মিলোৱাঃ

(ক) ইতিবাচক কার্য   

(ⅰ) প্রত্যেক প্রাপ্তবয়স্ক নাগৰিকৰে ভোটদানৰ অধিকাৰ আছে। 

(খ) সুযোগৰ সমতা 

(গ) সম-অধিকাৰ 

(ii) বেঙ্কে জ্যেষ্ঠ নাগৰিকক বেছি হাৰত সুদ দিব বিচাৰে। 

(iii) প্রত্যেক শিশুৰেই বিনামূলীয়া শিক্ষা পোৱা উচিত। 

উত্তৰঃ

(ক) ইতিবাচক কার্য১। প্রত্যেক প্রাপ্তবয়স্ক নাগৰিকৰে ভোটদানৰ অধিকাৰ আছে। 
(খ) সুযোগৰ সমতা২। বেঙ্কে জ্যেষ্ঠ নাগৰিকক বেছি হাৰত সুদ দিব বিচাৰে।
(গ) সম-অধিকাৰ৩। প্রত্যেক শিশুৱেই বিনামূলীয়া শিক্ষা পোৱা উচিত। 

৪। কৃষকৰ সমস্যাৰ ওপৰত এটা চৰকাৰী প্ৰতিবেদনত কৈছে যে ক্ষুদ্র আৰু দুখীয়া কৃষকে বজাৰৰ পৰা ভাল মূল্য পাব নোৱাৰে। ই পৰামৰ্শ দিয়ে যে চৰকাৰে ক্ষুদ্র আৰু দুখীয়া কৃষকে ভাল মূল্য পোৱাটো নিশ্চিত কৰিবৰ বাবে হস্তক্ষেপ কৰা উচিত। এই পৰামৰ্শটো সমতাৰ নীতিৰ সৈতে সামঞ্জস্যপূর্ণনে?

উত্তৰঃ কৃষকৰ সমস্যাৰ ওপৰত এটা চৰকাৰী প্ৰতিবেদনত কৈছে যে ক্ষুদ্র আৰু দুখীয়া কৃষকে বজাৰৰ পৰা ভাল মূল্য পাব নোৱাৰে। ই পৰামৰ্শ দিয়ে যে চৰকাৰে ক্ষুদ্র আৰু দুখীয়া কৃষকে ভাল মূল্য পোৱাটো নিশ্চিত কৰিবৰ বাবে হস্তক্ষেপ কৰা উচিত। এই পৰামৰ্শটো সমতাৰ নীতিৰ সৈতে সামঞ্জস্যপূর্ণ।

১। বিশ্বৰ ৫০ জন আটাইতকৈ ধনী মানুহৰ জনমূৰি আয় ৪০ কোটি আটাইতকৈ দুখীয়া মানুহৰ আয়তকৈ বেছি।

২। বিশ্বৰ জনসংখ্যাৰ আটাইতকৈ দুখীয়া ৪০% মানুহে বিশ্ব আয়ৰ কেৱল ৫% লাভ কৰে। আনহাতে বিশ্বৰ জনসংখ্যাৰ আটাইতকৈ ধনী ১০% মানুহে বিশ্ব আয়ৰ ৫৪% নিয়ন্ত্রণ কৰে। 

৩। প্রথম বিশ্বথ উন্নত উদ্যোগগ্রধন ৰাষ্ট্রসমূহ, বিশেষকৈ উত্তৰ আমেৰিকা আৰু পশ্চিম ইউৰোপ য’ত বিশ্বব জনসংখ্যার ২৫% আছে, বিশ্বৰ উদ্যোগসমূহৰ ৮৬% উদ্যোগৰ গৰাকী আৰু বিশ্বৰ উৎপাদিত শক্তিৰ ৮০ছি ভোগ কৰে।

৪। জনমূৰি আয়ৰ ভিত্তিত উন্নত উদ্যোগপ্রধান ৰাষ্ট্রত বাস কৰা এজন নাগৰিকে চীন বা ভাৰতবর্ষৰ নিচিনা উন্নয়শীল দেশৰ এজন নাগৰিকতকৈ ৩ গুণ বেছি পানী, ১০ গুণ বেছি শক্তি, ১৩ গুণ বেছি লো আৰু নীল আৰু ১৪ গুণ বেছি কাগজ ভোগ কৰে। 

