Assam Jatiya Bidyalay Class 6 Hindi Chapter 10 आदर्श विद्यार्थी

Assam Jatiya Bidyalay Class 6 Hindi Chapter 10 आदर्श विद्यार्थी, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় হিন্দী Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 आदर्श विद्यार्थी Class 6 Hindi Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Hindi Chapter 10 आदर्श विद्यार्थी Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Hindi Chapter 10 आदर्श विद्यार्थी provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

आदर्श विद्यार्थी

Chapter – 10

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


गहरी 
গভীৰ
हाथ बंटाना
হাত বঢ়োৱা সহায় কৰা
फर्ज
কর্তব্য
दिमागी
বৌদ্ধিক
मजबुती
মজবুত
यथाशक्ति
যথাশক্তি
প্রস্তুত পাঠত বিদ্যার্থী জীৱনৰ কিছু মহত্ত্বপূর্ণ কৰ্তব্যৰ বিষয়ে কোৱা হৈছে। এজন আদর্শ বিদ্যাৰ্থীৰ কি কি গুণ থকাটো আৱশ্যক, সেই বিষয়ে বিৱৰণ প্ৰস্তুত কৰা হৈছে।

সন্ধিয়াৰ সময় আছিল। স্নেহাই বিদ্যালয়ৰ পৰা আহি হাত-মুখ ধুই জলপান কৰিলে। পিছত কিতাপ লৈ বহি পৰিল। এই সময়তে দিগন্ত আৰু হেমন্তই হাতত বেডমিণ্টনৰ ৰেকেট লৈ স্নেহাৰ ঘৰলৈ আহিল। স্নেহা, দিগন্ত আৰু হেমন্ত তিনিওৰে গাঢ় বন্ধুত্ব আছিল। তিনিও একেটা শ্রেণীতে পঢ়িছিল। সিহঁত ঘৰৰ ভিতৰলৈ সোমাই গ’ল আৰু খেলিবৰ কাৰণে স্নেহাক মাতিবলৈ ধৰিলে।

স্নেহা : দিগন্ত, তোমালোক যোৱা আৰু খেলা। মই খেল ভাল নাপাওঁ। মই এতিয়া পঢ়োগৈ।(স্নেহাৰ দেউতাক ঘৰতে আছিল। তেওঁ স্নেহাৰ কথা শুনি আছিল। এইবাবে তেওঁ বাহিৰলৈ আহিল)

দেউতাক : মাজনী, এজন আদর্শ বিদ্যাৰ্থীয়ে এই ধৰণৰ কথা নকয়। আদৰ্শ বিদ্যার্থীয়ে প্ৰথমতে সময়খিনি ভাগ কৰি লয়। পিছত প্ৰত্যেক সময় প্রত্যেক কামত লগায়। 

স্নেহা : ময়োতো সময় নষ্ট নকৰোঁ?

দেউতাক : হয়, হয়, নকৰা, কিন্তু এজন বিদ্যার্থীয়ে মাত্র পঢ়া-লিখাতেই চৌব্বিশ ঘণ্টা পাৰ কৰি নিদিয়ে।

দিগন্ত : হয়, মই এইকাৰণে বহু দেৰীলৈকে খেলি থাকো।

দেউতা : মাত্ৰ খেলি থকাটোৱে আদৰ্শ বিদ্যাৰ্থীৰ কাম নহয় দিগন্ত। লিখা পঢ়াও সময়মতে কৰিব লাগিব। ইয়াৰ বাহিৰে সদায় বাতৰি কাকত পঢ়া, ঘৰৰ কামত সহায় কৰা, সন্ধিয়া-পুৱা ঘুৰা, সমাজ, ঘৰ আৰু নিজৰ দেশৰ প্ৰতি কৰ্তব্য পালন কৰা আদি আদর্শ বিদ্যাৰ্থীৰ কাম।

হেমন্ত : খুড়াদেউ, আপুনি যি আদর্শ বিদ্যাৰ্থীৰ কথা কৈছে, কৃপা কৰি কওকচোন এজন আদর্শ বিদ্যাৰ্থীৰ কাৰণে কি কি গুণৰ আৱশ্যক? 

স্নেহা : হয় দেউতা, আমি সকলোবোৰে কেনেকৈ একোজন আদর্শ বিদ্যাৰ্থী হৈ ঘৰ, সমাজ আৰু দেশৰ সেৱা কৰিব পাৰিম অলপ বুজাই কওকচোন।

দেউতা : ভাল তেন্তে, শুনা দিগন্ত, হেমন্ত তোমালোকো বহি যোৱা। (স্নেহাই বহিবৰ বাবে বন্দোৱস্ত কৰি দিলে)

আদর্শ বিদ্যার্থীয়ে সময় অনুসৰি জীৱা কটোৱা উচিত। এজন বিদ্যার্থী হোৱাৰ বাবে তেওঁ প্ৰথমতে নিজৰ পাঠ প্ৰস্তুত কৰি ল’ব লাগিব। আনটো হ’ল এই যে তেওঁৰ কিতাপ, বহী, শৰীৰ আদি সকলো বস্তুৱে সুস্থ আৰু সংৰক্ষিত হ’ব লাগিব। তৃতীয়তে মহত্বপূর্ণ কাম হ’ল খেল খেলা। তেওঁ নিয়মিত ৰূপত খেলিব লাগিব, যিয়ে নিজৰ শৰীৰ মজবুত কৰি ৰাখিব পাৰে, কাৰণ স্বাস্থ্যৰ ওপৰত জীৱনৰ সকলো সুখ আধাৰিত হয়।

