⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science MCQ Chapter 10 জীৱৰ শ্বস-প্ৰশ্বস

SEBA Class 7 Science MCQ Chapter 10 জীৱৰ শ্বস-প্ৰশ্বস Question Answer in Assamese Medium, Class 7 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Science MCQ Chapter 10 জীৱৰ শ্বস-প্ৰশ্বস Notes and select need one.

SEBA Class 7 Science MCQ Chapter 10 জীৱৰ শ্বস-প্ৰশ্বস

Also, you can read the SCERT book online in these sections Class 7 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Science MCQ Solutions for All Subject, You can practice these here.

জীৱৰ শ্বস-প্ৰশ্বস

Chapter – 10

MCQ

১। বক্ষ গহবৰৰ তলিখন এখন ডাঙৰ পেশীযুক্ত পৰ্দাৰে গঠিত, ইয়াক কি বোলে?

(i) ছেদক।

(ii) ক্ষাৰক।

(iii) মধ্যচ্ছদা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) মধ্যচ্ছদা।

২। ধূমপানৰ লগত কি ৰোগৰ সম্বন্ধ আছে?

(ii) বেৰিবেৰি।

(ii) কৰ্কট।

(iii) স্কাৰ্ভি।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) কৰ্কট।

৩। অক্সিজেন ব্যৱহাৰ নকৰাকৈ খাদ্যবস্তুবোৰ ভাঙোন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

(i) বায়বীয় শ্বসন।

(ii) অবাত।

(iii) ছেদন।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) অবাত।

৪। অবাতৰ আন এটা নাম কি?

(i) অম্ল।

(ii) আদ্ৰতা।

(iii) আবায়ৱীয় শ্বসন।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) আবায়ৱীয় শ্বসন।

৫। কিছুমান জীৱই বায়ুৰ অবিহনেও জীয়াই থাকিব পাৰে তেনেকুৱা জীৱক কি বোলে?

(i) স্বপোষী জীৱ।

(ii) পৰপোষী জীৱ।

(iii) অবাত জীৱ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) অবাত জীৱ।

৬। ইষ্ট কি?

(i) পৰপোষী জীৱ।

(ii) এককোষী জীৱ।

(iii) স্বপোষী জীৱ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) এককোষী জীৱ।

৭। ইষ্টই শ্বাস লোৱা প্ৰক্ৰিয়াটোত কি উৎপন্ন হয়?

(i) এলক’হল।

(ii) হিউমাছ।

(iii) প্ৰ’টিন।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) এলক’হল।

৮। গ্লুক’জ ভাঙিলে কি এছিড প্ৰস্তুত হয়?

(i) এলক’হল।

(ii) লেকটিক।

(iii) গলন।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) লেকটিক।

৯। শ্বসনৰ ফলত কি উৎপন্ন হয়?

(i) পানী আৰু হাইড্ৰ’জেন।

(ii) অক্সিজেন আৰু গ্লুক’জ।

(iii) ATP আৰু কাৰ্বন ডাইঅক্সাইড।

(iv) প্ৰ’টিন আৰু ভিটামিন।

উত্তৰঃ (iii) ATP আৰু কাৰ্বন ডাইঅক্সাইড।

১০৷ কাৰ শ্বসনত অন্নৰ হৰণ আৰু অক্সিজেনৰ সৈতে শক্তি উৎপন্ন হয়?

(i) নাৰ্ভ শ্বসন।

(ii) সজীৱ শ্বসন।

(iii) অৰ্জন শ্বসন।

(iv) ATP শ্বসন।

উত্তৰঃ (ii) সজীৱ শ্বসন।

১১৷ প্ৰাণীসকলে শ্বসনত কি বাবে গেছ বিনিময় কৰে?

(i) খাদ্য হৰণৰ বাবে।

(ii) টকাসপৰ সঞ্চালনৰ বাবে।

(iii) ৰক্ত সঞ্চালনৰ বাবে।

(iv) শক্তি উৎপাদনৰ বাবে।

উত্তৰঃ (iv) শক্তি উৎপাদনৰ বাবে।

১২৷ গছৰ পাতত কিহৰ দ্বাৰা গেছৰ বিনিময় হয়?

(i) সাইটোপ্লাজম।

(ii) ষ্ট’মাটা।

(iii) ক্লোৰ’ফিল।

(iv) ৰুট হেয়াৰ।

উত্তৰঃ (ii) ষ্ট’মাটা।

১৩। চৰাইৰ শ্বসন অংগ কি?

(i) লাঙল।

(ii) গিল্লা।

(iii) এয়াৰ সেক।

(iv) বুকৰ খালী।

উত্তৰঃ (iii) এয়াৰ সেক।

১৪। মীন মাছৰ শ্বসন অংগ কোনটো?

(i) পাখিলা।

(ii) ফুসফুস।

(iii) গিল্লা।

(iv) বুকৰ খালী।

উত্তৰঃ (iii) গিল্লা।

১৫। শ্বসনৰ সময়ত কি গেছ বর্জন কৰা হয়?

(i) কাৰ্বন-ডাই-অক্সাইড।

(ii) হাইড্ৰ’জেন।

(iii) অক্সিজেন।

(iv) নাইট্ৰ’জেন।

উত্তৰঃ (i) কাৰ্বন ডাইঅক্সাইড।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top