৫। নাইজেৰিয়াত গর্ভধাৰণজনিত কাৰণৰ বাবে মৃত্যুবৰণ কৰে ১ ৰ পৰা ১৮ গৰাকীলৈ লোক। কিন্তু কানাডাত ১ৰ পৰা ৮,৭০০ গৰাকীলৈ।

৬। গোটেই বিশ্বৰ ইন্ধন জ্বলনৰ ফলত নির্গত হোবা কার্বন-ডাই- অক্সাইডৰ তিনি ভাগৰ দুই ভাগৰ কাৰণে দায়ী প্রথম বিশ্বৰ উদ্যোগ প্রধান ৰাষ্ট্রসমূহ। এচিড বৰষুণৰ সৃষ্টি কৰা বিশ্বৰ তিনি চতুর্থাংশ ছালফাৰ আৰু নাইট ‘জেন অক্সাইড নিঃসৰণৰ বাবেও এই ৰাষ্ট্রসমূহ দায়ী। উচ্চ প্রদূষণৰ বাবে দায়ী বহুতো উদ্যোগৰ উন্নত ৰাষ্ট্ৰৰ পৰা অনুন্নত ৰাষ্ট্রলৈ স্থান পৰিৱর্তন কৰা হৈছে।

তলৰ কোনবোৰে সমতাৰ নীতি ভঙ্গ কৰিছে? আৰু কিয়? 

(ক) প্রত্যেক শিশুৱে ক্লাছত নাটকৰ মূল অংশ সলাই পঢ়িব।

উত্তৰঃ সমতা এটা শক্তিশালী নৈতিক আৰু ৰাজনৈতিক আদর্শ, বিদে কেইবাশতিকাজুৰি মানৱ সমাজক অনুপ্রাণিত আৰু পথ-প্রৰ্দশন কৰি আহিছে। এই ধাৰণাটো সকলো ধৰ্ম আৰু অন্তর্নিহিত আছে, যিয়ে সকলো মানুহেই ভগৱানৰ সৃষ্টি বুলি প্ৰচাৰ কৰে। এটা ৰাজনৈতিক আদর্শ হিচাপে সমতাই বর্ণ, লিঙ্গ, জাতি আৰু জাতীয়তা নির্বিশেষে সকলো মানুহৰ সমান মূল্য থকাটোৱেই প্রতিপন্ন কৰে।

মানৱ সমাজৰ উমৈহতীয়া মানৱতাবোধৰ বাবে, সমতাই সকলে মানুহে সমান গুৰুত্ব আৰু সম্মান লাভ কৰাটোও দৃঢ়ভাৱে সমৰ্থন জনায়। ইয়াৰ আঁৰত অংশীদাৰী মানৱীয়তাৰ ধাৰণা জড়িত হৈ আছে। যেনে- সার্বজনীন মানব অধিকাৰৰ ধাৰণা অথবা মানৱতাৰ বিৰুদ্ধে অপৰাধ। 

বর্তমান সময়ত ৰাষ্ট্ৰ আৰু আন সামাজিক অনুষ্ঠানসমূহ বিৰুদ্ধে চলা যিকোনো সংঘর্ষত সকলো সমতাক এটা সমাৰোহৰ বর্ণধ্বনি হিচাবে ব্যৱহাৰ কৰা হয়। শিশুৱে ক্লাছত নাটকৰ মূল অংশ সলাই পঢ়িব। কাৰণ এই অনুষ্ঠানসমূহে মানুহৰ সমাজত স্থান, সম্পদ, পদমর্যাদা অথবা সুযোগ অনুসৰি অসমতাব সমর্থন জনায়। ওঠৰ (18″) শতিকাত ফৰাচী বিপ্লৱীসকলে, ৰাজত্ব সমতা, ভ্রাতৃত্ববোধ’ এই বণধ্বনি ব্যৱহাৰ কৰিছিল। কুৰি শতিকাত আৰু অভিজাত জমিদাৰ শ্ৰেণীৰ বিৰুদ্ধে বিপ্লৱ কৰিবলৈ ‘স্বাধীনতা, এছিয়া আৰু আফ্রিকা মহাদেশত ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে হোৱা স্বাধীনতা সংগ্ৰামত সমতাৰ দাবীও উত্তোলিত হৈছিল। 