আদৰ্শ বিদ্যাৰ্থীৰ কৰ্তব্য হ’ল তেওঁ ভাল মানুহৰ লগত সম্পর্ক ৰখা আৰু বেয়া মানুহৰ পৰা যথাশক্তি আঁতৰি থকা। অনুশাসন বজাই ৰখাটো বিদ্যাৰ্থীৰ এটা মুখ্য কাম। নিজৰ ভৱিষ্যৎ জীৱনটো আনন্দময় কৰিবৰ বাবে এইটো আৱশ্যক যে তেওঁ অনুশাসনত থাকে। অনুশাসন আৰু সফলতাৰ মাজত ঘনিষ্ঠ সম্বন্ধ আছে। মনত ৰাখিবা— ‘য’ত অনুশাসন আছে তাতেই সফলতা আছে, য’ত অনুশাসনহীনতা থাকে তাত অসফলতাই অসফলতা।’

অৱশেষত তোমালোকে বুজি পাইছা নিশ্চয় এজন আদর্শ বিদ্যার্থী কি ধৰণে আনৰ কাৰণে স্বয়ং আদর্শ হ’ব পাৰে।

তিনিও : হয়! আমি এতিয়া সম্পূর্ণভাবে জানিলোঁ যে অধ্যয়ন, অনুশাসন, স্ব-আত্মনিৰ্ভৰশীল হৈ আনৰ সেৱা কৰা আৰু শৰীৰ আৰু মানসিক উৎকৰ্ষৰ কাৰণে খেলাটো কিমান জৰুৰী। 

দেউতা : চাব্বাচ । মই আশা কৰিছোঁ যে এতিয়াৰ পৰা তোমালোক নিশ্চয় একোজন আদর্শ বিদ্যার্থী হ’বলৈ চেষ্টা কৰিবা।

স্নেহা : হয় দেউতা।

দিগন্ত-হেমন্ত : হয় খুড়াদেউ। নমস্কাৰ।

शब्द (শব্দ)अर्थ (অৰ্থ)
गहरीगंभीरগভীৰ
हाथ बँटानामदद करनाসহায় কৰা
फर्जकर्तव्यকর্তব্য
समाचारखबरখবৰ

प्रश्न- अभ्यास (প্ৰশ্ন অভ্যাস)

प्रश्न : 1. आदर्श विद्यार्थी बनने के लिए कौन-कौन से गुणों का होना जरुरी है? पाठ के आधार पर बताओ। (আদৰ্শ বিদ্যাৰ্থী হ’বলৈ কি কি গুণৰ আৱশ্যক। পাঠৰ আধাৰত লিখা)

उत्तर : आदर्श विद्यार्थी बनने के लिए आवश्यकीय गुणसमूह हैं- आदर्श विद्यार्थी को समय के अनुसार जीवन व्यतीत करना चाहिए। दूसरा है। उसकी पुस्तकें, कापियाँ, शरीर आदि सभी वस्तुएँ स्वस्थ और व्यवस्थित रखे। तीसरा है नियमित रूप से खेलना जिसे शरीर स्वस्थ हो सके। क्योंकि स्वस्थ ही जीवन के मुख्य आधार होते हैं। अनुशासन बनाये रखना आदर्श विद्यार्थी का काम है। 

प्रश्न : 2. पढ़ने के अलावा तुम दैनन्दिन कार्यों में और क्या-क्या काम करते हौ ?

उत्तर : पढ़ने के अलावा मैं दैनन्दिन खेलना, समाचार पत्र पढ़ना, घर के कामों में हाथ बाँटना, शाम-सुबह घूमना, परोसी के घर जाकर खबर लेना आदि काम करता हूँ। 

प्रश्न : 3. दिन के चौबीस घण्टों का तुम किस तरह उपयोग करते हों ? एक तालिका प्रस्तुत करो।

उत्तर :

सबेरेदिन मेंशामरात
5 बजे उठना9 बजे से 4 बजे तक, पढ़ना5 बजे से 6 बजे तक खेलना7 बजे से 10 बजे तक पढ़ना

(v) खेलना क्यों जरूरी है ?

उत्तर : खेलना जरुरी है क्योंकि नियमित रूप से खेलने से अपने शरीर को मजबूत रख सके, स्वास्थ्य पर ही जावन के सारे सुख आधारित होते हैं।

प्रश्न : 6. कौन किस खेल से सम्बन्धित है ? (কোন কি খেলৰ সৈতে জড়িত)

उत्तर :

सुनील गाभास्कारक्रिकेट
भोगेश्वर बरुवादौर
अभिनव विन्द्रासुटिं
कपिल देवक्रिकेट
बाईचुंग भूटियाफूटबल
लियेण्डार पेजटेनीस
सानिया मिर्जाटेनीस
पेलेफूटबल

प्रश्न : 7. वाक्य बनाओ : (বাক‍্য সাজা)

दोस्ती, आदर्श, हाथ बँटाना, अनुशासन, मजबूत, सफलता

उत्तर : दोस्ती- दोस्ती करना अच्छी बात है। 

आदर्श- आदर्श विद्यार्थी को समय के अनुसार जीवन व्यतीत करना चाहिए।

हाथ बँटाना- घर के काम में हाथ बँटाना चाहिए।

अनुशासन- अनुशासन में रहना ही सफलता है। 

मजबूत- अपने शरीर को मजबूत बनाकर रखना चाहिए। 

सफलता- जहाँ अनुशासन है वही सफलता है।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top