⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science MCQ Chapter 9 প্ৰকৃতিত তাপৰ সঞ্চালন

SEBA Class 7 Science MCQ Chapter 9 প্ৰকৃতিত তাপৰ সঞ্চালন Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science MCQ Chapter 9 প্ৰকৃতিত তাপৰ সঞ্চালন Solutions and select need one. SEBA Class 7 Science Multiple Choice Notes in Assamese Download PDF. SCERT Class 7 Science MCQs New Textbook in Assamese.

SEBA Class 7 Science MCQ Chapter 9 প্ৰকৃতিত তাপৰ সঞ্চালন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Objective Type Question Answer for All Chapters, You can practice these here.

প্ৰকৃতিত তাপৰ সঞ্চালন

Chapter: 9

MCQ

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। যি প্ৰক্ৰিয়াৰ জৰিয়তে কোনো বস্তুৰ উষ্ণ প্ৰান্তৰপৰা শীতল প্ৰান্তলৈ তাপ সঞ্চালন হয়, তাক কি বোলা হয়?

(ক) পৰিচলন।

(খ) বিকিৰণ।

(গ) পৰিবহণ।

(ঘ) অনুপ্ৰৱেশ।

উত্তৰঃ (গ) পৰিবহণ।

২। তলৰ কোনবিধ পদাৰ্থ তাপৰ সুপৰিবাহী?

(ক) প্লাষ্টিক।

(খ) কাঠ।

(গ) বেকেলাইট।

(ঘ) তাম।

উত্তৰঃ (ঘ) তাম।

৩। যিবোৰ বস্তুৱে তাপ পৰিবহণ নকৰে বা যাৰ মাজেৰে সহজে তাপ সঞ্চালিত নহয়, সেইবোৰক কি বোলা হয়?

(ক) তাপৰ সুপৰিবাহী।

(খ) তাপৰ কুপৰিবাহী।

(গ) তাপ শোষক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) তাপৰ কুপৰিবাহী।

৪। বায়ু তাপৰ—

(ক) সুপৰিবাহী।

(খ) কুপৰিবাহী।

(গ) সুপৰিবাহী আৰু কুপৰিবাহী দুয়োটা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) কুপৰিবাহী।

৫। জুলীয়া আৰু গেছীয় পদাৰ্থত তাপ প্ৰধানকৈ কি প্ৰক্ৰিয়াৰে সঞ্চালিত হয়?

(ক) পৰিবহণ।

(খ) পৰিচলন।

(গ) বিকিৰণ।

(ঘ) শোষণ।

উত্তৰঃ (খ) পৰিচলন।

৬। সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ কি প্ৰক্ৰিয়াৰ জৰিয়তে আহে?

(ক) পৰিবহণ।

(খ) পৰিচলন।

(গ) বিকিৰণ।

(ঘ) বাষ্পীভৱন।

উত্তৰঃ (গ) বিকিৰণ।

৭। কোনটো প্ৰক্ৰিয়াত তাপ সঞ্চালনৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নহয়?

(ক) পৰিবহণ।

(খ) পৰিচলন।

(গ) বিকিৰণ।

(ঘ) অনুপ্ৰৱেশ।

উত্তৰঃ (গ) বিকিৰণ।

৮। দিনৰ ভাগত সাগৰৰ পৰা স্থলভাগলৈ বলা বতাহজাকক কি বোলে?

(ক) জলবতাহ।

(খ) স্থলবতাহ।

(গ) মৌচুমী বতাহ।

(ঘ) ধুমুহা।

উত্তৰঃ (ক) জলবতাহ।

৯। ৰাতি স্থলভাগৰ পৰা সাগৰলৈ বলা বতাহজাকক কি বোলে?

(ক) জলবতাহ।

(খ) স্থলবতাহ।

(গ) পশ্চিমা বতাহ।

(ঘ) গৰম বতাহ।

উত্তৰঃ (খ) স্থলবতাহ।

১০। গৰমৰ দিনত আমি কেনে ৰঙৰ কাপোৰ পিন্ধি আৰাম অনুভৱ কৰোঁ?

(ক) ক’লা।

(খ) গাঢ় নীলা।

(গ) বগা বা পাতল ৰঙৰ।

(ঘ) ৰঙা।

উত্তৰঃ (গ) বগা বা পাতল ৰঙৰ।

১১। ক’লা বা গাঢ় ৰঙৰ কাপোৰে পাতল ৰঙৰ কাপোৰতকৈ তাপ—

(ক) কম শোষণ কৰে।

(খ) অধিক শোষণ কৰে।

(গ) শোষণ নকৰে।

(ঘ) প্ৰতিফলিত কৰে।

উত্তৰঃ (খ) অধিক শোষণ কৰে।

১২। তাপৰ SI একক কি?

(ক) ছেলছিয়াছ।

(খ) ডিগ্ৰী।

(গ) জুল।

(ঘ) কেলভিন।

উত্তৰঃ (গ) জুল।

১৩। ‘উদ্ধাৰ কম্বল’ বা জৰুৰীকালীন কম্বল তৈয়াৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?

(ক) ঊণ।

(খ) কপাহ।

(গ) প্লাষ্টিকৰ পাত।

(ঘ) এলুমিনিয়ামৰ পাতল তৰপ।

উত্তৰঃ (ঘ) এলুমিনিয়ামৰ পাতল তৰপ।

১৪। মহাকাশযানত ব্যৱহাৰ কৰা তাপ প্ৰতিবোধক টাইলবোৰে কিমান ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত উষ্ণতা সহ্য কৰিব পাৰে?

(ক) 1000

(খ) 1260

(গ) 1500

(ঘ) 2000

উত্তৰঃ (খ) 1260

১৫। মাটি আৰু শিলৰ মাজেৰে পানী নিগৰি যোৱা প্ৰক্ৰিয়াক কি বোলা হয়?

(ক) পৰিচলন।

(খ) অনুপ্ৰৱেশ।

(গ) বাষ্পীভৱন।

(ঘ) ঘনীভৱন।

উত্তৰঃ (খ) অনুপ্ৰৱেশ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top