মই জানো সকলোৱেই এটা ধর্ম বিশ্বাস কৰে। মই জানো সকলো ধর্মই সমতাৰ শিক্ষা দিয়ে। তেনেহ’লে পৃথিৱীত ইমান অসমতা কিয়? আৰু দলিতসকলৰ নিচিনা আন সংঘর্ষীয় গোষ্ঠীসমূহ, যিয়ে সমাজত নিজকে গুৰুত্বহীন বুলি অনুভৱ কৰে, সমতাৰ দাবীক ধাৰাবাহিকভাৱে পৰিৱেশ উত্তেজিত কৰি আহিছে। বর্তমান সমতা এটা বিস্তৃতভাৱে গ্রহণযোগ্য আদর্শ, যাক বিভিন্ন ৰাষ্ট্রৰ সংবিধান আৰু আইনত অন্তর্ভুক্ত কৰা হৈছে। 

তথাপি সমতাতকৈ অসমতাকহে আমি আমাৰ চাৰিওফালে গোটেই পৃথিৱীত আৰু আমাৰ সমাজত দেখিবলৈ পাওঁ। আমাৰ দেশত আমি বস্তি অঞ্চলৰ লগে লগে বিলাস-বহুল অট্টালিকাসমূহ, বিশ্ব শ্রেণীভুক্ত সুবিধাৰ স্কুল, শীত-তাপ নিয়ন্ত্রণ শ্ৰেণীকোঠাৰ লগতে স্কুল, আনকি খোৱাপানী আৰু প্রস্রাৱ-পায়খানাৰ সুবিধা নথকা স্কুল, খাদ্যৰ অপব্যয়ৰ লগে লগে অনাহাৰো দেখিবলৈ পাওঁ। ইয়াত আইনে আমাক দিয়া প্রতিশ্রুতি আৰু আমাৰ চাৰিওফালে আমি যি দেখা পাওঁ, তাৰ মাজত স্পষ্ট পার্থক্য আছে।

(খ) কানাডাৰ চৰকাৰে বগা ইউৰোপীয়সকলক দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা ১৯৬০ চনলৈ প্ৰব্ৰজন কৰিবলৈ উৎসাহিত কৰিছিল।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধঃ ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত, সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে, প্ৰায় সকলোবোৰ দে‍শেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়, মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি। এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয়।

য’ত ১০ কোটিতকৈয়ো অধিক লোকে সামৰিক সেৱা আগবঢ়াইছিল। যুদ্ধত আগভাগ লোৱা জাতি সমূহে এই সময়ছোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল, যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল। হ’ল’কাষ্ট (হিটলাৰৰ দ্বাৰা ৬০ লাখ ইহুদী হত্যা)-কে ধৰি অসামৰিক লোকৰ গণহত্যা, হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ, ইত্যদিৰ বাবে কুখ্যাত এই যু্দ্ধত ৫ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল। এই পৰিসংখ্যাৰ পৰা ক’ব পাৰি যে, দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাতক যুদ্ধ আছিল।

