ৰবীন্দ্ৰনাথ ঠাকুৰ | Rabindranath Tagore
Join Telegram channel Follow us: ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বিংশ শতিকাৰ প্ৰথম কালছোৱা আধুনিক বাংলা সাহিত্যৰ ৰবীন্দ্ৰ যুগ নামেৰে পৰিচিত। ৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindranath Tagore) বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ একেধাৰে কবি, উপন্যাসিক, নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, …