(গ) জ্যেষ্ঠ নাগৰিকৰ বাবে ৰে’লৰ আসন সংৰক্ষণৰ এটা পৃথক বিভাগ আছে। 

উত্তৰঃ অর্থনৈতিক সমতাই আন সকলো সমতাৰ মূল ভেটি। নাগৰিকসকলৰ মাজত অর্থনৈতিক সমতা নাথাকিলে আন আন সমতাবিলাকৰ তাৎপর্য কমি যায়। অর্থনৈতিক সমতাই সকলো নাগৰিকৰে সমান সম্পত্তি থকাক নুবুজায়। কর্ম শক্তি, বিদ্যা-বুদ্ধি আদিৰ ক্ষেত্রত যিহেতু মানুহৰ মাজত প্রভেদ আছে, আর্থিক ক্ষেত্রতো মানুহৰ মাজত প্রভেদ থকাটো স্বাভাবিক। অর্থাৎ যিজন ব্যক্তি অথবা শ্রেণীৰ মাজত সম্পদ, সম্পত্তি আৰু আয়ন ক্ষেত্রত প্রভেদ থাকে। তেনে সমাজতে অসমতা বিৰাজ কৰে। সেয়ে অর্থনৈতিক সমতাই ঘাইকৈ দুটা কথাক বুজায়। নকৰাত্মকভাবে প্রকাশ কৰিবলৈ হ’লে বিশেষ লোকৰ কাৰণে বিশেষ সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিক নালাগে। সকাবাত্মকভাবে প্রকাশ কৰিবলৈ হ’লে জীবন-ধাৰণৰ বাবে নিম্নতম আর্থিক সুবিধা সকলোবে পাব লাগে। এই দুটা ব্যবস্থা থাকিলে অর্থনৈতিক সমতা থকা বুলি কব পাৰি।

(ঘ) কিছুমান জনজাতীয় সম্প্রদায়ৰ বাবে কিছুমান বনাঞ্চলত সোমোৱাটো সংৰক্ষিত কৰা হৈছে। 

উত্তৰঃ ২০০১ চনৰ লোকপিয়লৰ প্রতিবেদন মর্মে ইয়াত কিছুমান ঘৰুৱা সুখ-স্বাচ্ছন্দ্য আৰু সম্পত্তিৰ বিষয়ে ৰায় দাঙি ধৰা হৈছে। তুমি এই তথ্যসমূহৰ একো মুখস্থ কৰাৰ প্রয়োজন নাই। মাত্র এইখিনি পঢ়িবা যাতে নগৰীয়া আৰু গাঁৱলীয়া জীৱনৰ মাজত কিছুমান অসমতা আছে, তাক বুজি পোৱা। তোমাৰ নিজৰ পৰিয়াল কোন স্থানত উপযুক্ত হ’ব?

যিবোৰ পৰিয়ালৰ আছেগাঁৱলীয়ানগৰীয়াতোমাৰ পৰিয়ালৰ বাবে×
বিজুলী সংযোগপৰিয়ালপৰিয়ালনাইবা √ চিন দিয়া
ঘৰত নলৰ পানীৰ সংযোগ৪৪%৮৮%
স্নানগাৰ থকা ঘৰ১০%৫০%
দূৰদৰ্শন ২৩%৭০%
স্কুটাৰ, মপেদ, মটৰ চাইকেল ১৯%৬৪%
কাৰ, জীপ ভেন৭%২৫%
১%৬%

মার্ক্সবাদ আৰু উদাৰনৈতিকতাবাদ আমাৰ সময়ৰ দুটা গুৰুত্বপূর্ণ ৰাজনৈতিক ভাবাদর্শ। মার্ক্স ১৯ শতিকাৰ এজন গুৰুত্বপূৰ্ণ চিন্তাবিদ আছিল যিয়ে যুক্তি দর্শাইছিল যে পৰীক্ষাৰ দ্বাৰা পৰিবেষ্টিত অসমতাৰ মূল কাৰণ হ’ল অর্থনৈতিক সম্পদ যেনে- তেল, মাটি নাইবা বনাঞ্চল আৰু তেনেকুৱা ধৰণৰ আন সম্পত্তিৰ ব্যক্তিগত মালিকীস্বত্ব। তেওঁ আঙুলিয়াই দিছিল যে তেনেকুৱা ধৰণৰ ব্যক্তিগত মালিকীস্বত্বই কেৱল মালিক শ্রেণীকেই সম্পদশালী নকৰে, ই তেওঁলোকক ৰাজনৈতিক ক্ষমতাও প্রদান কৰে। তেনেকুৱা ক্ষমতাই তেওঁলোকক ৰাষ্ট্ৰৰ আইন আৰু নীতিত প্রভাৱ পেলোৱাত সহায় কৰে, আৰু ই গণতান্ত্রিক চৰকাৰৰ বাবে এটা ত্ৰাসৰ কাৰণ হিচাপে প্রমাণিত হ’ব পাৰে। মার্ক্সবাদী আৰু সমাজবাদীসকলে অনুভব কৰে যে অর্থনৈতিক অসমতাই আন আন সামাজত অসমতাকো প্রভাৱান্বিত কৰে যেনে- স্থান বা সুবিধাৰ ক্ষেত্ৰত পার্থক্য। সেইকাৰণে সমাজত অসমতাৰ সমাধান কৰিবৰ কাৰণে আমি সমাজে সুযোগ দিয়াৰ বাহিৰেও প্রয়োজনীয় সম্পদ আৰু বিভিন্ন ধৰণৰ সম্পত্তিৰ ওপৰা ৰাজহুৱা নিয়ন্ত্রণ থকাটো আমি চেষ্টা কৰিব লাগে আৰু নিশ্চিত কৰিব লাগে। তেনেকোৱা মতবোৰ বিতর্কিত। যিবোৰে কিছুমান গুৰুত্বপূর্ণ সমস্যা উত্তোলিত কৰিছে, যিকে সমাধান কৰাটো প্রয়োজনীয়।

৬। মহিলাৰ ভোটাধিকাৰৰ সপক্ষে ইয়াত কিছুমান যুক্তি আগবঢ়োৱা হৈছে। ইয়াৰ কোনবোৰ সমতাৰ আদৰ্শৰ সৈতে সংগতিপূর্ণ? যুক্তি আগবঢ়োৱা। 

(ক) মহিলাসকল আমাৰ মাতৃ। আমি আমাৰ মাতৃসকলক তেওঁলোকৰ ভোটাধিকাৰ অস্বীকাৰ কৰি অসম্মান কৰিব নালাগে।

উত্তৰঃ মহিলাসকল আমাৰ মাতৃ। আমি আমাৰ মাতৃসকলক তেওঁলোকৰ ভোটাধিকাৰ অস্বীকাৰ কৰিব নোৱাৰি। মাতৃক অসম্মান কৰিব নালাগে।  মাতৃক সদায় শ্ৰদ্ধা কৰিব লাগে। শাৰীৰিক পৰিশ্ৰম কৰাসকলতকৈ বুদ্ধি বৃত্তিৰ কাম কৰাসকলক বেছি মূল্য দিব পাৰে আৰু তেওঁলোকক পৃথককৈ পুৰস্কাৰ প্রদান কৰিব পাৰে। সেইবোৰ সমাজৰ বংশ, বর্ণ, লিংগ আৰু জাতি অনুসৰি জনসাধাৰণক পৃথককৈ আচৰণ কৰিব পাৰে। এনেকুৱা ধৰণৰ বিভিন্নতাই সমাজৰ মূল্যবোধক প্রতিফলিত কৰে আৰু তাৰে কিছুমান নিশ্চয় আমাৰ বাবে অন্যায় বুলি পৰিগণিত হ’ব পাৰে।

এই বিভেদসমূহে কেতিয়াবা আমাক সমাজত থকা সমর্থনযোগ্য আৰু অন্যায়-অসমতাৰ মাজত পার্থক্য নির্ণয় কৰাত সহায় কৰিব পাৰে। কিন্তু এইবোৰ সদায় সুস্পষ্ট নহয়। উদাহৰণস্বৰূপে, যেতিয়া মানুহৰ আচৰণৰ ক্ষেত্রত থকা কিছুমান অসমতাৰ আগৰ পৰাই চলি আহে তেতিয়া আমাৰ বাবে ন্যায়সংগত যেন লাগিব পাৰে। যিহে সেইবোৰ প্ৰাকৃতিক অসমতাৰ ওপৰত প্রতিষ্ঠিত, ইয়াৰ অৰ্থ হ’ল মানুহে যিবোৰ বৈশিষ্ট্য সৈতে জন্মগ্রহণ কৰে, সেইবোৰ সহজে পৰিৱৰ্তন কৰিব নোৱাৰি। যেনে, বহু আগৰ পৰাই স্ত্রী-জাতি দুর্বল, ভীৰু আৰু পুৰুষতকৈ কম বুদ্ধি- বৃত্তিসম্পন্ন, সেইবাবে বিশেষ সুৰক্ষাৰ প্ৰয়োজন বুলি পৰিগণিত হৈ আহিছে। সেই কাৰণে মহিলাক সম-অধিকাৰ নিদিয়াটো ন্যায়সংগত বুলি ভবা হৈছিল।

আফ্রিকাত থকা ক’লা লোকসকলক (Black People) তেওঁলোকৰ ঔপনিৱেশিক গৰাকীসকলে কম বুদ্ধি-বৃত্তিসম্পন্ন, শিশুসুল আৰু শাৰীৰিক পৰিশ্ৰম, খেলা-ধূলা আৰু গান-বাজনাত শ্রেষ্ঠ বুলি গণ্য কৰে। দায়িত্ব দৰে অনুষ্ঠানে এই বিশ্বাসক ন্যায়সংগত বুলি প্রতিষ্ঠা কৰিছিল। এই গোটেই মূল্যাঙ্কনবোৰ ওপৰত এতিয়া প্রশ্ন উঠিছে। মানুহৰ জন্মগত বৈশিষ্ট্যতকৈ ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ মাজ থকা ক্ষমতাৰ পাৰ্থক্যৰ বাবে এতিয়া এইবোৰক সমাজসৃষ্ট বিভাজন হিচাপে গণ্য ক হয়।

(খ) চৰকাৰৰ সিদ্ধান্তই পুৰুষৰ লগে লগে মহিলাৰ ওপৰতো প্রভাৱ পেলায়, সেইকাৰণে নেতাসকলক নির্বাচন কৰোঁতে তেওঁলোকৰে মতামত। অধিকাৰ থকা উচিত।

উত্তৰঃ নাৰীত্ববাদ হৈছে পুৰুষ আৰু মহিলাৰ মাজত সম-অধিকাৰৰ বাবে থকা এটা ৰাজনৈতিক মতবাদ। নাৰীত্ববাদীসকল সেইবোৰ পুৰুষ আৰু মহিলা, যিয়ে বিশ্বাস কৰে যে সমাজত পুৰুষ আৰু মহিলাৰ মাজত দেখা বেছিভাগ অসমতাই প্রয়োজনীয়ও নহয়, প্রাকৃতিকো নহয় আৰু সেইবোৰ সলনি কৰিব পৰা যায় যাতে পুৰুষ আৰু মহিলা দুয়ো মুক্ত আৰু সমান জীৱন নির্বাহ কৰিব পাৰে। 

নাৰীত্ববাদীসকলৰ মতে সমাজত থকা নাৰী আৰু পুৰুষৰ অসমতা হৈছে পিতৃতান্ত্রিক সমাজৰ প্রতিফলন। এই প্রতিশব্দই এনেকুৱা এটা সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক ব্যৱস্থাক বুজায় যিয়ে মহিলাতকৈ পুৰুষক বেছি মূল্য আৰু ক্ষমতা দিয়ে। পিতৃতন্ত্রই এইটো ধৰি লয় যে পুৰুষ আৰু মহিলা প্রকৃতিগতভাৱে বিভিন্ন আৰু এই বিভিন্নতাই সমাজত তেওঁলোকৰ অ-সমস্থান ন্যায়সংগত কৰিছে। নাৰীত্ববাদীসকলে চিন্তাৰ এই পার্থক্যটোৰ ওপৰত প্রশ্ন তুলিছে লিঙ্গৰ বিভিন্নতা আনি যে পুৰুষ আৰু মহিলাৰ মাজত জৈৱিক বিভিন্নতা আৰু ‘লিঙ্গ’ যিটোৱে পুৰুষ আৰু মহিলাই সমাজত কি ভূমিকা পালন কৰিব সেইটো নির্ধাৰণ কৰে।

উদাহৰণস্বৰূপে, জৈৱিক সত্য যে কেৱল মহিলাইহে গর্ভৱর্তী হৈ সন্তান ধাৰণ কৰিব পাৰে আৰু তাৰ বাবেই এইটো নহয় যে সন্তান জন্ম হোৱাৰ পিছতো কেৱল তেওঁলোকেই প্রতিপালনৰ দায়িত্ব বহন কৰা উচিত। নাৰীত্ববাদীসকলে আমাক দেখুৱাই দিছে যে পুৰুষ আৰু মহিলাৰ মাজত থকা বেছিভাগ অসমতাই সমাজসৃষ্ট, প্রকৃতিয়ে সৃষ্টি কৰা নহয়। পিতৃতন্ত্রই কর্মবিভাজনৰ সৃষ্টি কৰিছে, যাৰ দ্বাৰা মহিলাসকলক ‘ব্যক্তিগত’ আৰু ‘ঘৰুৱা’ বিষয়ৰ বাবে দায়বদ্ধ আৰু পুৰুষসকলক ‘ৰাজহুৱা’ দিশত দায়বন্ধ বুলি ধৰি লোৱা হয়। 

নাৰীত্ববাদীসকলে এই বিভিন্নতাৰ ওপৰত প্রশ্ন উঠাই আঙুলিয়াইছে যে বেছিভাগ মহিলাই ৰাজহুৱা ক্ষেত্রতো যথেষ্ট সক্রিয়। তাৰ অর্থ এইটোৱেই যে গোটেই বিশ্বৰ বেছিভাগ মহিলাই ঘৰৰ বাহিৰতো কিছু কর্মত নিয়োজিত।

কিন্তু ঘৰৱা কামতো কেৱল মহিলা সম্পূর্ণৰূপে দায়বদ্ধ। তথাপি, নাৰীবাদীসকলে কোৱাৰ দৰে এই ‘দ্বৈত ভূমিকা’ পালন কৰাৰ পিছতো ৰাজহুৱা ক্ষেত্ৰত সিদ্ধান্ত গ্রহণত মহিলাসকলক একেবাৰে কম বা মাত মাতিব দিয়া হোৱা নাই। নাৰীত্ববাদীসকলে বিতর্ক কৰিছে যে এই ৰাজহুৱা / ব্যক্তিগত পার্থক্য আৰু সকলো ধৰণৰ লিঙ্গভিত্তিক অসমতাক নোহোৱা কৰিব পৰা যায় আৰু কৰা উচিত।

(গ) মহিলাক ভোটাধিকাৰ প্ৰদান নকৰিলে ই পৰিয়ালত অনৈক্যৰ সৃষ্টি কৰিব।

উত্তৰঃ গণতান্ত্রিক সমাজত ৰাজনৈতিক সমতাই ৰাষ্ট্ৰৰ সকলো সদস্যক সমানে গুৰুত্ব দিয়াটো বুজায়। তুমি নাগৰিক অধ্যায়টোত পঢ়িবলৈ পাবা যে- সম অধিকাৰে কিছুমান সাধাৰণ অধিকাৰ যেনে- ভোটদানৰ অধিকাৰ, মত প্রকাশ, ঘূৰা-পকা আৰু সমৱেত হোৱাৰ স্বাধীনতা আৰু বিশ্বাসৰ স্বাধীনতাক বুজায়। এই অধিকাৰসমূহ জনসাধাৰণে নিজক বিকাশ কৰাৰ কাৰণে আৰু অনৈক্যৰ সৃষ্টি কৰিব পাৰে। ৰাষ্ট্ৰৰ বিভিন্ন কাৰ্যত অংশগ্ৰহণ কৰাৰ কাৰণে প্রয়োজনীয় বুলি গণ্য কৰে।

কিন্তু সেইবোৰ সংবিধান আৰু আইনে প্রদান কৰা আইনগত অধিকাৰ। আমি জানো যে যিবোৰ ৰাষ্ট্ৰত সকলো নাগৰিকক সমান অধিকাৰ দিয়া হয় তেনেকুৱা ৰাষ্ট্ৰতো কিছু পৰিমাণে অসমতা থাকিব পাৰে। এই অসমতাবোৰ প্ৰায়ে সম্পদ আৰু সুযোগৰ পাৰ্থক্যৰ প্ৰতিফল, যিবোৰ সামাজিক আৰু অর্থনৈতিক ক্ষেত্ৰত নাগৰিকৰ বাবে অপর্যাপ্ত পৰিমাণে আছে। এই কাৰণেই প্রয়াসমান সুযোগৰ বাবে অথবা ‘এখন সমান খেলপথাৰৰ বাবে’ দাবী কৰি অহা হৈছে। আমি এইটো মনত ৰখা উচিত হ’ব যে যদিও ৰাজনৈতিক আৰু আইনগত সমতা এখন ন্যায় আৰু গণসমাজ সৃষ্টিৰ বাবে যথেষ্ট নহ’ব পাৰে।

(ঘ) মানব সমাজৰ আধাসংখ্যক মহিলা। তেওঁলোকৰ ভোটাধিকাৰ অস্বীকাৰ কৰি তুমি তেওঁলোকক বহু দিনলৈ বশীভূত কৰি ৰাখিব নোৱাৰিবা।

উত্তৰঃ মানব সমাজৰ আধাসংখ্যক মহিলা। সমতা আহৰণৰ প্ৰথম পদক্ষেপ অৱশ্যেই ৰীতিসিদ্ধ অসমতা আৰু বিশেষ সুবিধাৰ শেষ কৰা। গোটেই বিশ্বত সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক অসমতাক সুৰক্ষ দিয়ে সমাজৰ ৰীতি-নীতি আৰু আইনগত ব্যৱস্থাই, যিয়ে সমাজৰ কিছুমান শ্রেণীৰ নিশ্চিত প্ৰকাৰৰ সুযোগ আৰু পুৰস্কাৰ উপভোগ কৰাত বাধা দিয়ে। বেছিভাগ ৰাষ্ট্ৰতেই দুখীয়া শ্ৰেণীৰ লোকক ভোটদানৰ অধিকাৰ প্ৰদান কৰা হোৱা নাছিল। 

মহিলাসকলক বহুত বৃত্তি আৰু কার্যত অংশগ্রহণ কৰিবলৈ দিয়া হোৱা নাছিল। ভাৰতবৰ্ষত থকা জাতিগত ব্যৱস্থাই সমাজৰ নিম্নশ্রেণীৰ লোকসকলক শাৰীৰিক পৰিশ্ৰমৰ বাহিৰে আন কাৰ্য কৰাত বাধা প্রদান কৰিছিল। বহু ৰাষ্ট্ৰত মাত্র কিছুমান পৰিয়ালৰ মানুহে উচ্চ পদত অধিষ্ঠিত হ’ব পাৰিছিল। 

সমতা আহৰণৰ বাবে সকলো ধৰণৰ বাধা আৰু বিশেষ সুবিধা শেষ কৰা উচিত। যিহেতু এই ব্যৱস্থাবোৰৰ বেছিভাগৰে আইনৰ অনুমোদন আছে, সমতাৰ বাবে প্রয়োজন চৰকাৰ আৰু ৰাষ্ট্ৰীয় আইনে অসমতাৰ এই ব্যৱস্থাবোৰক সুৰক্ষা দিয়াটো বন্ধ কৰা। এইটোৱেই আমাৰ সংবিধানে কৰিছে। সংবিধানে ধর্ম, বংশ, জাতি, লিঙ্গ বা জন্মস্থানৰ ভিত্তিত সকলো ধৰণৰ বৈষম্যতাক বাধা দিছে। 

আমাৰ সংবিধানে অস্পৃশ্যতাকো নোহোৱা কৰিছে। বেছিভাগ আধুনিক সংবিধান আৰু গণতান্ত্রিক চৰকাৰে আনুষ্ঠানিকভাৱে সমতাৰ নীতিক গ্রহণ কৰিছে আৰু জনসাধাৰণক জাতি, বংশ, ধর্ম আৰু লিঙ্গৰ বিবেচনা নকৰাকৈ আইনৰ দৃষ্টিত সকলোকে একেই আচৰণ কৰাৰ বাবে ইয়াক সংলগ্ন কৰা হৈছে। মানৱ সমাজৰ বহু দিন বশীভূত কৰি ৰাখিব নোৱাৰি।

1 thought on “Class 11 Political Science Chapter 13 সমতা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top